• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home আন্তঃ ৰাষ্ট্ৰীয়

১০লাখ কাউৰীক সমাপ্ত কৰিবলৈ নিৰ্দেশ চৰকাৰৰ

এক আচৰিত খবৰে লগাইছে তোলপাৰ

Nation NE by Nation NE
June 21, 2024
in আন্তঃ ৰাষ্ট্ৰীয়
0 0
১০লাখ কাউৰীক সমাপ্ত কৰিবলৈ নিৰ্দেশ চৰকাৰৰ

কাউৰীৰ উপদ্ৰৱৰ বাবে ডাঙৰ সিদ্ধান্ত চৰকাৰৰ

Share on FacebookShare on TwitterWhatsApp

এক খবৰে তোলপাৰ লগাইছে বিশ্ব। লাখ লাখ কাউৰীক নিধন কৰিবলৈ এক নিৰ্দেশ জাৰি কৰাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

কেনিয়া চৰকাৰে ২০২৪ৰ ডিচেম্বৰৰ পূৰ্বে ১০লাখ কাউৰীক নিধন কৰিবলৈ এক নিৰ্দেশ জাৰি কৰিছে। এক বিষাক্ত বিহ দি লাখ লাখ কাউৰীক সমাপ্ত কৰিবলৈ নিৰ্দেশ দিছে কেনিয়া চৰকাৰে। কেনিয়া চৰকাৰে এই বিহ নিউজিলেণ্ডৰ পৰা অনাৰ বাবে যো-জা চলাইছে। হোটেল চলোৱা সকলোকে প্ৰদান কৰিব এই দ্ৰব্য। এই বিহ মাংসত মিহলাই খাবলৈ দিব কাউৰীক। আফ্ৰিকাৰ কেনিয়া দেশে কাউৰীৰ পৰা সকাহ পাবলৈ এই ভয়ংকৰ নিৰ্দেশ জাৰি কৰিছে।

কেনিয়াৰ বাবে ভাৰতীয় কাউৰী এতিয়া হৈ পৰিছে সমস্যাৰ কাৰণ। কেনিয়াত লাখে লাখে কাউৰীৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলতে এই সিদ্ধান্ত কেনিয়া চৰকাৰে লৈছে বুলি প্ৰকাশ পাইছে খবৰ। এইবৰ্ষৰ ৩১ ডিচেম্বৰৰ ভিতৰত ১০লাখ কাউৰীক সমাপ্ত কৰাৰ বাবে আগবাঢ়িছে কেনিয়া চৰকাৰ। ভাৰতীয় কাউৰী কেনিয়াৰ জনজীৱনৰ বাবে সমস্যাৰ কাৰণ হৈ পৰিছে উল্লেখ কৰিছে কেনিয়াই। পৰ্যটনথলীত সমূহত হাজাৰ হাজাৰ কাউৰীৰ বাবে বাহিৰত খাদ্য পৰিৱেশন কৰিব নোৱাৰা হৈছে পৰ্যটক। কেনিয়াত থকা হোটেল সমূহত এতিয়া কেৱল কাউৰীৰ বাহ। লাখ লাখ কাউৰীৰ বাবে সমগ্ৰ কেনিয়া এতিয়া কদৰ্যময় হৈ পৰিছে বুলি উল্লেখ কৰিছে কেনিয়াই।

পানীৰ ফোৱাৰা আৰু ছুইমিং পুল সমূহতো কাউৰীৰ সন্ত্ৰাস চলাৰ বাবে পৰ্যটনৰ ক্ষেত্ৰত লোকচান ভৰিবলগীয়া হৈছে কেনিয়াই। আন আন সৰু সৰু বিদেশী পৰিভ্ৰমী চৰাই কাউৰীৰ বাবে প্ৰৱেশ নকৰে কেনিয়াত। সৰু সৰু প্ৰজাতিৰ চৰাইক কাউৰীয়ে ভক্ষণ কৰাৰ ফলত পৰিভ্ৰমী চৰাই হ্ৰাস পাইছে কেনিয়াত।

Tags: #crow #kenya

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026
দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজ জলদ্বীপৰ সংকটৰ মাজতে তেল-গেছৰ বিকল্প, নতুন পথৰ সন্ধান তীব্ৰতৰ উপসাগৰীয় দেশসমূহৰ

April 24, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 24, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 24, 2026
ইছলামিক উ*গ্ৰ*প*ন্থীয়ে আক্ৰমণ চলাই প্ৰাণ ল’লে ১১ জনৰ, কেইবাটাও গৃহত অ*গ্নি সংযোগ
Top News

ইছলামিক উ*গ্ৰ*প*ন্থীয়ে আক্ৰমণ চলাই প্ৰাণ ল’লে ১১ জনৰ, কেইবাটাও গৃহত অ*গ্নি সংযোগ

April 23, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025