• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
21 °c
Guwahati
23 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিহাৰত কৰুণ ঘটনা! সন্তানৰ মংগল কামনাৰে পানীত নামি প্ৰাণ হেৰুৱাই ৪৬ গৰাকী

Nation NE by Nation NE
September 27, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
বিহাৰত কৰুণ ঘটনা! সন্তানৰ মংগল কামনাৰে পানীত নামি প্ৰাণ হেৰুৱাই ৪৬ গৰাকী

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

জীৱিত পুত্ৰিকা ব্ৰত, যাক জিতিয়া ব্ৰত বুলিও জনা যায়, হৈছে এক পৱিত্ৰ উৎসৱ, য’ত মাতৃসকলে নিজৰ শিশুৰ দীৰ্ঘ-আয়ুস, সুখ-সমৃদ্ধি আৰু স্বাস্থ্যৰ বাবে পালন কৰে।

এই উৎসৱ বিশেষকৈ বিহাৰ, উত্তৰ প্ৰদেশ, ঝাৰখণ্ড আৰু নেপালৰ কিছু অংশত উদযাপন কৰা হয়। এই দিনটোত, মহিলাসকলে পানী অবিহনে উপবাস পালন কৰে আৰু তেওঁলোকৰ পুত্ৰ আৰু কন্যাৰ দীৰ্ঘজীৱন আৰু কল্যাণৰ বাবে প্ৰাৰ্থনা কৰে।

হিন্দু বৰ্ষপঞ্জী অনুসৰি, আহিন মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিত হয়। এই বৰ্ষৰ জীৱিত পুত্ৰিকা ব্ৰত ২৫ ছেপ্তেম্বৰ অৰ্থাৎ বুধবাৰে অনুষ্টিত হয়।

বৃহস্পতিবাৰে ৰাজ্য চৰকাৰে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে, ‘জীৱিত পুত্ৰিকা’ উৎসৱৰ তিনিদিনীয়া উদযাপনৰ সময়ত বিহাৰৰ নদী আৰু পুখুৰীত পৱিত্ৰ স্নান কৰোঁতে ৩৭ টা শিশুসহ প্ৰায় ৪৬ জন লোক পানীত ডুব যায়।

মৃত ৪৬ জনৰ ভিতৰত ৪গৰাকী মহিলা আছিল।

পূৰ্বতে ২০২৩ চনত, ৰাজ্যখনত ‘জীৱিত পুত্ৰিকা’ উৎসৱ উদযাপনৰ সময়ত মুঠ ২২ গৰাকী লোকৰ মৃত্যু হৈছিল। তিনিদিনীয়া এই উৎসৱটো ‘নাহাই খাই’ৰ সৈতে আৰম্ভ হয় আৰু ভক্তসকলে অনুষ্ঠানটোত নদী আৰু পুখুৰীত পৱিত্ৰ পানীত স্নান কৰে।

বৃহস্পতিবাৰে বিহাৰ চৰকাৰে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে, ‘জিতিয়া’ বা ‘জীৱিতপুত্ৰিকা’ উৎসৱৰ সময়ত ৰাজ্যজুৰি নদী আৰু পুখুৰীত পৱিত্ৰ ডুব দিয়াৰ সময়ত ৪৩ গৰাকী লোকৰ মৃত্যু হৈছে আৰু আন তিনিজন সন্ধানহীন হৈ আছে।

বুধবাৰে পালন কৰা উৎসৱৰ সময়ত ৰাজ্যখনৰ ১৫ খন জিলাৰ পৰা মৃত্যুৰ খবৰ পোৱা গৈছে। বৰ্তমানলৈকে মুঠ ৪৩ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। পৰৱৰ্তী অনুসন্ধান অভিযান অব্যাহত আছে বুলি বিহাৰৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে জানিবলৈ দিয়ে।

ডুব যোৱাৰ এই ঘটনা পূৱ চম্পাৰণ, পশ্চিম চম্পাৰণ, ঔৰঙ্গাবাদ, নালন্দা, কাইমুৰ, বাক্সাৰ, চিৱান, ৰোহতাছ, চাৰণ, পাটনা, বৈশালী, মুজাফৰপুৰ, সমস্তিপুৰ, গোপালগঞ্জ আৰু আৰৱাল জিলাত সংঘটিত হৈছে।

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে এই ঘটনাটোত শোক প্ৰকাশ কৰে আৰু মৃতকৰ নিকটাত্মীয়ৰ বাবে ৪ লাখ টকাৰ অনুদান ঘোষণা কৰে।

Tags: BiharChief ministerFestival

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025