মুখ্যমন্ত্ৰী হৈয়ে প্ৰতিশ্ৰুতি পালন বিজয়ৰ! ১৩ গৰাকী মহিলা IAS বিষয়াক গধুৰ দ্বায়িত্ব, কি পৰিকল্পনা তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ?
TVKৰ মুৰব্বী থালাপতি বিজয়ে তামিলনাডুৰ মুখ্যমন্ত্ৰী পদ গ্ৰহণ কৰাৰ পিছৰে পৰা কাৰ্যকৰী হৈছে এক্সন মুড। বিধানসভা নিৰ্বাচনৰ সময়ত মহিলাসকলক নিৰাপত্তা ...


