• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, April 29, 2026
24 °c
Guwahati
23 ° Thu
24 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বাইডেনৰ ৫টা ভুল! যাৰ বাবে ব্যয়বহুল বুলি প্ৰমাণিত হ’ল ‘ট্ৰাম্প কাৰ্ড’

Nation NE by Nation NE
November 7, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
আমেৰিকাৰ নতুন ‘BOSS’ ড’নাল্ড ট্ৰাম্প; সপোন সপোন হৈয়ে ৰ’ল হেৰিছৰ
Share on FacebookShare on TwitterWhatsApp

ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে কমলা হেৰিছে ‘২০২৪ ৰাষ্ট্ৰপতি নিৰ্বাচনী প্ৰচাৰ’ত তীব্ৰ পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। ঐতিহাসিক প্ৰচাৰ চলোৱাৰ পিছতো ড’নাল্ড ট্ৰাম্পৰ হাতত পৰাস্ত হোৱা দ্বিতীয়গৰাকী মহিলা প্ৰাৰ্থী হিচাপে পৰিগণিত হৈছে কমলা হেৰিছ।

ইয়াৰ পূৰ্বে ২০১৬ চনত ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী হিলাৰী ক্লিণ্টনেও ট্ৰাম্পৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। কমলা হেৰিছৰ পৰাজয়ৰ আঁৰৰ এটা মূল কাৰণ আছিল ৰাষ্ট্ৰপতি পদৰ দৌৰত পলমকৈ প্ৰৱেশ কৰা।

দুটাকৈ হত্যাৰ চেষ্টায়ো ম্লান কৰিব নোৱাৰিলে ট্ৰাম্পৰ উৎসাহক। ২০২৫ চনৰ ২০ জানুৱাৰীত ৱাশ্বিংটন ডি চিৰ আমেৰিকাৰ কেপিটেলত অনুষ্ঠিত এক অনুষ্ঠানত ড’নাল্ড ট্ৰাম্পে শপত গ্ৰহণ কৰিব। ইয়াৰ পিছত তেওঁ আনুষ্ঠানিকভাৱে কাৰ্যকাল আৰম্ভ কৰিব।

যিকোনো প্ৰাৰ্থীৰ জয় বা পৰাজয়ৰ আঁৰত বহু কাৰক থাকে, কমলাৰ ক্ষেত্ৰতো একেধৰণৰ কিবা এটা ঘটিছিল। কিন্তু আটাইতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ বিষয়টো আছিল ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে নিজৰ নাম ঘোষণা কৰাত পলম হোৱা।

পলমকৈ নিৰ্বাচনী দৌৰত প্ৰৱেশ

বৰ্তমানৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে কাৰ্যভাৰ ত্যাগ কৰাৰ পিছত হেৰিছে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ হোৱাৰ পিছত ডেম’ক্ৰেটিক পাৰ্টিৰ অধীনত নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ সমৰ্থন লাভ কৰিছিল। পিছে হেৰিছে এই নিৰ্বাচনী দৌৰত প্ৰৱেশ কৰিছিল অতি পলমকৈ, কিয়নো তেওঁ এই দৌৰত যোগদান কৰাৰ সময়লৈকে ট্ৰাম্প ইতিমধ্যে বহুখিনি আগবাঢ়ি গৈছিল। কমলা হেৰিছৰ বাহিৰেও বহু নাম আলোচনা হৈছিল যদিও অৱশেষত তেওঁৰ নাম অনুমোদন হ’ল যদিও হয়তো তেতিয়ালৈকে বহু দেৰি হৈ গৈছিল।

বহু টিভি সাক্ষাৎকাৰতো কমলা হেৰিছে ট্ৰাম্পৰ দৰে নিজৰ মতামত প্ৰকাশ কৰিব পৰা নাছিল। তেওঁৰ ওপৰত থকা আস্থাহীনতাই নিৰ্বাচনৰ শেষ দিনকেইটাত আমেৰিকাৰ সংবাদ মাধ্যমত শিৰোনাম দখল কৰিছিল, যিয়ে তেওঁৰ ভাবমূৰ্তিত অলপ আঘাত কৰিছিল।

