• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
23 °c
Guwahati
22 ° Wed
23 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home আন্তঃ ৰাষ্ট্ৰীয়

এলিয়েন নে মাথো এক কল্পনা ! পৃথিৱীৰ সকলোতকৈ ডাঙৰ কেমেৰাই উদঙাৱ এক ৰহস্য

Nation NE by Nation NE
July 21, 2024
in আন্তঃ ৰাষ্ট্ৰীয়
0 0
এলিয়েন নে মাথো এক কল্পনা ! পৃথিৱীৰ সকলোতকৈ ডাঙৰ কেমেৰাই উদঙাৱ এক ৰহস্য

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

আজিলৈ কোনো বিজ্ঞানীয়ে এলিয়েনৰ লগত যোগাযোগ স্থাপন কৰিব পৰা নাই। ইয়াৰ মাজতে এক তথ্য পোহৰলৈ আহিছে। এতিয়া গৱেষকসকলেও বিশ্বাস কৰে যে, অতি শীঘ্ৰে এলিয়েনৰ সৈতে তেওঁলোকৰ সম্পৰ্ক সম্ভৱপৰ হৈ উঠিব। যাৰবাবে বহুকেইগৰাকী বিজ্ঞানীয়ে একেলগ হৈ পৃথিৱীৰ সকলোতকৈ ডাঙৰ কেমেৰা সাজি উলিয়াইছে।

পৃথিৱীৰ বাহিৰেও আৰু কৰবাত জীৱন সম্ভৱ নে সেই বিষয়ে বহুদশক ধৰি বিজ্ঞানীসকলে সন্ধান কৰি আছে যদিও কোনো বিজ্ঞানীয়ে আজিলৈ ইয়াৰ কোনো সঠিক উত্তৰ দিব পৰা নাই। যাৰবাবে কোনো এলিয়েনৰ সৈতে তেওঁলোকৰ যোগাযোগ স্থাপন হোৱা নাই। বাস্তৱত মহাকাশত এলিয়েনৰ সন্ধানৰ বাবে আৰম্ভ কৰা পৃথিৱীৰ আটাইতকৈ ডাঙৰ বৈজ্ঞানিক প্ৰকল্প ‘ব্ৰেকথ্ৰু লিছেন’ৰ এগৰাকী বিজ্ঞানীয়ে কৈছে যে, বহুপ্ৰযুক্তিগত উন্নয়নে মহাকাশত এই সন্ধানৰ দিশ সলনি কৰিব।

বৈজ্ঞানিকসকলৰ বাৰ্ষিক সন্মিলনত এই বিষয়ে আলোচনা কৰা হ’ব। এই সন্মিলন আগষ্টৰ শেষ সপ্তাহত প্ৰথমবাৰ অক্সফৰ্ডত অনুষ্ঠিত হ’ব। ব্ৰেকথ্ৰু লিছেনৰ বিজ্ঞানী ষ্টীভ ক্ৰাফ্টে কৈছে যে, বৰ্তমান এনে কিছুমান প্ৰযুক্তি আছে যিসমূহ বিকশিত হৈ আছে। যিয়ে এলিয়েন সভ্যতা সন্ধান কৰাৰ ক্ষেত্ৰত নতুন পদ্ধতি অৱলম্বন কৰাত যথেষ্টখিনি সহায় কৰিছে।

এলিয়েনৰ সন্ধানত চিৰিলি, আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াত বৃহৎ দূৰবীন নিৰ্মাণ কৰা হৈছে। যিয়ে শতাধিক ৰেডিঅ’ দূৰবীনেৰে গঠিত স্কুয়েৰ কিলোমিটাৰ এৰিয়া অন্তৰ্ভূক্ত কৰিছে। যিটো হ’ব পৃথিৱীৰ সকলোতকৈ ডাঙৰ ৰেডিঅ’। ইয়াত থকা কেমেৰাটো ইমানেই ডাঙৰ যে ইয়াৰ দ্বাৰা নিশা সম্পূৰ্ণ আকাশৰ ফ’টো লোৱাতো সম্ভৱপৰ হ’ব।

বিজ্ঞানী ষ্টীভ ক্ৰাফ্টে লগতে কয় যে, অহা কিছুবছৰৰ ভিতৰত ইয়াৰ পৰ্যবেক্ষণ সম্পূৰ্ণ হ’ব। তেওঁ কৈছে যে  বিজ্ঞানৰ এনেধৰণৰ উন্নয়নৰ বাবে অহা কিছুবছৰৰ ভিতৰত সংবেদনশীল এই এলিয়েনৰ প্ৰসাৰণৰ সন্ধান উলিওৱাটো সম্ভৱপৰ হ’ব।

Tags: AlienScienceSpace

Related Posts

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট
Top News

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

April 27, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 27, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026
দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজ জলদ্বীপৰ সংকটৰ মাজতে তেল-গেছৰ বিকল্প, নতুন পথৰ সন্ধান তীব্ৰতৰ উপসাগৰীয় দেশসমূহৰ

April 24, 2026

শীৰ্ষ সংবাদ

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন

২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025