• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মন্ত্ৰী পুৰণি, দপ্তৰ হ’ল সলনি

দুটা দশকৰ পিছত পুনৰ অগপ মন্ত্ৰীৰ হাতত আৱকাৰী বিভাগ

Nation NE by Nation NE
June 18, 2024
in Top News, অসম
0 0
মন্ত্ৰী পুৰণি, দপ্তৰ হ’ল সলনি

দুটা দশকৰ পিছত পুনৰ অগপ মন্ত্ৰীৰ হাতত আৱকাৰী বিভাগ

Share on FacebookShare on TwitterWhatsApp

২০২১চনত হিমন্ত বিশ্ব শৰ্মা কেবিনেটত স্বাস্থ্য মন্ত্ৰীৰ লগতে কেইবাটাও গুৰুত্বপুৰ্ণ বিভাগৰ গুৰু দায়িত্ব লাভ কৰিছিল কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তই। কোভিড মহামাৰীৰ সন্মুখৰ পৰাই নেতৃত্ব দিয়া কোভিড মহামাৰীৰ দ্বিতীয় ঢৌত কেশৱ মহন্ত সকলোৰে বাবে হৈ পৰিছিল নয়নৰ মণি। দেশ-বিদেশৰ ছাত্ৰ-ছাত্ৰীক কোভিড মহামাৰীৰ সময়ত পৰিয়ালৰ কাষত উপস্থিত কৰোৱাইছিল কেশৱ মহন্তই। ৰাজ্যৰ ৰাজনীতিৰ জ্যেষ্ঠ বিধায়ক কেশৱ মহন্তই কালিলৈকে জনা নাছিল স্বাস্থ্য বিভাগটো তেওঁৰ হাতৰ পৰা যাব। অভিজ্ঞতাৰ ফালৰ পৰা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডাই পুনৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰ লাভ কৰাৰ পিছত অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এক প্ৰকাৰ মনে প্ৰাণে বিচৰাৰ বাবেই পুনৰ স্বাস্থ্য বিভাগ নিজৰ হাতলৈ আনি জন সমাজৰ আগত গ্ৰহণযোগ্যতা বঢ়াবলৈ পুনৰ কৰ্মৰ পথাৰখনত হিমন্ত বিশ্ব শৰ্মা।
আনহাতে কেশৱ মহন্তক দিয়া হ’ল পৰিবহণ, মীন, আৱকাৰী, বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ুৰ দৰে দায়িত্ব। সাংসদ হিচাপে পৰিমল শুক্লবৈদ্য নিৰ্বাচিত হোৱাৰ পিছত বিধানসভাৰ সদস্যপদ ত্যাগ কৰাৰ লগতে মন্ত্ৰীপদো ত্যাগ কৰে। ইয়াৰ লগে লগে খালী হৈ পৰিছিল ৰাজ্যৰ তিনিটাকৈ গুৰুত্বপূৰ্ণ বিভাগ।
মুখ্যমন্ত্ৰীৰ নিজৰ দায়িত্বত থাকিব গৃহ, গড়কাপ্টানী, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগ।

Tags: #assam #assaministry #himantabiswasarma #keshabmahanta#keshabmahanta #assamministry

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025