আফগানিস্তানৰ পৰা সৈন্য প্ৰত্যাহাৰ

ডেম’ক্ৰেটিক পাৰ্টিৰ পৰাজয়ৰ কাৰণ আছিল জো বাইডেনৰ কিছু সিদ্ধান্ত। ইয়াৰে প্ৰথমটো আছিল আফগানিস্তানৰ পৰা আমেৰিকাৰ বাহিনীৰ প্ৰত্যাহাৰ। যাৰ ফলত আমেৰিকাৰ প্ৰতি বিশ্বাসযোগ্যতা দুৰ্বল হৈ পৰিছিল। কাবুলৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰা হতাশগ্ৰস্ত আফগানসকলে আমেৰিকাৰ দুৰ্বলতা আৰু সামৰিক শক্তিৰ আঁৰৰ স্থায়ী শক্তিৰ অভাৱ বিশ্বৰ আগত উন্মোচন কৰিছে।

২০২১ চনৰ ১৮–২০ আগষ্টত চিবিএছ নিউজৰ এক সমীক্ষাত দেখা গৈছে যে, আফগানিস্তানৰ পৰা আমেৰিকাৰ সৈন্য আঁতৰোৱাত ৬৩% লোকে সমৰ্থন জনাইছে, আনহাতে ১৬–১৯ আগষ্টৰ পলিটিকো সমীক্ষাত কিছু কম সমৰ্থন পোৱা গৈছে। ইয়াত ৫৩% লোকে সমৰ্থন আৰু ৩৬% লোকে বিৰোধিতা কৰে। আফগানিস্তানৰ পৰা সৈন্য প্ৰত্যাহাৰৰ পিছত পুনৰবাৰ আমেৰিকাই এক সমীক্ষা চলাইছিল আৰু তাত দেখা গৈছে যে ৭৪% লোকে কয় যে আমেৰিকাই সৈন্য প্ৰত্যাহাৰৰ কৰি ভাল কাম কৰা নাই।

পুটিনক তুচ্ছজ্ঞান কৰা

বাইডেনৰ দলটোৱে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু ৰাছিয়াক তুচ্ছজ্ঞান কৰিছিল। ইয়াৰ ফলত পুটিনে সুযোগ গ্ৰহণ কৰি ইউক্ৰেইন আক্ৰমণ কৰিছিল। ইউক্ৰেইন যুদ্ধখন বাইডেনৰ বাবে এক গুৰুত্বপূৰ্ণ জয় হ’ব পাৰিলেহেঁতেন। যুদ্ধৰ বিভিন্ন সময়ত ইউক্ৰেইন বিজয়ৰ বাবে সাজু হোৱা যেন দেখা গৈছিল যদিও ইয়াক সুৰক্ষিত কৰিবলৈ পশ্চিমৰ পৰা যথেষ্ট ধন আৰু অস্ত্ৰ-শস্ত্ৰৰ প্ৰয়োজন হৈছিল, যিবোৰ বাইডেনৰ দলে প্ৰদান কৰা নাছিল।

নিৰ্ণায়ক নেতৃত্বৰ পৰিৱৰ্তে আমেৰিকাৰ নীতিয়ে মিত্ৰ দেশসমূহক একত্ৰিত কৰাৰ প্ৰচেষ্টা প্ৰতিফলিত কৰিছিল। আমেৰিকাই ইউক্ৰেইনক জয়লাভ কৰিবলৈ পৰ্যাপ্ত সমৰ্থন প্ৰদান কৰাত ব্যৰ্থ হয়। দেশখনক জীয়াই থাকিবলৈ যথেষ্ট সাহায্য দিয়া হৈছিল, জয়ী হ’বলৈ যথেষ্ট নহয়।

