• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home আন্তঃ ৰাষ্ট্ৰীয়

হজলৈ গৈ চৌদিত মৃত্যু ১৪গৰাকীকৈ লোকৰ

উৎকট গৰমৰ বাবে হাজাৰ হাজাৰ হাজি অসুস্থ

Nation NE by Nation NE
June 17, 2024
in আন্তঃ ৰাষ্ট্ৰীয়
0 0
haj

প্ৰতিনিধিত্বমূলক ছবি

Share on FacebookShare on TwitterWhatsApp

হজলৈ গৈ চৌদিত মৃত্যু হৈছে ১৪জনকৈ হাজিৰ। ১৪ জুনৰ পৰা আৰম্ভ হৈছে হজযাত্ৰা। ১৯ জুন পৰ্যন্ত চৌদিত ভিৰ কৰিব কোটি কোটি হাজিয়ে।

চৌদি আৰবত উৎকট গৰমৰ বাবে ভীষণ কষ্ট পাইছে হাজিসকলে। হজ কৰিবলৈ যোৱা যাত্ৰী ক্ৰমাৎ অসুস্থ হৈ পৰিছে। দেওবাৰে ১৪গৰাকী হজযাত্ৰীৰ মৃত্যু হৈছে বুলি প্ৰকাশ কৰিছে চৌদি প্ৰশাসনে। মৃত্যু হোৱা আটাইকেইজন লোক হৈছে জৰ্দানৰ। জৰ্দান চৰকাৰে প্ৰকাশ কৰা মতে ১৪জনৰ প্ৰাণ যোৱাৰ লগতে সন্ধানহীন হৈ আছে ১৭জনকৈ লোক।

মক্কাত এইপৰ্যন্ত তাপমাত্ৰাই অতিক্ৰম কৰিছে ৪৭ ডিগ্ৰী। মক্কাত তাপমাত্ৰা ৪৭ আৰু মীনা চহৰত তাপমাত্ৰা ৪৬ ডিগ্ৰী। এই উৎকট গৰমৰ বাবে আন ৰাষ্ট্ৰৰ পৰা যোৱা হাজিসকল ক্ৰমাৎ অসুস্থ হৈ পৰিছে। চৌদি স্বাস্থ্য মন্ত্ৰ্যালয়ৰ প্ৰবক্তা মহম্মদ অল আব্দুল্লালিয়ে প্ৰকাশ কৰা মতে হীট ষ্ট্ৰক আৰু ছানষ্ট্ৰকৰ বাবে ২,৭৬০গৰাকী লোক অসুস্থ হৈ পৰিছে। আনহাতে অসুস্থতাৰ সংখ্যা বৃদ্ধি পাব বুলিও প্ৰকাশ কৰিছে স্বাস্থ্য মন্ত্ৰ্যালয়ে। সেয়ে হাজিসকলক তীব্ৰ ৰ’দত ওলাব নালাগে বুলি জাননী জাৰি কৰিছে চৌদি প্ৰশাসনে। উৎকট গৰম এতিয়া চৌদিৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছে প্ৰকাশ কৰিছে প্ৰশাসনে।

Tags: #haj #saudi #islam

Related Posts

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

March 12, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত

March 11, 2026
ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

মধ্যপ্ৰাচ্যত মহাযুদ্ধ! ইৰাণৰ ১৬খনকৈ জাহাজৰ ওপৰত আমেৰিকাৰ বিভীষিকা

March 11, 2026
ৰাছিয়া-ইৰাণসহিতে ৭৫ দেশৰ ভিছাক লৈ মাৰ্কিন ৰাষ্ট্ৰপতিৰ ডাঙৰ ঘোষণা
আন্তঃ ৰাষ্ট্ৰীয়

ইৰাণ যুদ্ধৰ সামৰণিৰ ইংগিত ট্ৰাম্পে! তীব্ৰভাৱে হ্ৰাস খাৰুৱা তেলৰ মূল্য

March 11, 2026
‘মধ্যপ্ৰাচ্যৰ সংকটে দেশৰ জনতাক বিপদত পেলাব নোৱাৰিব’, মন্ত্ৰালয়ক প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্দেশ

শীৰ্ষ সংবাদ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত

মধ্যপ্ৰাচ্যত মহাযুদ্ধ! ইৰাণৰ ১৬খনকৈ জাহাজৰ ওপৰত আমেৰিকাৰ বিভীষিকা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025