• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, April 29, 2026
24 °c
Guwahati
23 ° Thu
24 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মহিলাক ২৫০০ টকা, ৪৫০ টকাত চিলিণ্ডাৰ… ঝাৰখণ্ডৰ জনসাধাৰণলৈ কংগ্ৰেছ মিত্ৰজোঁটৰ ৭টা গেৰাণ্টি

Nation NE by Nation NE
November 5, 2024
in Top News, ৰাজনীতি, ৰাষ্ট্ৰীয়
0 0
মহিলাক ২৫০০ টকা, ৪৫০ টকাত চিলিণ্ডাৰ… ঝাৰখণ্ডৰ জনসাধাৰণলৈ কংগ্ৰেছ মিত্ৰজোঁটৰ ৭টা গেৰাণ্টি
Share on FacebookShare on TwitterWhatsApp

ঝাৰখণ্ড নিৰ্বাচনৰ বাবে কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডিয়া মিত্ৰজোঁটে আজি নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে। বিৰোধী মিত্ৰজোঁটৰ এই ইস্তাহাৰত প্ৰতিশ্ৰুতি দিয়া হৈছে যে মহিলাসকলক প্ৰতিমাহে ২৫০০ টকা দিয়া হ’ব। অৰ্থাৎ বছৰি ৩০ হাজাৰ টকা।

ইয়াৰ সমান্তৰালকৈ ৰাজ্যত ৪৫০ টকাত চিলিণ্ডাৰ আৰু সাৰনা ধৰ্ম ক’ড প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। দৰিদ্ৰ পৰিয়ালক ৰেচন দিয়াৰ প্ৰতিশ্ৰুতিও দিয়া হৈছে, য’ত প্ৰতিজন ব্যক্তিক সাত কেজি ৰেচন দিয়া হ’ব।

কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে মঙলবাৰে সন্ধিয়া আনুষ্ঠানিকভাৱে এই ইস্তাহাৰ প্ৰকাশ কৰে। কংগ্ৰেছ, জেএমএম, আৰজেডি আৰু চিপিআই-এমৰ যৌথভাৱে ঝাৰখণ্ডৰ ৰাঁচিত ইস্তাহাৰ জাৰি কৰি জনসাধাৰণৰ আগত সাতটা ডাঙৰ আৰু গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

এই উপলক্ষে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে, মুখ্যমন্ত্ৰী হেমন্ত চোৰেনৰ লগতে মিত্ৰজোঁটৰ সকলো ডাঙৰ নেতা উপস্থিত থাকে।

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে দিয়া ডাঙৰ প্ৰতিশ্ৰুতি

১.প্ৰতিজন ব্যক্তিৰ বাবে ৭ কেজি ৰেচন আৰু প্ৰতিমাহে ৪৫০ টকা মূল্যৰ এল পি জি চিলিণ্ডাৰ।

২. সংৰক্ষণ ⁠এছটি ২৮%, অনুসূচিত জাতি ১২%, অবিচি ২৭%

৩. মহিলাক প্ৰতিমাহে ২৫০০ টকা।

৪. সাৰনা ধৰ্ম ক’ড।

৫. ⁠১০ লাখ চৰকাৰী চাকৰি, ১৫ লাখৰ স্বাস্থ্য বীমা।

৬. ⁠ধানৰ এম এছ পি প্ৰতি কুইণ্টলত ৩২০০ টকা।

৭. ⁠প্ৰতিখন জিলাতে এখনকৈ অভিযান্ত্ৰিক মহাবিদ্যালয়, চিকিৎসা মহাবিদ্যালয় আৰু এখন বিশ্ববিদ্যালয়।

উল্লেখ্য যে, ঝাৰখণ্ডত কংগ্ৰেছে ঝাৰখণ্ড মুক্তি মৰ্চা আৰু ৰাষ্ট্ৰীয় জনতা দলৰ সৈতে মিত্ৰতা কৰি নিৰ্বাচনত অৱতীৰ্ণ হৈছে। ইয়াত মুঠ ৮১খন বিধানসভাৰ আসন আছে, ইয়াৰে কংগ্ৰেছে ৩০খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বিপৰীতে ঝাৰখণ্ড মুক্তি মৰ্চাই ৪০খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে। ইয়াৰ সমান্তৰালকৈ আৰজেডিয়ে ৭খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে।

Tags: #Congress#JharkhandAssembly ElectionJMMManifesto

Related Posts

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস
Top News

April 29, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 29, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 29, 2026
পাকিস্তানৰ বৰ্বৰতাঃ আফগানিস্তানত নিক্ষেপ মিছাইল, ৭ জনৰ প্ৰাণহানি
Top News

পাকিস্তানৰ বৰ্বৰতাঃ আফগানিস্তানত নিক্ষেপ মিছাইল, ৭ জনৰ প্ৰাণহানি

April 28, 2026
৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই

শীৰ্ষ সংবাদ

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

পাকিস্তানৰ বৰ্বৰতাঃ আফগানিস্তানত নিক্ষেপ মিছাইল, ৭ জনৰ প্ৰাণহানি

৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025