• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, May 1, 2026
22 °c
Guwahati
24 ° Sun
24 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ঢেকীয়াজুলিত কিশোৰীৰে কুকৰ্ম কৰা ৫ পাষণ্ড সাৰি যাব নোৱাৰিব

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ বাক্যবাণ

Nation NE by Nation NE
June 27, 2024
in Top News, অসম
0 0
ঢেকীয়াজুলিত কিশোৰীৰে কুকৰ্ম কৰা ৫ পাষণ্ড সাৰি যাব নোৱাৰিব

ঢেকীয়াজুলিৰ ঘটনাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পোষ্ট

Share on FacebookShare on TwitterWhatsApp

টিউশ্যনৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত কিশোৰীৰ সৈতে কুকৰ্ম সংঘটিত কৰিছিল ৫ পাষণ্ডই। ঢেকীয়াজুলিৰ অৰুণা চাহ বাগিচাৰ ভয়ংকৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ অসম।

দলবদ্ধভাবে ৫ পাষণ্ডই কুকৰ্ম সংঘটিত কৰে কিশোৰীগৰাকীৰ সৈতে। এই ঘটনা পোহৰলৈ অহাৰ পিছতে সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষ্য প্ৰদান কৰিছে যে কোনো কাৰণতে সাৰি যাব নোৱাৰিব ৫ পাষণ্ড। ৫ পাষণ্ডৰ এটা পাষণ্ডক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰক্ষী। আন চাৰিটা পাষণ্ডক দিনে নিশাই বিচাৰিছে আৰক্ষীয়ে। ঢেকীয়াজুলিৰ ১নং পলাশবস্তিৰ ছহিদুল ইছলাম নামৰ পাষণ্ডটোৰ সৈতে আন চাৰিটা পাষণ্ডই সংঘটিত কৰিছিল জঘন্য কাণ্ড। ঢেকীয়াজুলি আৰক্ষীয়ে ছহিদুল ইছলামৰ নামৰ পাষণ্ডক কৰায়ত্ত কৰাৰ উপৰিও আন চাৰিটা পাষণ্ডক বিচাৰি অভিযান তীব্ৰতৰ কৰি তুলিছে আৰক্ষীয়ে। আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়াত ঘটনাক লৈ কৰিছে মন্তব্য। দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি বিহা হ’ব বুলি হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ভয়ানক ঘটনাৰ বলি হোৱা কিশোৰী আৰু কিশোৰীগৰাকীৰ পৰিয়ালক সুৰক্ষা প্ৰদান কৰাৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে বুলিও মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ।

Tags: #dhekiajuli #himantabiswasarma

Related Posts

যিমানেই শক্তি নাথাকক, ভয় নাখায় ইৰাণে; আলোচনা সফল নোহোৱাৰ পিছতেই কিয় এনেদৰে ক’লে ইৰাণৰ কৰ্তৃপক্ষই?
Top News

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

May 1, 2026
মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…
Top News

মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…

May 1, 2026
বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন
Top News

বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন

May 1, 2026
খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত
Top News

খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত

May 1, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026
অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?
Top News

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

April 30, 2026

শীৰ্ষ সংবাদ

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…

বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন

খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025