• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, April 28, 2026
22 °c
Guwahati
22 ° Wed
23 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মন্ত্ৰী পুৰণি, দপ্তৰ হ’ল সলনি

দুটা দশকৰ পিছত পুনৰ অগপ মন্ত্ৰীৰ হাতত আৱকাৰী বিভাগ

Nation NE by Nation NE
June 18, 2024
in Top News, অসম
0 0
মন্ত্ৰী পুৰণি, দপ্তৰ হ’ল সলনি

দুটা দশকৰ পিছত পুনৰ অগপ মন্ত্ৰীৰ হাতত আৱকাৰী বিভাগ

Share on FacebookShare on TwitterWhatsApp

২০২১চনত হিমন্ত বিশ্ব শৰ্মা কেবিনেটত স্বাস্থ্য মন্ত্ৰীৰ লগতে কেইবাটাও গুৰুত্বপুৰ্ণ বিভাগৰ গুৰু দায়িত্ব লাভ কৰিছিল কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তই। কোভিড মহামাৰীৰ সন্মুখৰ পৰাই নেতৃত্ব দিয়া কোভিড মহামাৰীৰ দ্বিতীয় ঢৌত কেশৱ মহন্ত সকলোৰে বাবে হৈ পৰিছিল নয়নৰ মণি। দেশ-বিদেশৰ ছাত্ৰ-ছাত্ৰীক কোভিড মহামাৰীৰ সময়ত পৰিয়ালৰ কাষত উপস্থিত কৰোৱাইছিল কেশৱ মহন্তই। ৰাজ্যৰ ৰাজনীতিৰ জ্যেষ্ঠ বিধায়ক কেশৱ মহন্তই কালিলৈকে জনা নাছিল স্বাস্থ্য বিভাগটো তেওঁৰ হাতৰ পৰা যাব। অভিজ্ঞতাৰ ফালৰ পৰা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডাই পুনৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰ লাভ কৰাৰ পিছত অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এক প্ৰকাৰ মনে প্ৰাণে বিচৰাৰ বাবেই পুনৰ স্বাস্থ্য বিভাগ নিজৰ হাতলৈ আনি জন সমাজৰ আগত গ্ৰহণযোগ্যতা বঢ়াবলৈ পুনৰ কৰ্মৰ পথাৰখনত হিমন্ত বিশ্ব শৰ্মা।
আনহাতে কেশৱ মহন্তক দিয়া হ’ল পৰিবহণ, মীন, আৱকাৰী, বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ুৰ দৰে দায়িত্ব। সাংসদ হিচাপে পৰিমল শুক্লবৈদ্য নিৰ্বাচিত হোৱাৰ পিছত বিধানসভাৰ সদস্যপদ ত্যাগ কৰাৰ লগতে মন্ত্ৰীপদো ত্যাগ কৰে। ইয়াৰ লগে লগে খালী হৈ পৰিছিল ৰাজ্যৰ তিনিটাকৈ গুৰুত্বপূৰ্ণ বিভাগ।
মুখ্যমন্ত্ৰীৰ নিজৰ দায়িত্বত থাকিব গৃহ, গড়কাপ্টানী, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগ।

Tags: #assam #assaministry #himantabiswasarma #keshabmahanta#keshabmahanta #assamministry

Related Posts

পাকিস্তানৰ বৰ্বৰতাঃ আফগানিস্তানত নিক্ষেপ মিছাইল, ৭ জনৰ প্ৰাণহানি
Top News

April 28, 2026
৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই
Top News

৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই

April 28, 2026
অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…
Top News

অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

April 28, 2026
উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?
Top News

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

April 28, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

পাকিস্তানৰ বৰ্বৰতাঃ আফগানিস্তানত নিক্ষেপ মিছাইল, ৭ জনৰ প্ৰাণহানি

৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই

অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025