• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, December 11, 2025
19 °c
Guwahati
19 ° Fri
19 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ছয় জনগোষ্ঠীক শীঘ্ৰে জনজাতি মৰ্যাদা প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰক আহ্বান সাংসদ গৌৰৱ গগৈৰ

Nation NE by Nation NE
November 27, 2024
in Top News, অসম
0 0
ছয় জনগোষ্ঠীক শীঘ্ৰে জনজাতি মৰ্যাদা প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰক আহ্বান সাংসদ গৌৰৱ গগৈৰ

সাংসদ গৌৰৱ গগৈৰ ফাইল ফটো।

Share on FacebookShare on TwitterWhatsApp

অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদানৰ প্ৰক্ৰিয়া খৰতকীয়া কৰিবলৈ কেন্দ্ৰক আহ্বান জনাইছে লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈয়ে ৷ যোৰহাটৰ সাংসদ গৰাকীয়ে অসমৰ আদিবাসী/চাহ জনজাতি, টাই আহোম, মৰাণ, মটক, চুতীয়া আৰু কোচ-ৰাজবংশী জনগোষ্ঠীক অনুসূচিত জনজাতিৰ কেন্দ্ৰীয় তালিকাত অন্তৰ্ভুক্ত কৰাৰ দাবী জনাই জনগোষ্ঠী ছয়টাক জনজাতিৰ মৰ্যাদা প্ৰদানৰ বিষয়টো পুনৰবাৰ লিখিতভাৱে দাখিল কৰিছে।

এই ছয়টা জনগোষ্ঠীয়ে অনুসূচিত জনজাতিৰ বৈশিষ্ট্যৰ অধিকাৰী হোৱাৰ লগতে আৰু কেইবা দশক ধৰি আৰ্থ-সামাজিকভাৱে পিছপৰি ৰোৱাৰ বাবে অসুবিধাৰ সন্মুখীন হৈছে বুলি সদৰি কৰিছে।

ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদানৰ বিষয়টো অসমত বিজেপি দলৰ অন্যতম নিৰ্বাচনী ইচ্ছ্যু হৈ আহিছে ৷ উল্লেখযোগ্য যে ২০১৯ চনৰ ৮ জানুৱাৰীত ৰাজ্যসভাত সংবিধান (অনুসূচিত জনজাতি) আদেশ (সংশোধনী) বিধেয়ক, ২০১৯ উত্থাপন কৰা হয়। এই বিধেয়কখনৰ উদ্দেশ্য আছিল অসমৰ অনুসূচিত জনজাতিৰ তালিকা সংশোধন কৰা, বিশেষভাৱে ছয় জনগোষ্ঠীয় জনগোষ্ঠীক অন্তৰ্ভুক্ত কৰা। সংসদত বিধেয়কখন গৃহীত হ’লে অসমৰ পৰা ছয় জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবী পূৰণৰ পথ প্ৰশস্ত হ’ব। ইতিমধ্যে ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি আয়োগেও(NCST) ছয় জনগোষ্ঠীৰ অন্তৰ্ভুক্তিৰ বাবে অনুমোদন জনাইছে।

সাংসদ গৌৰৱ গগৈয়ে উল্লেখ কৰে, “এই গুৰুত্বপূৰ্ণ আইন প্ৰণয়নত পলম হোৱাৰ ফলত এই প্ৰান্তীয় জনগোষ্ঠীসমূহৰ ওপৰত গভীৰ আৰু নেতিবাচক প্ৰভাৱ পৰিছে। ইয়াৰ ফলত এওঁলোকে আৰ্থ-সামাজিক বৈষম্যৰ সন্মুখীন হৈ আহিছে আৰু পৰ্যাপ্ত প্ৰতিনিধিত্ব লাভ কৰাৰ পৰা বঞ্চিত হৈছে। অনুসূচিত জনজাতি হিচাপে স্বীকৃতি দিলে ছয় জনগোষ্ঠীয়ে বহু প্ৰয়োজনীয় সাংবিধানিক সুৰক্ষা, সঁহাৰিমূলক ব্যৱস্থা, চৰকাৰী আঁচনি আৰু সম্পদৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব।’

সেয়ে সাংসদ গৰাকীয়ে এই বিধেয়কখন গৃহীত কৰাৰ ক্ষেত্ৰত খৰতকীয়া ব্যৱস্থা গ্ৰহণ কৰি ইয়াৰ আইনগত প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ চৰকাৰক টানি অনুৰোধ জনাই কয় যে বিধেয়কখন গৃহীত কৰাত লেহেমীয়া প্ৰক্ৰিয়া অব্যাহত থাকিলে ছয় জনগোষ্ঠীৰ দুখ দুৰ্দশাও অন্ত নপৰিব আৰু Shashwat বাবে আইন অনুযায়ী প্ৰত্যাশা পূৰণৰ বাবে বিধেয়কখন গৃহীত কৰাটোৱেই হ’ব চৰকাৰৰ মূল কাম।

Tags: Central GovtGaurav GogoiSixth Schedule

Related Posts

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা  হ’ব কাৰ্যকৰী…
Top News

December 11, 2025
ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ,  বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ
Top News

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

December 11, 2025
জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ
Top News

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

December 11, 2025
ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…
Top News

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

December 11, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

December 11, 2025
ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Top News

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

December 10, 2025

শীৰ্ষ সংবাদ

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025