• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, May 1, 2026
22 °c
Guwahati
23 ° Sat
22 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নতুন বছৰৰ পৰা নতুন ব্যৱস্থা, পুৰীৰ জগন্নাথ মন্দিৰ দৰ্শন কৰাটো হৈ উঠিব সহজ

Nation NE by Nation NE
December 23, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
নতুন বছৰৰ পৰা নতুন ব্যৱস্থা, পুৰীৰ জগন্নাথ মন্দিৰ দৰ্শন কৰাটো হৈ উঠিব সহজ
Share on FacebookShare on TwitterWhatsApp

ওড়িশাৰ পুৰীৰ জগন্নাথ মন্দিৰ দৰ্শন কৰাটো এতিয়া দৰ্শনাৰ্থীৰ বাবে সহজ হৈ পৰিব। ইয়াৰ বাবে চৰকাৰে নতুন বছৰৰ পৰা নতুন পদক্ষেপ ল’বলৈ ওলাইছে, যাৰ অধীনত নতুন ব্যৱস্থা ৰূপায়ণ কৰা হ’ব।

দৰ্শনৰ বাবে ভক্তসকলক উন্নত সুবিধা প্ৰদানৰ বাবে পুৰীৰ জগন্নাথ মন্দিৰত নতুন ব্যৱস্থা আৰম্ভ কৰিব। দেওবাৰে এই তথ্য দিলে ৰাজ্যৰ আইন মন্ত্ৰী পৃথ্বীৰাজ হৰিচন্দনে। এই সন্দৰ্ভত হৰিচন্দনে কয় যে, চৰকাৰে ১ জানুৱাৰীৰ পৰা জগন্নাথ মন্দিৰ ভ্ৰমণৰ নতুন ব্যৱস্থা আৰম্ভ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে।

লগতে তেওঁ কয় যে ২৭ বা ২৮ ডিচেম্বৰৰ ভিতৰত সকলো প্ৰয়োজনীয় কাম সম্পূৰ্ণ হ’ব। পৰীক্ষামূলক ভিত্তিত ৩০ আৰু ৩১ ডিচেম্বৰৰ পৰা দুদিনৰ বাবে এই নতুন ব্যৱস্থা আৰম্ভ কৰা হ’ব। ইয়াৰ পিছতে ১ জানুৱাৰীৰ পৰা অৰ্থাৎ অহা বছৰৰ পৰা নতুন দৰ্শন ব্যৱস্থা সম্পূৰ্ণৰূপে কাৰ্যকৰী হ’ব। এই পদক্ষেপৰ অধীনত মন্দিৰলৈ অহা মহিলা, শিশু, বিশেষভাৱে সক্ষম আৰু জ্যেষ্ঠ নাগৰিকৰ বাবেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

এতিয়া এই নতুন ব্যৱস্থা অনুযায়ী ভক্তসকলে জগন্নাথ মন্দিৰত বৰ্তমানৰ দুৱাৰেদি প্ৰৱেশ কৰিব পাৰিব, আনহাতে বাহিৰলৈ ওলাই আহিবলৈ দুখন পৃথক দুৱাৰ থাকিব।

এই সিদ্ধান্ত কেৱল ভক্তসকলৰ সুবিধাৰ্থে গ্ৰহণ কৰা হৈছে। ভক্তসকলে দৰ্শন কৰোঁতে প্ৰায়ে ভিৰৰ সন্মুখীন হ’বলগীয়া হয়। ইয়াৰ বাবেই বহু সময়ত ভক্তসকলে অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়।

Tags: Jagannath TempleOdishaPuri

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026
অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?
Top News

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

April 30, 2026
দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে
Top News

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

April 30, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 30, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 30, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025