• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, May 1, 2026
22 °c
Guwahati
23 ° Sat
22 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

তিৰুপতি মন্দিৰত ভয়ংকৰ ঘটনা; পদপিষ্ট হৈ ৬ জনৰ মৃত্যু, ৩০ জনৰো অধিক আহত

Nation NE by Nation NE
January 9, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
তিৰুপতি মন্দিৰত ভয়ংকৰ ঘটনা; পদপিষ্ট হৈ ৬ জনৰ মৃত্যু, ৩০ জনৰো অধিক আহত
Share on FacebookShare on TwitterWhatsApp

অন্ধ্ৰপ্ৰদেশৰ তিৰুপতি মন্দিৰত সংঘটিত হৈছে এক কৰুণ ঘটনা। মন্দিৰত টিকট বিতৰণক কেন্দ্ৰ কৰি সৃষ্টি হোৱা অভাৱনীয় পৰিস্থিতিৰ ফলত ৬ জন ভক্তৰ মৃত্যু হৈছে। পদপিষ্টৰ এই ঘটনাটোত ৩০ জনৰো অধিক লোক আহত হয়। আহতসকলৰ মাজৰ কিছু সংখ্যকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, বৈকুণ্ঠ একাদশীত তীৰ্থযাত্ৰীসকলে বৈকুণ্ঠ দ্বাৰ ভ্ৰমণৰ সুযোগ লাভ কৰে। তিৰুপতি মন্দিৰৰ বৈকুণ্ঠ দ্বাৰ দৰ্শনৰ বাবে যাত্ৰীসকলে আগতীয়াকৈ ক্ৰয় কৰিব লাগে টিকট। ইয়াৰ বাবে বুধবাৰে ৰাতিপুৱাৰে পৰা মন্দিৰৰ সন্মুখত দৰ্শকে অভাৱনীয় ভিৰ কৰা পৰিলক্ষিত হয়।

সন্ধিয়াৰ ভাগত টিকট চেণ্টাৰৰ সন্মুখত ভিৰ অনিয়ন্ত্ৰিত হয় আৰু টিকট বিতৰণক কেন্দ্ৰ কৰি আৰম্ভ হৈছিল প্ৰচণ্ড ঠেলা হেঁচা। টিকটৰ বাবে হোৱা হেতা ওপৰাত পৰিস্থিতি নিয়ন্ত্ৰনৰ বাহিৰলৈ যায় আৰু ফলত পদপিষ্ট হৈ ৬ জন লোকৰ মৃত্যু হয়। মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

ইফালে এই কৰুণ ঘটনাটো সন্দৰ্ভত মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নায়ডুৱে শোক প্ৰকাশ কৰিছে। ঘটনা সংঘটিত হোৱাৰ পিছতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত উদ্ধাৰকাৰী দলে ঘটনাস্থলত উপস্থিত হৈ উদ্ধাৰকাৰ্য চলায়। ইফালে আহতসকলক শ্ৰী ভেংকটেশ্বৰ ৰামনাৰায়ণ ৰুইয়া হাস্পতালত ভৰ্তি কৰোৱা হয়।

বুধবাৰে নিশা প্ৰায় ৮ বজাত সংঘটিত এই ঘটনাৰ পিছতে তীৰ্থযাত্ৰীসকলৰ মাজত এক আতংকময় পৰিৱেশে বিৰাজ কৰে। ইফালে আজি দুপৰীয়া ৰাজ্যখনৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নায়ডুৱে ঘটনাস্থলত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ;চিকিসাধীন হৈ থকা আহতসকলকো সাক্ষাত কৰে।

এই কৰুণ ঘটনাটোত মৃত্যু হোৱা লোকসকলৰ আত্মীয়লৈ ২৫ লাখ টকাকৈ এককালীন সাহায্য প্ৰদানৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নায়ডুৱে।

Tags: #StampedeTirupatitirupati temple

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026
অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?
Top News

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

April 30, 2026
দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে
Top News

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

April 30, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 30, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 30, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025