• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, February 12, 2026
22 °c
Guwahati
22 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

    নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিৰোধ প্ৰদৰ্শনৰ মাজতে বাংলাদেশত আন এজন হিন্দু পূজাৰীক গ্ৰেপ্তাৰ

Nation NE by Nation NE
November 30, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
বিৰোধ প্ৰদৰ্শনৰ মাজতে বাংলাদেশত আন এজন হিন্দু পূজাৰীক গ্ৰেপ্তাৰ
Share on FacebookShare on TwitterWhatsApp

ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত শ্বেখ হাছিনা চৰকাৰ পতন হোৱাৰ পিছৰে পৰা আক্ৰমণ আৰু অত্যাচাৰৰ বলি হৈছে সংখ্যালঘু হিন্দুসকল। আধ্যাত্মিক নেতা চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰক লৈ চলি থকা প্ৰতিবাদৰ মাজতে বাংলাদেশৰ চট্টগ্ৰামৰ পৰা আৰু এজন হিন্দু পূজাৰীক গ্ৰেপ্তাৰ কৰাৰ খবৰ আহিছে।

গ্ৰেপ্তাৰ হোৱা পূজাৰীজনক শ্যাম দাস প্ৰভু বুলি চিনাক্ত কৰা হৈছে। জেইলত বন্দী হৈ থকা চিন্ময় কৃষ্ণ দাসক সাক্ষাত কৰিবলৈ গৈছিল শ্যাম দাসে। আৰু সেই অভিযোগতেই কোনো এৰেষ্ট ৱাৰেণ্ট নিদিয়াকৈ তেওঁক গ্ৰেপ্তাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।

এই ঘটনা সন্দৰ্ভত ইস্কন কলিকতাৰ উপাধ্যক্ষ তথা মুখপাত্ৰ ৰাধাৰমণ দাসে তেওঁৰ গ্ৰেপ্তাৰ সন্দৰ্ভত ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে আৰু এজন ব্ৰহ্মচাৰী শ্যাম দাস প্ৰভুক চট্টগ্ৰাম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

উল্লেখ্য যে, ইণ্টাৰনেশ্যনেল ছ’চাইটি ফৰ কৃষ্ণ কনচিয়াছনেছ চমুকৈ ইস্কনৰ প্ৰাক্তন সদস্য হিন্দু পূজাৰী চিন্ময় কৃষ্ণ দাসক সোমবাৰে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল। মঙলবাৰে তেওঁৰ জামিন দিবলৈ অস্বীকাৰ কৰাৰ পিছৰে ৰাজধানী ঢাকাসহ বাংলাদেশৰ বিভিন্ন অঞ্চলত হিন্দু লোকসকলে তীব্ৰ বিৰোধ প্ৰদৰ্শন অব্যাহত ৰাখিছে।

Tags: BangladeshHinduHindu Protest

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

February 12, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 11, 2026
এখন বিদ্যালয়ত নিৰ্বিচাৰ গু*লী*চা*লনা, আহত কেইবাজনো লোক
Top News

এখন বিদ্যালয়ত নিৰ্বিচাৰ গু*লী*চা*লনা, আহত কেইবাজনো লোক

February 11, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

February 11, 2026
প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…
Top News

প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

February 10, 2026
অন্ত পৰিল ভাৰত বনাম পাকিস্তানৰ খেলৰ বিতৰ্ক, ভাৰতৰ বিৰুদ্ধে খেলিবলৈ অমান্তি হোৱা পাকিস্তানে কিয় দিলে সন্মতি?

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

এখন বিদ্যালয়ত নিৰ্বিচাৰ গু*লী*চা*লনা, আহত কেইবাজনো লোক

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

অন্ত পৰিল ভাৰত বনাম পাকিস্তানৰ খেলৰ বিতৰ্ক, ভাৰতৰ বিৰুদ্ধে খেলিবলৈ অমান্তি হোৱা পাকিস্তানে কিয় দিলে সন্মতি?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025