• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, April 28, 2026
22 °c
Guwahati
22 ° Wed
23 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মণিপুৰত পুনৰ নতুন চৰকাৰ গঠনৰ তৎপৰতা; ৰাজ্যপালক সাক্ষাৎ BJP নেতাৰ

Nation NE by Nation NE
May 28, 2025
in Top News, উত্তৰ পূৱ, ৰাষ্ট্ৰীয়
0 0
মণিপুৰত পুনৰ নতুন চৰকাৰ গঠনৰ তৎপৰতা; ৰাজ্যপালক সাক্ষাৎ BJP নেতাৰ
Share on FacebookShare on TwitterWhatsApp

হঠাৎ পুনৰ আৰম্ভ হৈছে মণিপুৰত নতুন চৰকাৰ গঠনৰ তৎপৰতা। ৰাজ্যপাল অজয় ​​কুমাৰ ভল্লাক সাক্ষাৎ কৰি ৪৪ গৰাকী বিধায়ক নতুন চৰকাৰ গঠনৰ বাবে সাজু বুলি বুধবাৰে দাবী কৰে বিজেপিৰ বিধায়ক থোকচোম ৰাধেশ্যাম সিঙে।

বিজেপি বিধায়কগৰাকীয়ে আন ৯ গৰাকী বিধায়কৰ সৈতে আজি ৰাজভৱনত ৰাজ্যপালক সাক্ষাৎ কৰে। তেওঁ কয়, ‘ৰাইজৰ ইচ্ছামতে চৰকাৰ গঠন কৰিবলৈ ৪৪ বিধায়ক সাজু। এই কথা আমি ৰাজ্যপালক জনাইছো। এই বিষয়টোৰ কি কি সমাধান বিচাৰি পোৱা যায় সেই বিষয়েও আমি আলোচনা কৰিলো।’

তেওঁ কয়, ‘ৰাজ্যপালগৰাকীয়ে আমাৰ কথা গুৰুত্বসহকাৰে শুনিলে আৰু জনসাধাৰণৰ স্বাৰ্থত কাম আৰম্ভ কৰিব।’

অৱশ্যে চৰকাৰ গঠনৰ সম্পূৰ্ণ সিদ্ধান্ত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ল’ব বুলিও উল্লেখ কৰে থোকচোম ৰাধেশ্যাম সিঙে।

তেওঁ লগতে কয়, ‘সাধাৰণ লোক বহুত অসুবিধাৰ সন্মুখীন হৈছে। যোৱা কাৰ্যকালত ক’ভিডৰ বাবে দুবছৰ অপচয় হৈছিল আৰু এই কাৰ্যকালত সংঘাতৰ বাবে আৰু দুবছৰ অপচয় হৈছে।’

উল্লেখ্য যে, এন বীৰেণ সিঙে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পিছত চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰাই মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন প্ৰযোজ্য হৈ আছে। ২০২৩ বৰ্ষৰ মে’ মাহত আৰম্ভ হোৱা মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজৰ সংঘৰ্ষক লৈ সমালোচনাৰ সন্মুখীন হোৱাত বীৰেণ সিঙে চলিত বছৰত মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল।

Tags: #ManipurBJPBJP Leader

Related Posts

পাকিস্তানৰ বৰ্বৰতাঃ আফগানিস্তানত নিক্ষেপ মিছাইল, ৭ জনৰ প্ৰাণহানি
Top News

April 28, 2026
৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই
Top News

৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই

April 28, 2026
অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…
Top News

অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

April 28, 2026
উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?
Top News

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

April 28, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

পাকিস্তানৰ বৰ্বৰতাঃ আফগানিস্তানত নিক্ষেপ মিছাইল, ৭ জনৰ প্ৰাণহানি

৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই

অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025