• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ঢেকীয়াজুলিত কিশোৰীৰে কুকৰ্ম কৰা ৫ পাষণ্ড সাৰি যাব নোৱাৰিব

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ বাক্যবাণ

Nation NE by Nation NE
June 27, 2024
in Top News, অসম
0 0
ঢেকীয়াজুলিত কিশোৰীৰে কুকৰ্ম কৰা ৫ পাষণ্ড সাৰি যাব নোৱাৰিব

ঢেকীয়াজুলিৰ ঘটনাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পোষ্ট

Share on FacebookShare on TwitterWhatsApp

টিউশ্যনৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত কিশোৰীৰ সৈতে কুকৰ্ম সংঘটিত কৰিছিল ৫ পাষণ্ডই। ঢেকীয়াজুলিৰ অৰুণা চাহ বাগিচাৰ ভয়ংকৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ অসম।

দলবদ্ধভাবে ৫ পাষণ্ডই কুকৰ্ম সংঘটিত কৰে কিশোৰীগৰাকীৰ সৈতে। এই ঘটনা পোহৰলৈ অহাৰ পিছতে সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষ্য প্ৰদান কৰিছে যে কোনো কাৰণতে সাৰি যাব নোৱাৰিব ৫ পাষণ্ড। ৫ পাষণ্ডৰ এটা পাষণ্ডক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰক্ষী। আন চাৰিটা পাষণ্ডক দিনে নিশাই বিচাৰিছে আৰক্ষীয়ে। ঢেকীয়াজুলিৰ ১নং পলাশবস্তিৰ ছহিদুল ইছলাম নামৰ পাষণ্ডটোৰ সৈতে আন চাৰিটা পাষণ্ডই সংঘটিত কৰিছিল জঘন্য কাণ্ড। ঢেকীয়াজুলি আৰক্ষীয়ে ছহিদুল ইছলামৰ নামৰ পাষণ্ডক কৰায়ত্ত কৰাৰ উপৰিও আন চাৰিটা পাষণ্ডক বিচাৰি অভিযান তীব্ৰতৰ কৰি তুলিছে আৰক্ষীয়ে। আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়াত ঘটনাক লৈ কৰিছে মন্তব্য। দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি বিহা হ’ব বুলি হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ভয়ানক ঘটনাৰ বলি হোৱা কিশোৰী আৰু কিশোৰীগৰাকীৰ পৰিয়ালক সুৰক্ষা প্ৰদান কৰাৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে বুলিও মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ।

Tags: #dhekiajuli #himantabiswasarma

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025