• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, April 28, 2026
22 °c
Guwahati
22 ° Wed
23 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পাকিস্তানত প্ৰতিবাদ, ৪ হাজাৰ ইমৰাণ খানৰ সমৰ্থকক আটক

Nation NE by Nation NE
November 25, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
‘Do or Die’: প্ৰতিবাদৰ বাবে পঞ্জাৱত জাৰি ১৪৪ ধাৰা, বিঘ্নিত ইন্টাৰনেট সেৱা
Share on FacebookShare on TwitterWhatsApp

পাকিস্তানত ২৪ নৱেম্বৰত কাৰাগাৰত থকা প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক মুকলি কৰি দিয়াৰ বাবে পাকিস্তান তেহৰিক-ই-ইনছাফ (পিটিআই)পাৰ্টিয়ে প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদ হিংসাত্মক ৰূপত পৰিণত হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৪ হাজাৰৰো অধিক পিটিআই সমৰ্থকক। তদুপৰি দেশত বিদ্যালয় বন্ধ কৰাৰ লগতে ইণ্টাৰনেটও বন্ধ কৰি দিয়া হৈছিল।

ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তানত ২৪ নৱেম্বৰত ৰাজধানী ইছলামবাদত প্ৰতিবাদ সাব্যস্ত কৰা হয়। এই প্ৰতিবাদ বন্ধ কৰিবলৈ চৰকাৰে আৰক্ষী বাহিনী মোতায়েন কৰিছিল। এগৰাকী নিৰাপত্তা বিষয়াই জনোৱা মতে, পাকিস্তান আৰক্ষীয়ে ৪ হাজাৰৰো অধিক সমৰ্থকক গ্ৰেপ্তাৰ কৰিছে। কাৰাবন্দী প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক মুক্তিৰ দাবীত এই প্ৰতিবাদ সাৱ্যস্ত কৰা হৈছিল।

পঞ্জাৱ প্ৰদেশৰ নিৰাপত্তা বিষয়া শ্বাহিদ নৱাজে সমৰ্থকসকলক গ্ৰেপ্তাৰ কৰাটো নিশ্চিত কৰিছে, য’ত ৫জন সাংসদও আছিল। এই বিক্ষোভ বন্ধ কৰিবলৈ চৰকাৰে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰে। কৰ্তৃপক্ষই ইছলামবাদক জাহাজৰ কণ্টেইনাৰেৰে বন্ধ কৰি দিয়ে আৰু পঞ্জাৱ আৰু খাইবাৰ পখতুনখোৱা প্ৰদেশৰ পিটিআইৰ দুৰ্গসমূহৰ সৈতে চহৰখনক সংযোগ কৰা ডাঙৰ পথসমূহ বন্ধ কৰি দিয়ে।

পিটিআই দলৰ প্ৰাক্তন মুৰব্বী ইমৰাণ খানে ১৩ নৱেম্বৰত এই প্ৰতিবাদৰ কথা ঘোষণা কৰিছিল, তেওঁ কয় যে- এইয়া দাসত্বৰ শিকলি ভাঙিবলৈ কৰা প্ৰতিবাদ। পিটিআই দলে চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিছে, যাতে তেওঁলোকৰ জেলত থকা নেতাসকলক মুকলি কৰি দিব পাৰে। ইমৰাণ খান যোৱা এবছৰ ধৰি ১৫০টাতকৈও অধিক গোচৰত কাৰাগাৰত বন্দী হৈ আছে।

২৫ৰ পৰা ২৭ নৱেম্বৰলৈ পাকিস্তান ভ্ৰমণলৈ যাব বেলাৰুছৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাচেংকো। ২৪ নৱেম্বৰত তেওঁৰ প্ৰতিনিধি দলৰ ৮০ জন লোক দেশত উপস্থিত হয়। ইয়াৰ বাবেই পাকিস্তান চৰকাৰে পিটিআইৰ এই প্ৰতিবাদ বন্ধ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলায়।

এই প্ৰতিবাদ হিংসাত্মক ৰূপ ধাৰণ কৰাৰ লগতে আৰক্ষী আৰু পিটিআইৰ সমৰ্থকৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। কন্দুৱা গেছও নিৰ্গত হয়। সাৱধানতা অৱলম্বন কৰি চৰকাৰে ইছলামবাদ আৰু ৰাৱালপিণ্ডিত ইণ্টাৰনেট, মোবাইল সেৱা আৰু ৰাজহুৱা পৰিবহণ বন্ধ কৰি দিয়ে। সোমবাৰে ইছলামবাদ আৰু পঞ্জাৱ প্ৰদেশৰ সকলো বিদ্যালয়-মহাবিদ্যালয় বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে।

লগতে বিক্ষোভ বন্ধ কৰিবলৈ বৃহৎ সংখ্যক নিৰাপত্তা বাহিনী মোতায়েন কৰা হয়। সংসদ আৰু উচ্চতম ন্যায়ালয়কে ধৰি সকলো গুৰুত্বপূৰ্ণ চৰকাৰী ভৱনৰ নিৰাপত্তাৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে। মহানগৰীত ১৪৪ ধাৰা জাৰি কৰাৰ লগতে দুমাহৰ বাবে জনসমাৱেশ নিষিদ্ধ কৰা হয়।

পাকিস্তানী সংবাদ মাধ্যমৰ মতে, ইমৰাণ খানৰ পিটিআই দলৰ প্ৰতিবাদৰ বাবে বিগত ১৮ মাহত চৰকাৰী ৰাজকোষত ২.৭ বিলিয়ন পিকেআৰতকৈ অধিক লোকচান হৈছে। ইয়াৰ ভিতৰত ৰাজহুৱা আৰু ব্যক্তিগত সম্পত্তি ধ্বংস কৰাৰ খৰচো অন্তৰ্ভুক্ত।

Tags: Imran KhanPakistanPTI

Related Posts

পাকিস্তানৰ বৰ্বৰতাঃ আফগানিস্তানত নিক্ষেপ মিছাইল, ৭ জনৰ প্ৰাণহানি
Top News

পাকিস্তানৰ বৰ্বৰতাঃ আফগানিস্তানত নিক্ষেপ মিছাইল, ৭ জনৰ প্ৰাণহানি

April 28, 2026
৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই
Top News

৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই

April 28, 2026
অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…
Top News

অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

April 28, 2026
উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?
Top News

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

April 28, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 28, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 28, 2026

শীৰ্ষ সংবাদ

পাকিস্তানৰ বৰ্বৰতাঃ আফগানিস্তানত নিক্ষেপ মিছাইল, ৭ জনৰ প্ৰাণহানি

৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই

অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025