মধ্যপ্ৰাচ্যত সংঘটিত হোৱা সংঘাত নিয়ন্ত্ৰণত ব্যৰ্থ

৭ অক্টোবৰৰ পিছত ইজৰাইলৰ প্ৰতিশোধৰ বাবে প্ৰশাসনে জবাবদিহি নকৰাটোৱেও মুছলমান ভোটাৰৰ মাজত হেৰিছক আঘাত দিছিল। এই ক্ষেত্ৰত আমেৰিকাক নেতাহীন যেন লাগিছিল, যিটো ভোটাৰসকলে হয়তো ভাল পোৱা নাছিল। নিৰ্বাচনৰ পূৰ্বে লেবাননত হোৱা আক্ৰমণৰ পিছতেই আমেৰিকাই এটা বিবৃতি দিছিল যে, ইজৰাইলে এই বিষয়ে কোনো তথ্য নিদিলে, তাৰ পিছত বাইডেন প্ৰশাসনৰ প্ৰতি মানুহৰ আস্থাও দুৰ্বল হৈ পৰে।

ভাৰতীয়সকলৰ অসন্তুষ্টি

বাংলাদেশত শ্বেখ হাছিনা চৰকাৰক যিদৰে উফৰাই দিয়া হৈছিল, তাৰ ফলত পৰ্দাৰ আঁৰত ভাৰত আৰু আমেৰিকাৰ মাজত মতানৈক্যৰ সৃষ্টি হৈছিল। একে সময়তে আমেৰিকাই ৰাছিয়াৰ সৈতে সম্পৰ্ক সন্দৰ্ভত ভাৰতৰ ওপৰত থকা মেৰপেচ সম্পূৰ্ণৰূপে কটকটীয়া কৰিব বিচাৰিছিল, যাৰ বাবে কানাডাৰ নিজজাৰ হত্যাকাণ্ড আৰু পান্নুৰ হত্যাকাণ্ডত ভাৰতীয় বিষয়া জড়িত থকাৰ কথা কৈ ভাৰতৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিছিল। ইয়াৰ বাবে আমেৰিকাত বসবাস কৰা ভাৰতীয়সকলে হয়তো মুকলিকৈ অসন্তুষ্টি প্ৰকাশ কৰিব পৰা নাছিল, কিন্তু তেওঁলোকে বাইডেন প্ৰশাসনৰ বিৰুদ্ধে ভোট দিবলৈ সিদ্ধান্ত লৈছিল। আনহাতে ট্ৰাম্পে ভাৰতৰ সৈতে থকা সু-সম্পৰ্কৰ কথা বাৰে বাৰে বাখ্যা কৰিছিল। ভাৰতীয় মূলৰ হোৱাৰ পিছতো কমলা হেৰিছে ভাৰতীয়ৰ সৈতে সেই ধৰণৰ সংযোগ গঢ়ি তুলিব পৰা নাছিল।

বৰ্তমান ড’নাল্ড ট্ৰাম্প হ’ব আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি, যিটো ১৯৮৪ চনত ৰ’নাল্ড ৰেগানৰ পিছত যিকোনো ৰিপাব্লিকান ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ আটাইতকৈ ডাঙৰ বিজয়। কিন্তু ট্ৰাম্প পুনৰ ক্ষমতালৈ অহাৰ লগে লগে ইজৰাইলৰ প্ৰতি আমেৰিকাৰ সমৰ্থন অব্যাহত থাকিব, যিয়ে মধ্যপ্ৰাচ্যত যুদ্ধ আৰু অধিক উচটনি দিব পাৰে।

ইয়াৰ লগতে যদি তেওঁ পূৰ্বৰ দৰে চীনৰ ওপৰত শুল্ক বৃদ্ধি কৰে, তেন্তে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক আকৌ এবাৰ আৰু অধিক অৱনতি ঘটিব পাৰে।

Tags: AmericaDonald trumpJoe Biden

Related Posts

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস
Top News

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

April 29, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 29, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 29, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 29, 2026
পাকিস্তানৰ বৰ্বৰতাঃ আফগানিস্তানত নিক্ষেপ মিছাইল, ৭ জনৰ প্ৰাণহানি
Top News

পাকিস্তানৰ বৰ্বৰতাঃ আফগানিস্তানত নিক্ষেপ মিছাইল, ৭ জনৰ প্ৰাণহানি

April 28, 2026
৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই
Top News

৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই

April 28, 2026

শীৰ্ষ সংবাদ

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

পাকিস্তানৰ বৰ্বৰতাঃ আফগানিস্তানত নিক্ষেপ মিছাইল, ৭ জনৰ প্ৰাণহানি

৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025