• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, May 1, 2026
22 °c
Guwahati
23 ° Sat
22 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইছলামবিৰোধী গ্ৰন্থ আঁকোৱালি নলয় মুছলমানে!

Nation NE by Nation NE
February 12, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ইছলামবিৰোধী গ্ৰন্থ আঁকোৱালি নলয় মুছলমানে!
Share on FacebookShare on TwitterWhatsApp
পুনৰ এবাৰ বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে বাংলাদেশৰ লেখিকা তছলিমা নাছৰিন। শেহতীয়াকৈ প্ৰকাশ পাইছে তছলিমা নাছৰিনৰ নতুন গ্ৰন্থ চুম্বন। মূলতঃ বাংলা ভাষাত লিখা এই গ্ৰন্থখনৰ নাম হৈছে চুম্বন। এই গ্ৰন্থখনৰ হিন্দী অনুবাদো আছে। এই গ্ৰন্থখনত তছলিমাৰ কিছুমান কাহিনীৰ সংকলনো আছে।
লেখিকাগৰাকীৰ গ্ৰন্থ থকাৰ বাবে বাংলাদেশত ভাঙি দিয়া হয় গ্ৰন্থমেলাৰ কিতাপৰ বিপণি। পিছে একাংশ বাংলাদেশীলোকে এই গ্ৰন্থক মুছলমানবিৰোধী গ্ৰন্থ আখ্যা দিছে। গ্ৰন্থমেলাত ফালি-ছিৰি দলিয়াই পেলোৱা হয় এই গ্ৰন্থখন।বাংলাদেশৰ বিখ্যাত অমৰ ২১ গ্ৰন্থমেলাত এই ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে।
ইফালে গ্ৰন্থমেলাৰ বিপনীত হোৱা আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহনা দিছে বাংলাদেশৰ অন্তৱৰ্তীকালীন মহম্মদ ইউনুছ চৰকাৰে। এই আক্ৰমণ হৈছে বাংলাদেশৰ নাগৰিকৰ অধিকাৰ আৰু দেশৰ আইনৰ প্ৰতি এক চূড়ান্ত অপমান। গতিকে বাংলাদেশ চৰকাৰে এই আক্ৰমণক উচিত তদন্তৰ নিৰ্দেশ দিছে।
আৰক্ষী আৰু প্ৰত্যক্ষদৰ্শীৰ মতে, একাংশ লোক গ্ৰন্থমেলাৰ এই কিতাপৰ বিপণিলৈ আহি তছলিমা নাছৰিনৰ গ্ৰন্থ দেখি ক্ষোভিত হৈ পৰে। ইয়াৰ পিছতেই বিক্ৰেতাক তছলিমাৰ কিতাপ কিয় ৰাখিছে বুলি প্ৰশ্ন কৰি হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি কৰে। পৰৱৰ্তী সময়ত তেওঁলোকে গ্ৰন্থৰ বিপণি ভাঙি তছলিমাৰ কিতাপসমূহ দলিয়াই দিয়ে।
উল্লেখ্য যে, ১৯৯৪ চনত ধৰ্মীয় অনুভূতিত আঘাত কৰাৰ অভিযোগত বাংলাদেশ চৰকাৰে তেওঁৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰে আৰু জামিন অযোগ্য গ্ৰেপ্তাৰৰ আদেশ জাৰি কৰে। প্ৰায় তিনিমাহলৈ আত্মগোপন কৰাৰ পিছত উচ্চ আদালতৰ নিৰ্দেশ মৰ্মে তেওঁৰ জামিন মঞ্জুৰ হয় আৰু তেওঁ বাংলাদেশ এৰিবলৈ বাধ্য হয়। তেতিয়াৰে পৰাই নিৰ্বাসিত হৈ আছে তছলীমা নাছৰিন।
Tags: BangladeshBOOKIslam

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026
অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?
Top News

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

April 30, 2026
দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে
Top News

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

April 30, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 30, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 30, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025