• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, April 28, 2026
22 °c
Guwahati
22 ° Wed
23 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

‘এজোপা গছ মাৰ নামত’, ৰাজ্যত অমৃত বৃক্ষ আন্দোলন ২.০

Nation NE by Nation NE
August 2, 2024
in Top News, অসম, উত্তৰ পূৱ
0 0
‘এজোপা গছ মাৰ নামত’,  ৰাজ্যত অমৃত বৃক্ষ আন্দোলন ২.০

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

১ আগষ্টৰ পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে ‘অমৃত বৃক্ষ আন্দোলন’ৰ। ৰাজ্য চৰকাৰে পৰিৱেশ আৰু বন বিভাগৰ সহযোগত ১ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে অমৃত বৃক্ষ আন্দোলনৰ এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।

এই অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে ৰাজ্যৰ ভিন্ন প্ৰান্তত তিনি কোটি গছ পুলি ৰোপণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৰাজ্য চৰকাৰে। ৰাজ্যৰ আটাইকেইখন জিলাতেই আনুষ্ঠানিকভাৱে আৰম্ভ হয় এই কাৰ্যসূচীৰ।

অমৃত বৃক্ষ আন্দোলন ২.০ৰ অংশ হিচাপে বৃহস্পতিবাৰে  আন্দোলন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটীৰ মিনিষ্টাৰ্ছ কলনীৰ উদ্যানত গছপুলি ৰোপণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে তেওঁ ইয়াকো কয় যে, “মোৰ মা-ৰ নামত এজোপা গছপুলি ৰোপণ কৰিলোঁ মই। মা-ৰ দৰেই এই গছপুলিটো লালন-পালন কৰিব লাগিব।”

বৃক্ষ অৰ্থনীতি সম্প্ৰাসাৰণক মূল লক্ষ্য হিচাপে লৈ এই কাৰ্যসূচী হাতত লৈছে ৰাজ্য চৰকাৰে। ৰাজ্যৰ সেউজ আৱৰণ বৃদ্ধি ,বহনক্ষম উন্নয়নৰ গতি দ্ৰুতকৰণ, সেউজ অৰ্থনীতি আৰু কৃষি বনানীকৰণ ক্ষেত্ৰৰ উন্নয়ন সাধনেই হৈছে এই কাৰ্যসূচীৰ মূল উদ্দেশ্যে।

২০২৩ চনৰ ৮ জুনত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই অমৃত বৃক্ষ আন্দোলনৰ প্ৰথম সংস্কৰণ আৰম্ভ কৰিছিল। সৰ্বসাধাৰণৰ মাজত পাৰিপাৰ্শ্বিক সুৰক্ষা বৃদ্ধিৰ উদ্দেশ্যেই এই আন্দোলনৰ মূল কাৰ্যভাৰ গ্ৰহণ কৰা হৈছিল।

২০২৪ চনৰ ১৯ জুলাইত মাননীয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি আনুষ্ঠানিকভাৱে অমৃত বৃক্ষ আন্দোলন ২.০ এপ মুকলি কৰে। ১ আগষ্টৰ পৰা ১৫ আগষ্টলৈ aba.assam.gov.in বা Amrit Brikshya Andolan ম’বাইল এপত গছপুলি ৰোপণৰ ফটো আপলোড কৰিব লাগিব সকলো হিতাধিকাৰীয়ে। হিতাধিকাৰীসকলৰ ভিতৰত আছে আত্মসহায়ক গোট, আশা কর্মী, অংগনবাড়ী কর্মী, শিক্ষানুষ্ঠানৰ কর্মচাৰী, প্রতিৰক্ষা/অর্ধ সামৰিক বাহিনী, গাঁওৰক্ষী বাহিনীকে ধৰি আৰক্ষী বাহিনীৰ লোক, চাহ বাগিচা শ্রমিক/কর্মচাৰী, কৃষক, এফ পি অ’, এফ পি চি।

এই আন্দোলনৰ উল্লেখযোগ্য বৈশিষ্ট হৈছে আগন্তুক বছৰবোৰত ১০ কোটিৰো অধিক গছপুলি ৰোপণ কৰা।

Tags: Amrit Brikshya AndolonAssam GovernmentForest Department

Related Posts

পাকিস্তানৰ বৰ্বৰতাঃ আফগানিস্তানত নিক্ষেপ মিছাইল, ৭ জনৰ প্ৰাণহানি
Top News

April 28, 2026
৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই
Top News

৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই

April 28, 2026
অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…
Top News

অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

April 28, 2026
উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?
Top News

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

April 28, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

পাকিস্তানৰ বৰ্বৰতাঃ আফগানিস্তানত নিক্ষেপ মিছাইল, ৭ জনৰ প্ৰাণহানি

৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই

অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025