• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, April 29, 2026
23 °c
Guwahati
22 ° Thu
22 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কেৰিয়াৰৰ শেষৰখন টেষ্টত টিম ছাউথিয়ে স্পৰ্শ কৰিলে গেইলৰ অভিলেখ…

Nation NE by Nation NE
December 14, 2024
in Top News, ক্ৰীড়া
0 0
কেৰিয়াৰৰ শেষৰখন টেষ্টত টিম ছাউথিয়ে স্পৰ্শ কৰিলে গেইলৰ অভিলেখ…
Share on FacebookShare on TwitterWhatsApp

নিউজিলেণ্ডৰ তাৰকা বেগী বলাৰ টিম চাউথিয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ অন্তিমখন টেষ্ট মেচ ইংলেণ্ডৰ বিৰুদ্ধে খেলি আছে। সম্প্ৰতি তিনিখন টেষ্ট শৃংখলাৰ বাবে নিউজিলেণ্ড ভ্ৰমণত আছে ইংলেণ্ড। শৃংখলাৰ তৃতীয় আৰু অন্তিমখন টেষ্ট হেমিল্টনৰ চেড্ডন পাৰ্কত অনুষ্ঠিত হৈ আছে।

টিম ছাউথিৰ এইখন কেৰিয়াৰৰ অন্তিমখন টেষ্ট আৰু এই টেষ্টখনতেই তেওঁ ইতিহাস সৃষ্টি কৰি ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন বেটছমেন ক্ৰিছ গেইলৰ অভিলেখ স্পৰ্শ কৰে।

প্ৰকৃততে টিম ছাউথিয়ে টেষ্ট ক্ৰিকেটত ছয় কোবোৱাৰ ক্ষেত্ৰত ক্ৰিছ গেইলৰ অভিলেখক স্পৰ্শ কৰে। ইংলেণ্ডৰ বিৰুদ্ধে খেলা তৃতীয়খন টেষ্টৰ প্ৰথম ইনিংছত বেটিং কৰি ছাউথিয়ে ১০টা বলত ১টা চাৰি আৰু ৩টা ছয়ৰ সহায়ত ২৩ ৰান সংগ্ৰহ কৰে। এই ৩টা ছয়ৰ জৰিয়তে ছাউথিয়ে গেইলৰ অভিলেখ স্পৰ্শ কৰে। টেষ্ট কেৰিয়াৰত গেইলে ৯৮টা ছয় কোবাইছিল। আন্তঃৰাষ্ট্ৰীয় টেষ্টত ছাউথিৰ নামতো আছে ৯৮টা ছয়।

মন কৰিবলগীয়া কথাটো হ’ল যে ছাউথিৰ কেৰিয়াৰৰ শেষৰখন টেষ্টত এতিয়াও আৰু এটা ইনিংছ বাকী আছে। এনে পৰিস্থিতিত যদি তেওঁ দ্বিতীয় ইনিংছত বেটিং কৰাৰ সুযোগ পায়, তেন্তে তেওঁ মাত্ৰ এটা ছয় কোবালেই গেইলৰ অভিলেখ ভংগ কৰিব পাৰিব।

ইয়াৰ উপৰি তেওঁ দ্বিতীয় ইনিংছত ২টা ছয় কোবাবলৈ সক্ষম হ’লে ছয় কোবোৱাৰো শতক সম্পূৰ্ণ কৰিব পাৰিব।

টেষ্ট ক্ৰিকেটত সৰ্বাধিক ছয় কোবোৱাৰ অভিলেখ বৰ্তমানৰ ইংলেণ্ডৰ অধিনায়ক বেন ষ্ট’কছৰ নামত আছে। ষ্ট’কে এতিয়ালৈকে ১৩৩টা ছয় কোবাইছে।

টেষ্ট ক্ৰিকেটত সৰ্বাধিক ছয় কোবোৱা ক্ৰিকেটাৰ

বেন ষ্ট’কছ- এতিয়ালৈকে ১৩৩টা ছয়

ব্ৰেণ্ডন মেককালাম- ১০৭ ছয়

এডাম গিলক্ৰিষ্ট- ১০০ ছয়

টিম ছাউথি- এতিয়ালৈকে ৯৮টা ছয়

ক্ৰিছ গেইল- ৯৮ ছয়

টিম ছাউথীৰ টেষ্ট কেৰিয়াৰ

ছাউথিয়ে নিজৰ কেৰিয়াৰত ১০৬খন টেষ্ট খেলিছে আৰু ইংলেণ্ডৰ বিৰুদ্ধে ১০৭ সংখ্যক টেষ্ট (কেৰিয়াৰৰ শেষৰখন) খেলি আছে। এতিয়ালৈকে খেলা ১০৬খন টেষ্টত বলাৰগৰাকীয়ে ৩৮৯টা উইকেট দখল কৰিছে।

ইয়াৰ উপৰি ১৫৪টা ইনিংছত বেটিং কৰি ২২২০ ৰান সংগ্ৰহ কৰিছে। এই সময়ছোৱাত ছাউথিয়ে ৭টা অৰ্ধশতক অৰ্জন কৰিছে।

Tags: Chris GayleTest MatchTim Southee

Related Posts

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…
Top News

April 29, 2026
কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 29, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 29, 2026

শীৰ্ষ সংবাদ

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025