• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, April 29, 2026
22 °c
Guwahati
23 ° Thu
25 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

৫ বছৰ ধৰি লিভ-ইন ৰিলেচনশ্বিপত থকা প্ৰেমিকাৰ সৈতে ভয়ংকৰ কাণ্ড, ১০ মাহ ধৰি ৰাখিলে ফ্ৰীজত

Nation NE by Nation NE
January 11, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
৫ বছৰ ধৰি লিভ-ইন ৰিলেচনশ্বিপত থকা প্ৰেমিকাৰ সৈতে ভয়ংকৰ কাণ্ড, ১০ মাহ ধৰি ৰাখিলে ফ্ৰীজত
Share on FacebookShare on TwitterWhatsApp

মধ্যপ্ৰদেশৰ দেৱাছত বন্ধ কোঠাত ৰখা এটা ফ্ৰীজত এগৰাকী যুৱতীৰ দেহ উদ্ধাৰ হোৱাত এক চাঞ্চল্য বিয়পি পৰে। ১০ মাহ পূৰ্বে যুৱতীগৰাকীৰ প্ৰেমিকে এই ভয়ংকৰ কাণ্ড সংঘটিত কৰি দেহটো ফ্ৰীজত ৰাখি থৈছিল।

যুৱতীগৰাকীৰ নাম পিংকী ওৰফে প্ৰতিভা প্ৰজাপতি।তেওঁ নিজৰ প্ৰেমিক সঞ্জয় পাটিদাৰৰ সৈতে ইন্দোৰৰ ভাৰাঘৰত লিভ ইনত আছিল। যুৱতীগৰাকীৰ প্ৰেমিকেয়ে নিজৰ বন্ধুৰ সৈতে লগ লাগি এই ভয়ংকৰ ঘটনা সংঘটিত কৰা বুলি অভিযোগ উত্থাপিত হৈছে।ইতিমধ্যে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।

এই ঘটনাটো দেৱাছ চহৰৰ বাইপাছ পথত অৱস্থিত বৃন্দাবন ধাম কলনীৰ। শুকুৰবাৰে পুৱা বলবীৰ সিঙ নামৰ এজন লোকে বন্ধ কোঠাৰ পৰা অহা দুৰ্গন্ধৰ বিষয়ে আৰক্ষীক অভিযোগ দিছিল। ইয়াৰ পিছতেই বেংক নোট প্ৰেছ আৰক্ষী থানাৰ আৰক্ষী সেই স্থানত উপস্থিত হৈ কোঠাটো খুলি দি ফ্ৰীজৰ পৰা যুৱতীগৰাকীৰ দেহ উদ্ধাৰ কৰে।

ঘটনাস্থলীত উপস্থিত হৈ এফ এছ এলৰ দলে পুংখানুপুংখ তদন্তৰ অন্তত প্ৰমাণ সংগ্ৰহ কৰে। বুধবাৰে নিশাৰ পৰা ফ্ৰীজৰ পৰা দুৰ্গন্ধ ওলাই থকা বুলি আৰক্ষীক জনাই বলবীৰে।

আৰক্ষীয়ে জানিবলৈ দিয়ে যে,  ২০২৩ চনৰ জুলাই মাহত ঘৰৰ মালিক ধীৰেন্দ্ৰ শ্ৰীবাস্তৱে সঞ্জয় পাটিদাৰক এই ঘৰটো ভাড়ালৈ দিছিল। ২০২৪ চনৰ জুন মাহতেই সঞ্জয়ে ঘৰটো খালী কৰিছিল যদিও ফ্ৰীজকে ধৰি কোঠাত কিছু সামগ্ৰী এৰি থৈ গৈছিল। এই ফ্ৰীজতে উদ্ধাৰ হয় যুৱতীগৰাকীৰ দেহ। এই সময়ছোৱাত সঞ্জয় এই ঘৰটোলৈ আহিছিল যদিও ঘৰটো সম্পূৰ্ণ খালী কৰা নাছিল।

বলবীৰৰ তথ্যত আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। তদন্তৰ সময়ত আৰক্ষীয়ে জানিবলৈ পাই যে, ২০২৪ চনৰ মাৰ্চ মাহৰ পৰা প্ৰতিভাক কোনেও দেখিবলৈ পোৱা নাছিল। ইফালে সঞ্জয়ে ওচৰ-চুবুৰীয়াক প্ৰতিভা নিজৰ ঘৰলৈ যোৱা বুলি কৈছিল।

উল্লেখ্য যে, উজ্জয়িনীৰ পৰা গ্ৰেপ্তাৰ হোৱা সঞ্জয় পাটিদাৰে প্ৰতিভাৰ সৈতে পাঁচ বছৰ ধৰি লিভ ইন সম্পৰ্কত থকা বুলি জানিবলৈ দিয়ে। তিনিবছৰ উজ্জয়িনীত প্ৰতিভাক ৰখাৰ পিছত দুবছৰ পূৰ্বে প্ৰতিভাক দেৱাছলৈ লৈ আহিছিল। সঞ্জয়ে জনোৱা মতে, ২০২৪ চনৰ জানুৱাৰী মাহৰ পৰা প্ৰতিভাই তেওঁক বিয়াৰ বাবে হেঁচা প্ৰয়োগ কৰি আছিল। ইয়াকে লৈ বিৰক্ত হৈ পৰিছিল সঞ্জয়। কিয়নো তেওঁ ইতিমধ্যে বিবাহিত।

অভিযুক্তই জনোৱা মতে, তেওঁ বন্ধু বিনোদ ডেভৰ সৈতে এই হত্যাকাণ্ডৰ পৰিকল্পনা কৰিছিল। মাৰ্চ মাহত প্ৰতিভাক ভাড়াঘৰত ডিঙি চেপি হত্যা কৰি দেহটো ফ্ৰীজত কাপোৰেৰে ঢাকি থৈ দিয়া বুলি কয় সঞ্জয়ে। বৰ্তমানেও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ইফালে যুৱতীগৰাকীৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিছে চিকিৎসকৰ দলে।

Tags: live-in-relationMadhya PradeshMurder

Related Posts

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…
Top News

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

April 29, 2026
কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?
Top News

কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

April 29, 2026
নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস
Top News

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

April 29, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 29, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 29, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 29, 2026

শীৰ্ষ সংবাদ

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025