• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, May 29, 2026
28 °c
Guwahati
28 ° Sat
29 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ধ্বংসস্তুপত পৰিণত আমেৰিকাৰ বিমান! ইৰানৰ ডাঙৰ প্ৰতিশোধ, আমেৰিকাৰ অস্বীকাৰ এই দাবী

Nation NE by Nation NE
May 29, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ধ্বংসস্তুপত পৰিণত আমেৰিকাৰ বিমান! ইৰানৰ ডাঙৰ প্ৰতিশোধ, আমেৰিকাৰ অস্বীকাৰ এই দাবী
Share on FacebookShare on TwitterWhatsApp

আমেৰিকা আৰু ইৰাণৰ মাজত চলি থকা শান্তি আলোচনাৰ মাজতে উপসাগৰীয় অঞ্চলত পুনৰ বৃদ্ধি পাইছে উত্তেজনা। ২৯ মে’ৰ পুৱাই ইৰাণৰ উপকূলীয় প্ৰদেশ বুশ্বেহৰ আৰু হৰমুজ জলদ্বীপত বিস্ফোৰণৰ শব্দ শুনা যায়। ইৰাণৰ সংবাদ মাধ্যমে দাবী কৰিছে যে, ইৰাণৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই বুশ্বেহৰ প্ৰদেশৰ জাম অঞ্চলত আমেৰিকাৰ এখন সামৰিক বিমান গুলীয়াই পেলাইছিল। অৱশ্যে এই দাবীসমূহ আমেৰিকাই স্পষ্টভাৱে অস্বীকাৰ কৰিছে।

ইৰাণৰ সংবাদ সংস্থাৰ মতে, শুকুৰবাৰে পুৱা বুশ্বেহৰ প্ৰদেশৰ ওপৰৰ আকাশত হঠাতে ক্ষেপণাস্ত্ৰৰ জিলিকনি আৰু বিস্ফোৰণৰ শব্দৰ সৃষ্টি হয়।ইৰাণে দাবী কৰিছে যে এয়া আমেৰিকাৰ বিমান আছিল।

অৱশ্যে আমেৰিকাৰ বিষয়াসকলে ইৰাণৰ এই দাবীক সম্পূৰ্ণ মিছা বুলি উলাই কৰিছে। আমেৰিকাৰ এগৰাকী বিষয়াই স্পষ্ট কৰি দিয়ে যে এই অঞ্চলত কোনো আমেৰিকাৰ বিমানৰ ক্ষতি হোৱা নাই।

ইয়াৰ পূৰ্বে ইৰাণৰ এক সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি, ইৰাণৰ সশস্ত্ৰ বাহিনীয়ে দেশখনৰ দক্ষিণ অংশৰ পৰা কেইবাটাও ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছিল, যাৰ সঠিক লক্ষ্য এতিয়াও জানিব পৰা হোৱা নাই। ইফালে, তাছনিমৰ মতে, হৰমুজ জলদ্বীপত জাহাজসমূহক সতৰ্ক কৰি দিবলৈ সাগৰত প্ৰচণ্ড গুলীচালনা কৰা হয়, যাৰ ফলত উপকূলীয় অঞ্চলত আতংকৰ সৃষ্টি হয়। ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ডে (আই আৰ জি চি) হৰমুজৰ ওচৰৰ চাৰিখন বাণিজ্যিক জাহাজক লক্ষ্য কৰি লোৱাৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে এই সামৰিক পদক্ষেপ গ্ৰহণ কৰিছে, যাৰ কিছুমানৰ আমেৰিকাৰ সৈতে সম্পৰ্ক আছে বুলি কোৱা হৈছে।

আচৰিত কথাটো এই যে, এই শেহতীয়া পৰিঘটনা এনে এটা সময়ত ঘটিছে যেতিয়া দুয়োখন দেশে ৬০ দিনৰ অস্থায়ী যুদ্ধবিৰতি আৰু হৰমুজ জলদ্বীপ মুকলি কৰাৰ বাবে “শান্তি চুক্তি”ৰ ওপৰত সন্মতি প্ৰকাশ কৰা বুলি বাতৰি প্ৰচাৰ হৈছিল। কূটনৈতিক টেবুলত শান্তি আলোচনা ৰচনা কৰা হৈছে যদিও দুয়োখন দেশৰ পৰিস্থিতি আকৌ এবাৰ তীব্ৰতৰ হোৱা যেন দেখা গৈছে।

যোৱা ২৮ মে’ত আমেৰিকাই ইৰাণৰ তেল বাণিজ্যৰ ওপৰত নতুন নিষেধাজ্ঞা ঘোষণা কৰে। আমেৰিকাৰ কোষাগাৰ বিভাগে ইৰাণৰ খাৰুৱা তেল আৰু পেট্ৰলিয়াম সামগ্ৰী পৰিবহণৰ সৈতে জড়িত ৮খন জাহাজৰ ব্লেকলিষ্ট কৰে। ইয়াৰ ভিতৰত মাৰ্শ্বেল দ্বীপপুঞ্জ, ক’মৰ’ছ, পানামাত পঞ্জীয়নভুক্ত টেংকাৰসমূহো আছে। আমেৰিকাৰ কোষাগাৰ সচিব স্কট বেছাণ্টে কয় যে, এই নিষেধাজ্ঞাৰ উদ্দেশ্য হৈছে ইৰাণে তেলৰ ৰাজহ ব্যৱহাৰ কৰি সামৰিক শক্তি বৃদ্ধি কৰাত বাধা দিয়া।

Tags: AmericaIranWar

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 29, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 29, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 29, 2026
চলন্ত ৰে’লত উদ্ধাৰ ১.২২ কোটি টকা, নোটৰ বাণ্ডিল দেখি স্তম্ভিত আৰক্ষী
Top News

চলন্ত ৰে’লত উদ্ধাৰ ১.২২ কোটি টকা, নোটৰ বাণ্ডিল দেখি স্তম্ভিত আৰক্ষী

May 28, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 28, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 28, 2026

শীৰ্ষ সংবাদ

ধ্বংসস্তুপত পৰিণত আমেৰিকাৰ বিমান! ইৰানৰ ডাঙৰ প্ৰতিশোধ, আমেৰিকাৰ অস্বীকাৰ এই দাবী

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

চলন্ত ৰে’লত উদ্ধাৰ ১.২২ কোটি টকা, নোটৰ বাণ্ডিল দেখি স্তম্ভিত আৰক্ষী

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025