• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home আন্তঃ ৰাষ্ট্ৰীয়

হজ কৰিবলৈ গৈ ১০০০জনৰো অধিকৰ মৃত্যু

প্ৰচণ্ড গ্ৰীষ্মপ্ৰবাহত দহিছে চৌদি আৰব

Nation NE by Nation NE
June 21, 2024
in আন্তঃ ৰাষ্ট্ৰীয়
0 0
হজ কৰিবলৈ গৈ ১০০০জনৰো অধিকৰ মৃত্যু

চৌদিত প্ৰচণ্ড গ্ৰীষ্মপ্ৰবাহ

Share on FacebookShare on TwitterWhatsApp

হজ কৰিবলৈ গৈ এইপৰ্যন্ত ১০০০জনৰো অধিক হাজি মৃত্যুমুখত পৰিছে চৌদিত। প্ৰচণ্ড গীষ্মপ্ৰবাহৰ ফলত মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে চৌদি আৰবত।

এএফপিৰ মতে ১০খন ৰাষ্ট্ৰৰ পৰা যোৱা ১,০৮১জন হাজিৰ মৃত্যু হৈছে। মৃতকসকলক কবৰস্থ কৰাৰ বাবে ব্যৱস্থা কৰিছে চৌদি প্ৰশাসনে। ইছলামীয় ৰীতি নীতিৰে চৌদিতে সমাধিস্থ কৰিব মৃত হাজিক। এএফপিৰ মতে ভাৰতৰ ৬৮ জন হাজিৰ মৃত্যু হৈছে চৌদিত। কেইবাজনো বৃদ্ধ লোকৰ মৃত্যু হৈছে চৌদিত। প্ৰচণ্ড গৰমৰ বাবেই প্ৰাণ গৈছে এইসকল হাজিৰ।

মক্কাৰ গ্ৰেণ্ড মছজিদ এলেকাত এইসপ্তাহটোত তাপমাত্ৰা উঠিছে ৫১.৮ ডিগ্ৰীলৈ। এই প্ৰচণ্ড গৰম সহ্য কৰিব নোৱাৰি শ শ হাজিৰ মৃত্যু হৈছে মক্কাত। প্ৰচণ্ড গৰমৰ বাবে বিভিন্ন ৰোগতো আক্ৰান্ত হৈছে হাজিসকল। সেয়ে চৌদি প্ৰশাসনে সকলো নিয়ম মানি চলিবলৈ হাজিসকলক অনুৰোধ জনাইছে। কোনো কাৰণতে যাতে প্ৰচণ্ড গৰমত এঠাইৰ পৰা আন ঠাইলৈ যাত্ৰা নকৰে তাৰ বাবে সতৰ্কবাণী জাৰি কৰিছে।

Tags: #haj #mecca

Related Posts

আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল
Top News

January 25, 2026
কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

বাংলাদেশত নিৰ্বাচনী বিশৃংখলতাঃ আৱামী লীগৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ বাবে সমালোচনাৰ সন্মুখীন ইউনুছ চৰকাৰ
Top News

আতংকত জৰ্জৰ বাংলাদেশ! নিৰ্বাচনৰ পূৰ্বে মহম্মদ ইউনুছক ‘দেশৰ শত্ৰু’ আখ্যা শ্বেখ হাছিনাৰ

January 24, 2026
ইৰাণৰ বিৰুদ্ধে যুদ্ধত আমেৰিকাৰ জয় নিশ্চিত! সামৰিক আৰু অস্ত্ৰৰ চোৰাংচোৱা তথ্য লাভ ট্ৰাম্পৰ…
Top News

‘আক্ৰমণ কৰিলেই গ্ৰহণ কৰা হ’ব কঠোৰ স্থিতি’, আমেৰিকালৈ কঠোৰ সতৰ্কবাণী ইৰাণৰ

January 24, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 24, 2026

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025