• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, May 2, 2026
21 °c
Guwahati
23 ° Sun
23 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

গা-ধোৱাৰ পাছত ভুলতো নকৰিব এইকেইটা কাম; অন্যথা কমিব পাৰে সৌন্দৰ্য !

Nation NE by Nation NE
August 2, 2024
in Top News, অসম, উত্তৰ পূৱ, বিনোদন, ৰাষ্ট্ৰীয়
0 0
গা-ধোৱাৰ পাছত ভুলতো নকৰিব এইকেইটা কাম; অন্যথা কমিব পাৰে সৌন্দৰ্য !
Share on FacebookShare on TwitterWhatsApp

বৰ্তমান সৌন্দৰ্য চৰ্চা মানুহৰ এক এৰাব নোৱাৰা অংগ হৈ পৰিছে। প্ৰতিজন লোকে নিজকে ধুনীয়া ৰাখিবলৈ চেষ্টা কৰে। নিজকে ধুনীয়া ৰাখিবলৈ কেতিয়াও নকৰিব এই কেইটা কাম।

টাৱেলৰে মুখ ঘঁহা

গা-ধুই উঠি গামোচা বা টাৱেলৰে মুখত অত্যাধিক জোৰেৰে ঘঁহিলে ছালৰ ক্ষতি হয়।সেয়েহে, মুখখনক সুৰক্ষিত কৰিবলৈ টাৱেলৰে ঘঁহি দিয়াৰ সলনি লাহে লাহে আপুনি মুখখন শুকুৱাব লাগে।

তিতা চুলি ঘঁহি থকা 

বহু মহিলাই গা-ধোৱাৰ পাছত গামোচা বা টাৱেলৰে টানি টানি চুলি শুকুৱাবলৈ চেষ্টা কৰে।কিন্তু এনে কৰাৰ ফলত চুলি ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ইয়াৰ মানদণ্ড হ্ৰাস হয়। সেয়েহে এনে নকৰি চুলিখিনিক প্ৰাকৃতিকভাৱে শুকাবলৈ দিব লাগে।

চুলিত টাৱেল মেৰিয়াই থোৱা

গা-ধুই উঠি চুলিত গামোচা বা টাৱেল মেৰিয়াই থোৱাটো বহুতৰে অভ্যাস।এনে কৰাৰ ফলত টাৱেলত চুলি পাক খাই ছিঙিবলৈ আৰম্ভ কৰে আৰু চুলিৰ গুৰি দুৰ্বল হয়।

কেৱল মুখমণ্ডলৰ পৰিচৰ্যা

গা-ধোৱাৰ পিছত গোটেই শৰীৰটো শুকান হৈ পৰে যদিও আমি কেৱল মুখখনতহে ক্ৰীম বা লোচন ব্যৱহাৰ কৰো। কিন্তু মুখৰ লগতে গোটেই শৰীৰৰ ছালৰেই যত্ন লোৱাটো খুবেই জৰুৰী।

ময়েশ্চাৰাইজাৰৰ ব্যৱহাৰ 

বেছিভাগ লোকেই গা-ধোৱাৰ পিছত ছালত ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থসমৃদ্ধ ময়েশ্চাৰাইজাৰ আৰু ক্ৰীম প্ৰয়োগ কৰে কিন্তু ই ছালৰ যথেষ্ট ক্ষতি কৰিব পাৰে। ইয়াৰ পৰিৱৰ্তে, আপুনি ছালখন ময়েশ্চাৰাইজ কৰিবলৈ তিল তেল ব্যৱহাৰ কৰিব পাৰে। এই তেল সকলো ধৰণৰ ছালৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়। কেৱল ৪-৫ টোপাল তিল তেল লৈ আপুনি ছালখন মালিচ কৰিব পাৰে।

Tags: #AssamBathHealthIndiaSkin Care

Related Posts

পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ
Top News

পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ

May 2, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 2, 2026
যিমানেই শক্তি নাথাকক, ভয় নাখায় ইৰাণে; আলোচনা সফল নোহোৱাৰ পিছতেই কিয় এনেদৰে ক’লে ইৰাণৰ কৰ্তৃপক্ষই?
Top News

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

May 1, 2026
মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…
Top News

মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…

May 1, 2026
বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন
Top News

বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন

May 1, 2026
খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত
Top News

খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত

May 1, 2026

শীৰ্ষ সংবাদ

পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…

বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন

খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025