• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

২০২৫ চনৰ প্ৰথম সপ্তাহতেই গাজা যুদ্ধত ২০০ৰো অধিক পেলেষ্টাইনী লোকে হেৰুৱালে প্ৰাণ

Nation NE by Nation NE
January 6, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
২০২৫ চনৰ প্ৰথম সপ্তাহতেই গাজা যুদ্ধত ২০০ৰো অধিক পেলেষ্টাইনী লোকে হেৰুৱালে প্ৰাণ
Share on FacebookShare on TwitterWhatsApp

গাজা যুদ্ধৰ এবছৰতকৈও অধিক সময় পাৰ হৈ গৈছে, যদিও হতাহতৰ সংখ্যা বৃদ্ধি পাইছে। ডোহাত চলি থকা যুদ্ধবিৰতিৰ আলোচনাৰ মাজতে নৱবৰ্ষৰ মাত্ৰ ৫ দিনৰ ভিতৰতে ইজৰাইলৰ আক্ৰমণত ২০০ৰো অধিক পেলেষ্টাইনী লোকে প্ৰাণ হেৰুৱাইছে।

গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে ৭ অক্টোবৰৰ পৰা প্ৰাণ হেৰুওৱা পেলেষ্টাইনীসকলৰ তথ্য প্ৰকাশ কৰিছে। তথ্য অনুসৰি, সমগ্ৰ যুদ্ধৰ সময়ছোৱাত ইজৰাইলৰ আক্ৰমণত এতিয়ালৈকে ৪৫,৮০০ পেলেষ্টাইনী লোকৰ প্ৰাণহানি হৈছে আৰু ১০৯,০০০ লোক আহত হৈছে।

মন্ত্ৰালয়ৰ বিবৃতিত কোৱা হৈছে যে, ২০২৩ চনৰ অক্টোবৰৰ পৰা গাজাত ইজৰাইলী সৈন্যৰ আক্ৰমণৰ বলি হোৱা লোকৰ সংখ্যা ৪৫,৮০৫ জন হৈছেগৈ, য’ত ১০৯,০৬৪ জন আহত হৈছে। সংস্থাটোৱে লগতে জোৰ দি কয় যে, বিগত ২৪ ঘন্টাত যুদ্ধবিধ্বস্ত অঞ্চলটোত ইজৰাইলে আক্ৰমণত ৮৮ জন পেলেষ্টাইনী নিহত আৰু ২০৮ জন আহত হৈছে।

২০২৩ চনৰ ৭ অক্টোবৰত পেলেষ্টাইনী গোট হামাছৰ যোদ্ধাসকলে ইজৰাইলৰ ভূখণ্ডত হঠাৎ আক্ৰমণ কৰাৰ পিছত এই যুদ্ধ আৰম্ভ হৈছিল। হামাছৰ আক্ৰমণত প্ৰায় ১২০০ ইজৰাইলী নিহত হোৱাৰ লগতে ২৪০ৰো অধিক লোকক পণবন্দী কৰি ৰখা হয়।

উল্লেখ্য যে, হামাছে জেৰুজালেমৰ পুৰণি চহৰত অৱস্থিত আল-আকছা মছজিদৰ বিৰুদ্ধে ইজৰাইল কৰ্তৃপক্ষৰ আক্ৰমণাত্মক কাৰ্য্যৰ প্ৰতিক্ৰিয়া বুলি অভিহিত কৰিছে। ইয়াৰ পিছত ইজৰাইলে যুদ্ধ ঘোষণা কৰি ২৩ লাখ পেলেষ্টাইনী বসবাস কৰা গাজা ষ্ট্ৰিপ সম্পূৰ্ণৰূপে অৱৰোধ কৰে, তাৰ পিছত ইজৰাইলে গাজাত আজিলৈকে স্থলভিত্তিক পদক্ষেপ অব্যাহত ৰাখিছে। ইয়াৰ উপৰিও ইজৰাইলে লেবানন আৰু ছিৰিয়াৰ কিছু অংশত বিমান আক্ৰমণ আৰম্ভ কৰিছে আৰু পশ্চিম পাৰতো সংঘৰ্ষ চলি আছে।

Tags: GAZAPalestineWar

Related Posts

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?
Top News

March 13, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026
‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

শীৰ্ষ সংবাদ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025