• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Mon
19 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পাকিস্তানত প্ৰতিবাদ, ৪ হাজাৰ ইমৰাণ খানৰ সমৰ্থকক আটক

Nation NE by Nation NE
November 25, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
‘Do or Die’: প্ৰতিবাদৰ বাবে পঞ্জাৱত জাৰি ১৪৪ ধাৰা, বিঘ্নিত ইন্টাৰনেট সেৱা
Share on FacebookShare on TwitterWhatsApp

পাকিস্তানত ২৪ নৱেম্বৰত কাৰাগাৰত থকা প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক মুকলি কৰি দিয়াৰ বাবে পাকিস্তান তেহৰিক-ই-ইনছাফ (পিটিআই)পাৰ্টিয়ে প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদ হিংসাত্মক ৰূপত পৰিণত হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৪ হাজাৰৰো অধিক পিটিআই সমৰ্থকক। তদুপৰি দেশত বিদ্যালয় বন্ধ কৰাৰ লগতে ইণ্টাৰনেটও বন্ধ কৰি দিয়া হৈছিল।

ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তানত ২৪ নৱেম্বৰত ৰাজধানী ইছলামবাদত প্ৰতিবাদ সাব্যস্ত কৰা হয়। এই প্ৰতিবাদ বন্ধ কৰিবলৈ চৰকাৰে আৰক্ষী বাহিনী মোতায়েন কৰিছিল। এগৰাকী নিৰাপত্তা বিষয়াই জনোৱা মতে, পাকিস্তান আৰক্ষীয়ে ৪ হাজাৰৰো অধিক সমৰ্থকক গ্ৰেপ্তাৰ কৰিছে। কাৰাবন্দী প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক মুক্তিৰ দাবীত এই প্ৰতিবাদ সাৱ্যস্ত কৰা হৈছিল।

পঞ্জাৱ প্ৰদেশৰ নিৰাপত্তা বিষয়া শ্বাহিদ নৱাজে সমৰ্থকসকলক গ্ৰেপ্তাৰ কৰাটো নিশ্চিত কৰিছে, য’ত ৫জন সাংসদও আছিল। এই বিক্ষোভ বন্ধ কৰিবলৈ চৰকাৰে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰে। কৰ্তৃপক্ষই ইছলামবাদক জাহাজৰ কণ্টেইনাৰেৰে বন্ধ কৰি দিয়ে আৰু পঞ্জাৱ আৰু খাইবাৰ পখতুনখোৱা প্ৰদেশৰ পিটিআইৰ দুৰ্গসমূহৰ সৈতে চহৰখনক সংযোগ কৰা ডাঙৰ পথসমূহ বন্ধ কৰি দিয়ে।

পিটিআই দলৰ প্ৰাক্তন মুৰব্বী ইমৰাণ খানে ১৩ নৱেম্বৰত এই প্ৰতিবাদৰ কথা ঘোষণা কৰিছিল, তেওঁ কয় যে- এইয়া দাসত্বৰ শিকলি ভাঙিবলৈ কৰা প্ৰতিবাদ। পিটিআই দলে চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিছে, যাতে তেওঁলোকৰ জেলত থকা নেতাসকলক মুকলি কৰি দিব পাৰে। ইমৰাণ খান যোৱা এবছৰ ধৰি ১৫০টাতকৈও অধিক গোচৰত কাৰাগাৰত বন্দী হৈ আছে।

২৫ৰ পৰা ২৭ নৱেম্বৰলৈ পাকিস্তান ভ্ৰমণলৈ যাব বেলাৰুছৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাচেংকো। ২৪ নৱেম্বৰত তেওঁৰ প্ৰতিনিধি দলৰ ৮০ জন লোক দেশত উপস্থিত হয়। ইয়াৰ বাবেই পাকিস্তান চৰকাৰে পিটিআইৰ এই প্ৰতিবাদ বন্ধ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলায়।

এই প্ৰতিবাদ হিংসাত্মক ৰূপ ধাৰণ কৰাৰ লগতে আৰক্ষী আৰু পিটিআইৰ সমৰ্থকৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। কন্দুৱা গেছও নিৰ্গত হয়। সাৱধানতা অৱলম্বন কৰি চৰকাৰে ইছলামবাদ আৰু ৰাৱালপিণ্ডিত ইণ্টাৰনেট, মোবাইল সেৱা আৰু ৰাজহুৱা পৰিবহণ বন্ধ কৰি দিয়ে। সোমবাৰে ইছলামবাদ আৰু পঞ্জাৱ প্ৰদেশৰ সকলো বিদ্যালয়-মহাবিদ্যালয় বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে।

লগতে বিক্ষোভ বন্ধ কৰিবলৈ বৃহৎ সংখ্যক নিৰাপত্তা বাহিনী মোতায়েন কৰা হয়। সংসদ আৰু উচ্চতম ন্যায়ালয়কে ধৰি সকলো গুৰুত্বপূৰ্ণ চৰকাৰী ভৱনৰ নিৰাপত্তাৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে। মহানগৰীত ১৪৪ ধাৰা জাৰি কৰাৰ লগতে দুমাহৰ বাবে জনসমাৱেশ নিষিদ্ধ কৰা হয়।

পাকিস্তানী সংবাদ মাধ্যমৰ মতে, ইমৰাণ খানৰ পিটিআই দলৰ প্ৰতিবাদৰ বাবে বিগত ১৮ মাহত চৰকাৰী ৰাজকোষত ২.৭ বিলিয়ন পিকেআৰতকৈ অধিক লোকচান হৈছে। ইয়াৰ ভিতৰত ৰাজহুৱা আৰু ব্যক্তিগত সম্পত্তি ধ্বংস কৰাৰ খৰচো অন্তৰ্ভুক্ত।

Tags: Imran KhanPakistanPTI

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা
Top News

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

December 5, 2025
ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ
Top News

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

December 5, 2025
মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান
Top News

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

December 5, 2025
ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025