• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, April 28, 2026
22 °c
Guwahati
22 ° Wed
23 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিপৰ্যয়ৰ সন্মুখীন ইউনুছ! বাংলাদেশত উপস্থিত তাৰিক ৰহমান, হিংসাত্মক পৰিস্থিতিৰ মাজতে বিশেষ সহায়কৰ পদত্যাগ

Nation NE by Nation NE
December 25, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
বিপৰ্যয়ৰ সন্মুখীন ইউনুছ! বাংলাদেশত উপস্থিত তাৰিক ৰহমান, হিংসাত্মক পৰিস্থিতিৰ মাজতে বিশেষ সহায়কৰ পদত্যাগ
Share on FacebookShare on TwitterWhatsApp

ভাৰতৰ চুবুৰীয়া দেশ বাংলাদেশত চলি থকা অশান্তিৰ মাজতে অন্তৱৰ্তীকালীন চৰকাৰখনে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে। অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ নেতৃত্বত গৃহ মন্ত্ৰালয়ৰ বিশেষ সহায়ক খুদাবাখচ চৌধুৰীয়ে পদৰ পৰা পদত্যাগ কৰিছে আৰু ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনে এই পদত্যাগ মানি লৈছে।

বাংলাদেশৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান খুদাবাকচ চৌধুৰীয়ে ২০২৪ চনৰ ১০ নৱেম্বৰত মহম্মদ ইউনুছৰ বিশেষ সহায়ক হিচাপে নিযুক্তি লাভ কৰিছিল। বিদ্ৰোহী নেতা ওছমান হাদীৰ মৃত্যুৰ পিছত দেশৰ পৰিস্থিতি দ্ৰুতগতিত অৱনতি ঘটিছে।

ইফালে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ পুত্ৰ তাৰিক ৰহমান বাংলাদেশলৈ উভতি আহিছে। তাৰিক ৰহমান ঘূৰি অহাৰ পূৰ্বে ২৪ ডিচেম্বৰত ৰাজধানী ঢাকাৰ এটা গীৰ্জাৰ সমীপত সংঘটিত বোমা আক্ৰমণত এজন লোকৰ মৃত্যু হয়। এই ঘটনাই ৰাজধানীত নিৰাপত্তাজনিত ভয়াৱহ চিন্তাৰ সৃষ্টি কৰিছে। ছাত্ৰ নেতা শ্বৰীফ ওছমান হাদীৰ মৃত্যুৰ পিছত বাংলাদেশত তীব্ৰ হিংসাত্মক ঘটনা। আনহাতে, দেশৰ দুখন আগশাৰীৰ বাতৰি কাকত ডেইলী ষ্টাৰ আৰু প্ৰথাম আলোৰ কাৰ্যালয়তো জুই লগায়।

বাংলাদেশৰ এই অশান্তি এনে সময়ত সংঘটিত হৈছে যি সময়ত দেশৰ ৰাষ্ট্ৰীয় নিৰ্বাচনলৈ দুমাহ নৌহওঁতেই আছে। ২০২৬ চনৰ ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব বাংলাদেশৰ সাধাৰণ নিৰ্বাচন।২০২৪ চনৰ জুলাই মাহত শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পিছত এই নিৰ্বাচন প্ৰথমটো ৰাষ্ট্ৰীয় নিৰ্বাচন।খুদাবাখচ চৌধুৰীৰ পদত্যাগ ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰৰ পৰা চতুৰ্থটো বৃহৎ পদত্যাগ।

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ পুত্ৰ তাৰিক ৰহমান ১৭ বছৰৰ অন্তত আজি (২৫ ডিচেম্বৰ)ত নিজ দেশলৈ উভতি আহে। তেওঁৰ বাংলাদেশ জাতীয়তাবাদী পাৰ্টিৰ এক লাখ কৰ্মী বিমানবন্দৰৰ ওচৰত সমবেত হৈ তেওঁক আদৰণি জনায়। মন কৰিবলগীয়া যে, গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ ২০০৮ চনত ৰহমানে লণ্ডনলৈ পলায়ন কৰিছিল। সেই সময়ত হাছিনা চৰকাৰৰ দিনত তেওঁৰ বিৰুদ্ধে কেইবাটাও দুৰ্নীতিৰ গোচৰ চলি আছিল।

ইউনুছ চৰকাৰে শ্বেখ হাছিনাৰ দল আৱামি লীগক নিষেধাজ্ঞা আৰোপ কৰিছে। ফলস্বৰূপে বিএনপিৰ নিৰ্বাচনত জয়ী হোৱাৰ সম্ভাৱনা প্ৰবল। বিএনপিৰ অধ্যক্ষ খালেদা জিয়াৰ বয়স ৮০ বছৰ আৰু স্বাস্থ্যও বেয়া। তাৰিক ৰহমান পৰৱৰ্তী প্ৰধানমন্ত্ৰীৰ সম্ভাৱ্য প্ৰতিদ্বন্দ্বী বুলি ধাৰণা কৰা হৈছে।

Tags: BangadeshelectionsMuhammad Yunus

Related Posts

পাকিস্তানৰ বৰ্বৰতাঃ আফগানিস্তানত নিক্ষেপ মিছাইল, ৭ জনৰ প্ৰাণহানি
Top News

April 28, 2026
৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই
Top News

৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই

April 28, 2026
অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…
Top News

অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

April 28, 2026
উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?
Top News

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

April 28, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

পাকিস্তানৰ বৰ্বৰতাঃ আফগানিস্তানত নিক্ষেপ মিছাইল, ৭ জনৰ প্ৰাণহানি

৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই

অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025