• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, April 28, 2026
23 °c
Guwahati
22 ° Wed
23 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বাংগালুৰুৰ পদপিষ্টৰ ঘটনাৰ ডাঙৰ খবৰ; এজাহাৰ দাখিল এইসকল লোকৰ বিৰুদ্ধে… জানক সবিশেষ

Nation NE by Nation NE
June 5, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
কান্দোনৰ ৰোলত পৰিণত হ’ল RCBৰ বিজয় উৎসৱ; পদপিষ্ট হৈ ১১ জনৰ মৃত্যু

ফাইল ফটো।

Share on FacebookShare on TwitterWhatsApp

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে আই পি এল খিতাপ দখলৰ পিছতে বুধবাৰে বাংগালুৰুত আয়োজন কৰা বিজয় উৎসৱত হোৱা পদপিষ্টৰ ঘটনাক লৈ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। ঘটনাটো সংঘটিত হোৱাৰ ২৪ ঘণ্টাৰ পিছত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

আৰ চি বি, ডি এন এ (ইভেণ্ট মেনেজাৰ), কৰ্ণাটক ক্ৰিকেট এছ’চিয়েশ্যনৰ বিৰুদ্ধে কব্বন পাৰ্ক আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে। এজাহাৰত পদপিষ্টৰ ঘটনাটোত অপৰাধমূলক গাফিলতিৰ কথা উল্লেখ কৰা হৈছে। এজাহাৰত ১০৫, ১২৫ (১) (২), ১৩২, ১২১/১, ১৯০ r/w ৩ (৫) ধাৰা জাৰি কৰা হৈছে।

উল্লেখ্য যে, ৩ জুনত অনুষ্ঠিত হোৱা আই পি এলৰ ফাইনেলত আৰ চি বিয়ে পঞ্জাব কিংছক ৬ ৰানত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে খিতাপ দখল কৰে। খিতাপ দখলৰ পাছতেই ৪ জুনত দলটোক শুভেচ্ছা জনোৱাৰ উদ্দেশ্যে উলিওৱা হৈছিল বিজয় উৎসৱ।

৩ জুনত ৰাতিপুৱাৰে পৰা বাংগালুৰুৰ ৰাজপথত ভিৰ কৰিছিল হাজাৰ-হাজাৰ অনুৰাগীয়ে। ভিৰ নিয়ন্ত্ৰণ বাহিৰলৈ যোৱাৰ আশংকা প্ৰকাশ কৰি আৰক্ষীয়ে ভিকট্ৰি পেৰেডেৰ অনুমতি প্ৰদান নকৰিলে। আৰক্ষীয়ে চিন্নাস্বামী ষ্টেডিয়ামত আযোজন কৰা অনুষ্ঠানকো স্থগিত ৰাখিবলৈ অনুৰোধ জনাইছিল। কিন্তু আৰক্ষীৰ অনুৰোধক আওকান কৰি এই অনুষ্ঠান আযোজন কৰিছিল।

উল্লেখ্য যে, কালি সংঘটিত পদপিষ্টৰ ঘটনাত ১১ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৫০ৰো অধিক লোক আহত হৈছিল। আজি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে এই কৰুণ ঘটনাৰ বুজ লয়। এই দলটোৱে জিলা প্ৰশাসন আৰু আৰক্ষীক জাননী জাৰি কৰি এসপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ কৈছে।

Tags: BengaluruFIRKSCARCB

Related Posts

পাকিস্তানৰ বৰ্বৰতাঃ আফগানিস্তানত নিক্ষেপ মিছাইল, ৭ জনৰ প্ৰাণহানি
Top News

April 28, 2026
৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই
Top News

৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই

April 28, 2026
অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…
Top News

অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

April 28, 2026
উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?
Top News

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

April 28, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

পাকিস্তানৰ বৰ্বৰতাঃ আফগানিস্তানত নিক্ষেপ মিছাইল, ৭ জনৰ প্ৰাণহানি

৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই

অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025