• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, April 29, 2026
22 °c
Guwahati
23 ° Thu
24 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ড’নাল্ড ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠক; দুয়োখন দেশৰ লক্ষ্য ‘মিচন ৫০০’

Nation NE by Nation NE
February 14, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
ড’নাল্ড ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠক; দুয়োখন দেশৰ লক্ষ্য ‘মিচন ৫০০’
Share on FacebookShare on TwitterWhatsApp

অন্ত পৰিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকা ভ্ৰমণ। ভ্ৰমণৰ সময়তে প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই বাণিজ্য, প্ৰযুক্তি, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, শক্তিৰ লগতে দুয়োখন দেশৰ জনসাধাৰণৰ মাজত সম্পৰ্ক সুদৃঢ় কৰাৰ বিষয়ে আলোচনা কৰে।

আলোচনাৰ সময়ত দুয়োখন দেশৰ মাজত উৎসাহ, উদ্দীপনা, বন্ধুত্বসুলভ মনোভাৱ আৰু সন্মান স্পষ্টকৈ দেখা পোৱা যায়। প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ পূৰ্বে ৰাষ্ট্ৰপতি ট্ৰাম্পে বাণিজ্যিক অংশীদাৰৰ পৰা আমদানিৰ ওপৰত পাৰস্পৰিক শুল্ক আৰোপ কৰাৰ এক আদেশত স্বাক্ষৰ কৰে।

দুয়োগৰাকী নেতাৰ মাজত হোৱা আলোচনাৰ সময়ত ২০৩০ চনৰ ভিতৰত দুয়োখন দেশৰ মাজত বাণিজ্য ৫০০ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰাক লৈ সহমতত উপনীত হয়। ট্ৰাম্পে কয় যে দুয়োখন দেশে একেলগে কাম কৰি ব্যৱসায়-বাণিজ্য সম্প্ৰসাৰণ কৰিব। ইয়াক ‘মিচন ৫০০’ নামেৰে নামাকৰণ কৰিছে।

প্ৰধানমন্ত্ৰী মোদী আৰু ট্ৰাম্পৰ মাজত হোৱা বৈঠকত বাণিজ্য আৰু শুল্ক সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত ব্যাপক আলোচনা হয়। যদি ভাৰত আৰু আমেৰিকাৰ মাজৰ বাণিজ্য বছৰি ৫০০ বিলিয়ন ডলাৰ হয়, তেন্তে ভাৰতীয় কোম্পানীসমূহে ইয়াৰ পৰা লাভৱান হ’ব। ৰপ্তানি বৃদ্ধি কৰাৰ সুযোগ পাব।

প্ৰধানমন্ত্ৰী মোদীৰ সৈতে এক সংবাদমেলত ট্ৰাম্পে ঘোষণা কৰে যে তেওঁ আৰু মোদীয়ে এক চুক্তিত সন্মতি প্ৰকাশ কৰিছে। ইয়াৰ দ্বাৰা ভাৰতে আমেৰিকাৰ পৰা অধিক তেল আৰু গেছ আমদানি কৰাত সহায়ক হ’ব। ইয়াৰ ফলত ভাৰতৰ সৈতে আমেৰিকাৰ বাণিজ্যিক ঘাটি হ্ৰাস পাব বুলি অনুমান কৰা হৈছে।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকা ভ্ৰমণ সামৰি স্বগৃহলৈ উভতিছে।

Tags: Donald trumpIndiaNarendra ModiUS

Related Posts

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…
Top News

April 29, 2026
কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 29, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 29, 2026

শীৰ্ষ সংবাদ

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025