• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Mon
19 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ক্ৰীড়া

ভাৰতৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ১৫ জনীয়া দল ঘোষণা ইংলেণ্ডৰ

Nation NE by Nation NE
July 8, 2025
in ক্ৰীড়া
0 0
ভাৰতৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ১৫ জনীয়া দল ঘোষণা ইংলেণ্ডৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

ভাৰতৰ বিৰুদ্ধে পাঁচখন মেচৰ টি-২০ শৃংখলা চলি থকাৰ মাজতে এদিনীয়া শৃংখলাৰ বাবে ঘোষণা কৰা হ’ল ইংলেণ্ডৰ মহিলা দল। ১৫ জনীয়া সদস্যৰে গঠিত এই দলটোৱে ভাৰতৰ বিৰুদ্ধে তিনিখন এদিনীয়া মেচৰ শৃংখলাত অংশ ল’ব।

ভাৰত আৰু ইংলেণ্ডৰ মহিলা দলৰ মাজত অহা ১৬ জুলাইৰ পৰা আৰম্ভ হ’ব এদিনীয়া শৃংখলা। ১৬ জুলাই, ১৯ জুলাই আৰু ২২ জুলাইত ক্ৰমে ছাউথহেম্পটন, লৰ্ডছ আৰু চেষ্টাৰ-লে-ষ্ট্ৰীটত হ’ব শৃংখলাটোৰ মেচ তিনিখন।

সম্প্ৰতি দুয়োটা দল ব্যস্ত আছে টি-২০ শৃংখলাত। এই পৰ্যন্ত তিনিখন মেচৰ প্ৰথম দুখনত ভাৰত আৰু তৃতীয়খন মেচত জয়ী হৈছে ইংলেণ্ড। ২-১ত আগবাঢ়ি থকা ভাৰতে শৃংখলাটোৰ অন্তিম দুখন মেচ ৯ জুলাই আৰু ১২ জুলাইত খেলিব।

ইংলেণ্ডে দল ঘোষণা কৰাৰ পূৰ্বেই ভাৰতে এদিনীয়া শৃংখলাটোৰ বাবে ১৬ জনীয়া সদস্যৰে গঠিত দল ঘোষণা কৰি থৈছে। এদিনীয়া শৃংখলাটোত ভাৰতক নেতৃত্ব প্ৰদান কৰিব হৰমনপ্ৰীত কৌৰে।

ভাৰতৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ঘোষণা কৰা ইংলেণ্ডৰ মহিলা দলটো

নেট ছাইভাৰ-ব্ৰাণ্ট (অধিনায়ক), এম আৰ্লট, ছফিয়া ডাংকলি, এম্মা লেম্ব, টেমি বিউমন্ট (উইকেটকীপাৰ), এমি জোনছ (উইকেটকীপাৰ), মাইয়া বৌশ্বিয়াৰ, এলিছ কেপচি, কেট ক্ৰছ, এলিছ ডেভিডছন ৰিচাৰ্ডছ, চাৰ্লি ডিন, ছফী এক্লেষ্টোন, লৰেন ফাইলাৰ, লিনচি স্মিথ আৰু লৰেন বেল।

Tags: IndiaIndia vs EnglandODI Series

Related Posts

কিয় মহিলা দলে অৰ্জন কৰা ICC বিশ্বকাপৰ ট্ৰফী হাতেৰে স্পৰ্শ নকৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে?
Top News

November 6, 2025
বিশ্বকাপৰ ফাইনেলত ভাৰতৰ জয়ৰ পিছত আবেগিক ৰোহিত শৰ্মা, বিৰাট কোহলীয়েও আগবঢ়ায় ডাঙৰ বক্তব্য

November 3, 2025
টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা এই গৰাকী ক্ৰিকেটাৰৰ, কেতিয়া ল’ব অৱসৰ?
Top News

টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা এই গৰাকী ক্ৰিকেটাৰৰ, কেতিয়া ল’ব অৱসৰ?

November 2, 2025
আজি ভাৰত-অষ্ট্ৰেলিয়াৰ T20 খেলৰ ৩য়খন মেচ, জানক সবিশেষ…
Top News

আজি ভাৰত-অষ্ট্ৰেলিয়াৰ T20 খেলৰ ৩য়খন মেচ, জানক সবিশেষ…

November 2, 2025
মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…
Top News

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছেমি ফাইনেল খেলঃ ৮ বছৰৰ পাছত পুনৰাবৃত্তি কৰিব নেকি এই গৰাকী ক্ৰিকেটাৰে?

October 30, 2025
২০২৭ চনৰ বিশ্বকাপত হৰ্ষিত ৰানাৰ স্থান ল’ব এইগৰাকী অল-ৰাউণ্ডাৰে! মুখ্য নিৰ্বাচকলৈ এক শক্তিশালী বাৰ্তা…

October 29, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025