• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
18 °c
Guwahati
18 ° Wed
18 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ISPL দ্বিতীয় ছিজনৰ বাবে চেন্নাই সিংঘমছ দলত চুক্তিবদ্ধ অসমৰ ডেভিড গগৈ

Nation NE by Nation NE
December 12, 2024
in Top News, অসম, ক্ৰীড়া
0 0
ISPL দ্বিতীয় ছিজনৰ বাবে চেন্নাই সিংঘমছ দলত চুক্তিবদ্ধ অসমৰ ডেভিড গগৈ
Share on FacebookShare on TwitterWhatsApp

অসমৰ টেনিছ বল ক্ৰিকেটৰ চিৰ পৰিচিত নাম ডেভিড গগৈয়ে পুনৰ এবাৰ উজলিল ৰাষ্ট্ৰীয় পৰ্যায়ত। টেনিছ বল ক্ৰিকেটক অধিক জনপ্ৰিয় কৰাৰ উদ্দেশ্যে বিগত বৰ্ষৰ পৰা আৰম্ভ হোৱা ইণ্ডিয়ান ষ্ট্ৰিট প্ৰিমিয়াৰ লীগ চমুকৈ ISPLত ডেভিড গগৈয়ে দ্বিতীয় ছিজনৰ বাবে চুক্তিবদ্ধ হ’ল চেন্নাই সিংঘমছ দলত।

বুধবাৰে মুম্বাইত অনুষ্ঠিত হোৱা নিলামত চেন্নাই সিংঘমছ দলে অসমৰ ডেভিড গগৈক ৪.২০ লাখ টকাত চুক্তিবদ্ধ কৰে। প্ৰতিযোগিতাখনৰ বাবে তেওঁৰ বেছ প্ৰাইজ আছিল ৩ লাখ টকা।

২০২৫ বৰ্ষৰ ছিজনৰ বাবে ৫৫ খন চহৰৰ মুঠ ৩৫০ গৰাকী ক্ৰিকেটাৰ নিলামৰ বাবে নিৰ্বাচিত হৈছিল। এইবাৰৰ নিলামত সৰ্বাধিক মূল্যত বিক্ৰী হোৱা ক্ৰিকেটাৰগৰাকী হৈছে অভিষেক কুমাৰ দালহোৰ। অনুভৱী অলৰাউণ্ডাৰগৰাকীক মাঝি মুম্বাই দলে ২০,৫০,০০০ টকাত ক্ৰয় কৰে।

নিলামত দ্বিতীয় সৰ্বাধিক মূল্যত বিক্ৰী হয় কেটন মাত্ৰে। তেওঁক চেন্নাই চিংঘমছে ১৭.২৫ লাখ টকাত ক্ৰয় কৰে। ফালকন ৰাইজাৰ্ছ হায়দৰাবাদ দলে ইৰফান উমেইৰক ১৬.৫০ লাখ টকাত ক্ৰয় কৰে। আগন্তুক ছিজনৰ বাবে তৃতীয় সৰ্বাধিক মূল্যত বিক্ৰী হোৱা ক্ৰিকেটাৰ হৈছে ইৰফান।

ইণ্ডিয়ান ষ্ট্ৰিট প্ৰিমিয়াৰ লীগ (ISPL) হৈছে ভাৰতত অনুষ্ঠিত হোৱা T10 টেনিছ বল ক্ৰিকেট লীগ। দেশৰ চুকে কোণে সিচৰিত হৈ থকা উদীয়মান ক্ৰিকেট প্ৰতিভাক এখন উপযুক্ত প্লেটফৰ্ম উপহাৰ দিয়াৰ লক্ষ্যৰে প্ৰথমবাৰৰ বাবে ২০২৪ চনত আৰম্ভ হৈছিল এই লীগ।

এই প্ৰতিযোগিতাখনৰ আৰম্ভণি ছিজনত ডিব্ৰুগড়ৰ সন্তান ডেভিড গগৈয়ে বলিউদৰ অভিনেতা অমিতাভ বচ্চন মালিকানাধীন মাঝি মুম্বাইৰ হৈ অংশগ্ৰহণ কৰিছিল। প্ৰথম ছিজনত ডেভিড গগৈৰ দল মাঝি মুম্বাইয়ে ৰানাৰ্ছ আপৰ খিতাপ দখল কৰিছিল। চেম্পিয়ন হৈছিল টাইগাৰ্ছ অৱ কলিকতা।

ISPLৰ প্ৰথম ছিজনত ৩ লাখ টকাত বিক্ৰী হোৱা ডেভিড গগৈয়ে এইবাৰ ৪.২০ লাখ টকাত চেন্নাই সিংঘমছ দলত চুক্তি হোৱাক লৈ অসমৰ ক্ৰিকেট অনুৰাগীৰ মাজত আনন্দৰ লহৰ উঠা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে, যোৱাবাৰ এই প্ৰতিযোগিতাখনৰ মূল সমিটিৰ সদস্য হিচাপে আছিল ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ, বিচিচিআইৰ কোষাধ্যক্ষ আশীষ শ্বেলাৰ আৰু আমোল কালে। আনহাতে ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ প্ৰাক্তন মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীক প্ৰতিযোগিতাখনৰ চিফ মেণ্টৰ হিচাপে নিযুক্তি দিয়া হৈছিল।

ছয়টা দলৰ মাজত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাখন। দল কেইটা হৈছে-

বেংগালোৰ ষ্ট্ৰাইকাৰ্ছ- মালিক- ঋত্বিক ৰোশন

চেন্নাই সিংঘমছ- মালিক- দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতা সুৰিয়া

ফালকন ৰাইজাৰ্ছ হায়দৰাবাদ- মালিক- ৰাম চৰণ

টাইগাৰ্ছ অৱ কলিকতা- মালিক- চেইফ আলী খান আৰু কৰিণা কাপুৰ খান

মাঝি মুম্বাই- মালিক- অমিতাভ বচ্চন

শ্ৰীনগৰ কে বীৰ- মালিক- অক্ষয় কুমাৰ

Tags: #AssamChennai SingamsDevid GogoiDibrugarhISPLTennis Ball Cricket

Related Posts

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

December 8, 2025
আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

December 8, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025

শীৰ্ষ সংবাদ

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025