• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, April 29, 2026
22 °c
Guwahati
22 ° Fri
21 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নিউয়ৰ্কৰ মঞ্চত গীত পৰিবেশন কৰি থাঁকোতে হ’বলৈ ধৰিলে টকাৰ বৰষুণ

Nation NE by Nation NE
November 19, 2024
in Top News, বিনোদন
0 0
নিউয়ৰ্কৰ মঞ্চত গীত পৰিবেশন কৰি থাঁকোতে হ’বলৈ ধৰিলে টকাৰ বৰষুণ
Share on FacebookShare on TwitterWhatsApp

আয়ুষ্মান খুৰানাই নিজৰ প্ৰতিভাৰ আধাৰত কম সময়ৰ ভিতৰতে সমগ্ৰ দেশতেই বৃহৎ সফলতা অৰ্জন কৰিছে। আজিৰ দিনত তেওঁক প্ৰায় সমগ্ৰ বিশ্বৰ মানুহে তেওঁক চিনি পায় আৰু তেওঁৰ অভিনয় দক্ষতাক প্ৰশংসা কৰে। তেওঁৰ লিখনিও যথেষ্ট সুন্দৰ। ইয়াৰ উপৰিও তেওঁ সুন্দৰ গীতো পৰিবেশন কৰে আৰু সকলো অনুৰাগীৰ পৰায়েই ইতিবাচক সঁহাৰি লাভ কৰে।

শেহতীয়াকৈ আয়ুষ্মান খুৰানাই গীত পৰিবেশন কৰিবলৈ নিউয়ৰ্কলৈ যায়। তাত তেওঁৰ এখন কনচাৰ্ট আছিল। এই সময়ত অনুৰাগীসকলে তেওঁক উষ্ম আদৰণি জনোৱাৰ লগতে ছুপাৰষ্টাৰগৰাকীক উৎসাহিত কৰা দেখা যায়। কিন্তু এই সকলোবোৰৰ বাহিৰেও মঞ্চত পৰিবেশন কৰা আয়ুষ্মান খুৰৰানাৰ ওপৰত টকাৰ বৰষুণ কৰে এগৰাকী অনুৰাগীয়ে। দৰ্শকৰ পৰা এনে আকস্মিক সঁহাৰি দেখি আয়ুষ্মানো আচৰিত হয় আৰু এই বিষয়ত তেওঁ প্ৰতিক্ৰিয়াও প্ৰকাশ কৰে।

আচলতে আয়ুষ্মান খুৰাণাই মঞ্চত তেওঁৰ ছুপাৰহিট গীত ‘পানী দা ৰং দেখ কে’ গাই আছিল।এই সময়ছোৱাতেই দৰ্শকৰ মাজত বহি থকা কোনোৱে তেওঁৰ ওপৰত টকাৰ বৰষুণ হ’বলৈ ধৰে। প্ৰথম অৱস্থাত আয়ুষ্মান অলপ আচৰিত হয় আৰু আনকি তেওঁ কিছু সময়ৰ বাবে নিজৰ অনুষ্ঠানো বন্ধ কৰি দিয়ে৷

অৱশ্যে আয়ুষ্মানে অনুৰাগীজনৰ তেওঁৰ এই কাম বন্ধ কৰ্বলৈ কয়। লগতে তেওঁ কয় যে, ইয়াৰ সলনি তেওঁ এই ধন চেৰিটিত দান কৰিব পাৰে। আয়ুষ্মানৰ এই ভিডিঅ’টো ক্ৰমাৎ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। অনুৰাগীয়ে তেওঁক প্ৰশংসা কৰা দেখা গৈছে।

Tags: DollarEntertainmentsNew York

Related Posts

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…
Top News

April 29, 2026
কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 29, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 29, 2026

শীৰ্ষ সংবাদ

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025