Wednesday, July 23, 2025
31 °c
Guwahati
30 ° Thu
31 ° Fri
Language -
অসমীয়া
  • English

Tag: Eknath Shinde

শক্তি হ্ৰাস পাব উদ্ধৱৰ; দল ত্যাগৰ বাবে সাজু আৰু ৬ গৰাকী সাংসদ!

শক্তি হ্ৰাস পাব উদ্ধৱৰ; দল ত্যাগৰ বাবে সাজু আৰু ৬ গৰাকী সাংসদ!

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত শোচনীয়ভাৱে পৰাস্ত হোৱাৰ পিছৰে পৰা বিপদে লগ এৰা নাই উদ্ধৱ থাকৰে নেতৃত্বাধীন শিৱসেনা গোটক। ৰাজনৈতিক ভৱিষ্যতক লৈ ...

একনাথ সিন্দেক সাক্ষাৎ কৰিবলৈ মুখ্যমন্ত্ৰী আৱাসত উপস্থিত দেৱেন্দ্ৰ ফাড়নাৱিছ

একনাথ সিন্দেক সাক্ষাৎ কৰিবলৈ মুখ্যমন্ত্ৰী আৱাসত উপস্থিত দেৱেন্দ্ৰ ফাড়নাৱিছ

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ ফলাফল প্ৰকাশ পোৱাৰ ১০ দিন উকলি যোৱাৰ পিছতো মহাযুটীয়ে নিশ্চিত কৰিব পৰা নাই মুখ্যমন্ত্ৰীৰ নাম। মহাযুটীৰ সহযোগী ...

মই মুখ্যমন্ত্ৰী হোৱাটো জনসাধাৰণে বিচাৰে : একনাথ সিন্দে

মই মুখ্যমন্ত্ৰী হোৱাটো জনসাধাৰণে বিচাৰে : একনাথ সিন্দে

শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন মহাযুটিয়ে একচেটীয়া বিজয় সাব্যস্ত কৰিছে। নিৰকুংশ বিজয় সাব্যস্ত কৰাৰ পিছতো মিত্ৰজোঁটে ...

মহাৰাষ্ট্ৰত ৫ ডিচেম্বৰত নতুন চৰকাৰ! এজন বিজেপি নেতাই ক’লে কোন হ’ব মুখ্যমন্ত্ৰী?

মহাৰাষ্ট্ৰত ৫ ডিচেম্বৰত নতুন চৰকাৰ! এজন বিজেপি নেতাই ক’লে কোন হ’ব মুখ্যমন্ত্ৰী?

কোন হ’ব মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী? মুখ্যমন্ত্ৰীক লৈ অব্যাহত আছে অস্থিৰতা। ৰাজ্যখনত মহাযুটীয়ে প্ৰচণ্ড বিজয় সাব্যস্ত কৰাৰ পিছতো এই পৰ্যন্ত মুখ্যমন্ত্ৰীক ...

কোন হ’ব পৰৱৰ্তী মুখ্যমন্ত্ৰী? সংবাদমেলত স্পষ্ট কৰিলে একনাথ সিন্দেই

মহাৰাষ্ট্ৰত মুখ্যমন্ত্ৰী নিৰ্বাচনক লৈ ডাঙৰ সিদ্ধান্ত, বিজেপিৰ উত্তেজনা বৃদ্ধি

মহাৰাষ্ট্ৰত নতুন চৰকাৰ গঠন সন্দৰ্ভত সৃষ্টি হোৱা উত্তেজনা ক্ৰমাগতভাৱে বৃদ্ধি পাই আহিছে। মুখ্যমন্ত্ৰী একনাথ সিণ্ডেয়ে জন্ম গাঁও দাৰেলৈ যোৱাৰ বাবে ...

কোন হ’ব পৰৱৰ্তী মুখ্যমন্ত্ৰী? সংবাদমেলত স্পষ্ট কৰিলে একনাথ সিন্দেই

নিমিলা অংক! দুখনকৈ বৈঠক বাতিল কৰি গাঁৱলৈ ৰাওনা একনাথ সিন্দে

মহাৰাষ্ট্ৰত মহাযুটীৰ মাজত সকলো ঠিকেই আছে নে….? এইপৰ্যন্ত মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব, সেয়া ঠিৰাং কৰিব নোৱাৰাৰ বাবেই অৱতাৰণা হৈছে ...

কোন হ’ব পৰৱৰ্তী মুখ্যমন্ত্ৰী? সংবাদমেলত স্পষ্ট কৰিলে একনাথ সিন্দেই

কোন হ’ব পৰৱৰ্তী মুখ্যমন্ত্ৰী? সংবাদমেলত স্পষ্ট কৰিলে একনাথ সিন্দেই

মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব? এই সন্দৰ্ভত যি অস্থিৰতাৰ সৃষ্টি হৈছিল, সেয়া অন্ত পেলালে ভাৰপ্ৰাপ্ত মুখ্যমন্ত্ৰী একনাথ সিন্দেই। পৰৱৰ্তী মুখ্যমন্ত্ৰীক ...

নিৰ্বাচনৰ পূৰ্বে সিন্দে চৰকাৰৰ মাষ্টাৰ ষ্ট্ৰোক : মহাৰাষ্ট্ৰত গৰুক ‘ৰাজ্যিক মাতৃ’ হিচাপে ঘোষণা

নিৰ্বাচনৰ পূৰ্বে সিন্দে চৰকাৰৰ মাষ্টাৰ ষ্ট্ৰোক : মহাৰাষ্ট্ৰত গৰুক ‘ৰাজ্যিক মাতৃ’ হিচাপে ঘোষণা

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে একনাথ সিন্দে চৰকাৰে লৈছে এটা ডাঙৰ সিদ্ধান্ত। ৰাজ্য চৰকাৰে গৰুক আনুষ্ঠানিকভাৱে ৰাজ্য মাতৃ হিচাপে মৰ্যাদা দিছে। ...

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist