• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, May 3, 2026
23 °c
Guwahati
25 ° Mon
25 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

ভাৰতত আছে ৬ টা ইঞ্জিন চালিত ২৯৫ টা ডবাৰ এখন সৰ্ববৃহৎ ৰেল

আটাইতকৈ দীঘল এই ৰেলখন ভাৰতৰ কোনখন ৰাজ্যত চলে ?

Nation NE by Nation NE
August 23, 2024
in ৰাষ্ট্ৰীয়
0 0
ভাৰতত আছে ৬ টা ইঞ্জিন চালিত  ২৯৫ টা ডবাৰ  এখন সৰ্ববৃহৎ ৰেল
Share on FacebookShare on TwitterWhatsApp

ভাৰতীয় ৰেলৱে বিভাগটো বিশ্বৰ ভিতৰতে চতুৰ্থ স্থানত । প্ৰতিদিনে লাখ লাখ যাত্ৰীয়ে ৰেলযোগে যাত্ৰা কৰে । দেশত পূৰ্বতকৈ বিমান যাত্ৰা বৃদ্ধি আৰু পথ পৰিবহণ উন্নত হোৱাৰ পিছতো যাত্ৰীসকলৰ বাবে ৰে’ল যাত্ৰা আটাইতকৈ পছন্দৰ পদ্ধতি হৈয়ে আছে ।ইয়াৰ কাৰণ কেৱল কম খৰচেই নহয়, ৰেলযোগে আৰামদায়ক যাত্ৰাও। বিশ্বৰ নিৰ্বাচিত দীঘলীয়া প্লেটফৰ্মৰ ভিতৰত ভাৰতীয় ৰেলৱেৰ অভিলেখো আছে।

ভাৰতীয় ৰেলৱে বিভাগত অত্যাধুনিক সংযোজন ঘটিছে বন্দে ভাৰত এক্সপ্ৰেছৰ। আনহাতে চৰকাৰে বুলেট ট্ৰেইন প্ৰকল্পতো দ্ৰুতগতিত কাম কৰি আছে। কিন্তু দেশৰ আটাইতকৈ দীঘল ৰেল কোনখন জানেনে? এই ৰেলখন ইমানেই দীঘল যে ইয়াৰ ডবা গণনা কৰি আপুনিও ভাগৰি পৰিব।

ভাৰতীয় ৰে’লৱে বিভাগৰ অধীনত দৈনিক ১৩০০০ৰো অধিক ৰে’ল চলাচল কৰে। ইয়াৰ জৰিয়তে প্ৰতিদিনে এটা ষ্টেশ্যনৰ পৰা আন এটা ষ্টেশ্যনলৈ প্ৰায় ৪ কোটিৰো অধিক যাত্ৰীয়ে চলাচল কৰে ।বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলংখন ভাৰতীয় ৰে’লৱেৰ নেটৱৰ্কতে আছে। এই দলংখনৰ ওপৰেৰে যেতিয়া ৰেলখন পাৰ হৈ যায়, তেতিয়া  এক বেলেগ শিহৰণকাৰী অভিজ্ঞতা লাভ কৰিব পৰা যায় ।

ভাৰতীয় ৰেলৱেৰ আটাইতকৈ দীঘল ৰেলখনৰ দৈৰ্ঘ্য ৩.৫ কিলোমিটাৰ। এফালৰ পৰা এই ৰেলখনৰ ডবা গণিবলৈ আৰম্ভ কৰিলে চকু দুটা ভাগৰি পৰিব কিন্তু ডবা গণনা শেষ নহ’ব। এই ৰেলখনৰ নাম ছুপাৰ বাসুকী। ইয়াত ২৯৫টা ডবা স্থাপন কৰা হৈছে।

ছটা ইঞ্জিনে একেলগে টানি লৈ যায় ৰেলখনত থকা ২৯৫টা ডবা। এই ৰেলগাড়ীখন যেতিয়া ৰেলৱে ক্ৰছিঙৰ মাজেৰে পাৰ হৈ যায়, তেতিয়া গোটেই ৰেলখন পাৰ হ’বলৈ বহু সময় লাগে। উল্লেখ্য যে ছুপাৰ বাসুকী  এখন মালবাহী ট্ৰেইন ।

ছুপাৰ বাসুকিৰ জৰিয়তে দেশৰ বিভিন্ন প্ৰান্তৰ খনিৰ পৰা উলিওৱা কয়লা  বিদ্যুৎ কেন্দ্ৰ সমূহলৈ পৰিবহণ কৰা হয়। এই ৰে’লখনে ছত্তীশগড়ৰ কোৰ্বাৰ পৰা নাগপুৰৰ ৰাজনন্দগাঁওলৈ ২৭ হাজাৰ টন কয়লা কঢ়িয়াই লৈ যায়।

এই মালবাহী ট্ৰেইনখনে নাগপুৰৰ কোৰ্বাৰ পৰা ৰাজনন্দগাঁওলৈ দূৰত্ব অতিক্ৰম কৰিবলৈ ১১.২০ ঘন্টা সময় লয়। ভগৱান শিৱৰ ডিঙিত থকা বাসুকী সৰ্পৰ নামেৰে এই ৰেলখনৰ নামকৰণ কৰা হৈছে।  দেশৰ এই দীঘলীয়া ৰেলগাড়ীখন চলিলে দেখাত সাপৰ দৰেই দেখা যায়।

Tags: Indian Railwaypessengerrecord break

Related Posts

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে
Top News

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

May 2, 2026
বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া
Top News

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

May 2, 2026
পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ
Top News

পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ

May 2, 2026
মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…
Top News

মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…

May 1, 2026
বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন
Top News

বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন

May 1, 2026
খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত
Top News

খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত

May 1, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025