• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, May 3, 2026
22 °c
Guwahati
24 ° Mon
25 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ক্ৰীড়া

ভাৰতৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ১৫ জনীয়া দল ঘোষণা ইংলেণ্ডৰ

Nation NE by Nation NE
July 8, 2025
in ক্ৰীড়া
0 0
ভাৰতৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ১৫ জনীয়া দল ঘোষণা ইংলেণ্ডৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

ভাৰতৰ বিৰুদ্ধে পাঁচখন মেচৰ টি-২০ শৃংখলা চলি থকাৰ মাজতে এদিনীয়া শৃংখলাৰ বাবে ঘোষণা কৰা হ’ল ইংলেণ্ডৰ মহিলা দল। ১৫ জনীয়া সদস্যৰে গঠিত এই দলটোৱে ভাৰতৰ বিৰুদ্ধে তিনিখন এদিনীয়া মেচৰ শৃংখলাত অংশ ল’ব।

ভাৰত আৰু ইংলেণ্ডৰ মহিলা দলৰ মাজত অহা ১৬ জুলাইৰ পৰা আৰম্ভ হ’ব এদিনীয়া শৃংখলা। ১৬ জুলাই, ১৯ জুলাই আৰু ২২ জুলাইত ক্ৰমে ছাউথহেম্পটন, লৰ্ডছ আৰু চেষ্টাৰ-লে-ষ্ট্ৰীটত হ’ব শৃংখলাটোৰ মেচ তিনিখন।

সম্প্ৰতি দুয়োটা দল ব্যস্ত আছে টি-২০ শৃংখলাত। এই পৰ্যন্ত তিনিখন মেচৰ প্ৰথম দুখনত ভাৰত আৰু তৃতীয়খন মেচত জয়ী হৈছে ইংলেণ্ড। ২-১ত আগবাঢ়ি থকা ভাৰতে শৃংখলাটোৰ অন্তিম দুখন মেচ ৯ জুলাই আৰু ১২ জুলাইত খেলিব।

ইংলেণ্ডে দল ঘোষণা কৰাৰ পূৰ্বেই ভাৰতে এদিনীয়া শৃংখলাটোৰ বাবে ১৬ জনীয়া সদস্যৰে গঠিত দল ঘোষণা কৰি থৈছে। এদিনীয়া শৃংখলাটোত ভাৰতক নেতৃত্ব প্ৰদান কৰিব হৰমনপ্ৰীত কৌৰে।

ভাৰতৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ঘোষণা কৰা ইংলেণ্ডৰ মহিলা দলটো

নেট ছাইভাৰ-ব্ৰাণ্ট (অধিনায়ক), এম আৰ্লট, ছফিয়া ডাংকলি, এম্মা লেম্ব, টেমি বিউমন্ট (উইকেটকীপাৰ), এমি জোনছ (উইকেটকীপাৰ), মাইয়া বৌশ্বিয়াৰ, এলিছ কেপচি, কেট ক্ৰছ, এলিছ ডেভিডছন ৰিচাৰ্ডছ, চাৰ্লি ডিন, ছফী এক্লেষ্টোন, লৰেন ফাইলাৰ, লিনচি স্মিথ আৰু লৰেন বেল।

Tags: IndiaIndia vs EnglandODI Series

Related Posts

কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?
Top News

কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

April 29, 2026
IPLৰ ইতিহাসৰ সৰ্ববৃহৎ চুক্তি! নতুন স্বত্বাধিকাৰী পাই আটাইতকৈ দামী ফ্ৰেঞ্চাইজি হ’ব উদ্বোধনী দল
Top News

IPLৰ ইতিহাসৰ সৰ্ববৃহৎ চুক্তি! নতুন স্বত্বাধিকাৰী পাই আটাইতকৈ দামী ফ্ৰেঞ্চাইজি হ’ব উদ্বোধনী দল

March 25, 2026
IPL 2026ত বৃহৎ ধুমুহা আনিবলৈ সাজু বৈভৱ সূৰ্য্যবংশী! প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পূৰ্বে ডাঙৰ বক্তব্য
ক্ৰীড়া

IPL 2026ত বৃহৎ ধুমুহা আনিবলৈ সাজু বৈভৱ সূৰ্য্যবংশী! প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পূৰ্বে ডাঙৰ বক্তব্য

March 16, 2026
ঈশান কিষানৰ সৈতে এই ‘ৰহস্যময়ী যুৱতী’ কোন? মেচখনৰ পিছতে ভাইৰেল হৈ পৰে ৰোমান্টিক ফটো…
Top News

ঈশান কিষানৰ সৈতে এই ‘ৰহস্যময়ী যুৱতী’ কোন? মেচখনৰ পিছতে ভাইৰেল হৈ পৰে ৰোমান্টিক ফটো…

March 9, 2026
ভাৰত বনাম নিউজিলেণ্ড টি-২০ বিশ্বকাপ ২০২৬ৰ চূড়ান্ত মেচ, জানক পিটচৰ আৰু আহমেদাবাদৰ বতৰৰ পৰিস্থিতি
Top News

ভাৰত বনাম নিউজিলেণ্ড টি-২০ বিশ্বকাপ ২০২৬ৰ চূড়ান্ত মেচ, জানক পিটচৰ আৰু আহমেদাবাদৰ বতৰৰ পৰিস্থিতি

March 8, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 8, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025