• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, May 2, 2026
21 °c
Guwahati
23 ° Sun
23 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত ইতিহাস ৰচিলে বুমৰাহে; ভাৰতৰ ভূমিত এই অভিলেখ গঢ়া প্ৰথমগৰাকী বেগী বলাৰ

Nation NE by Nation NE
October 2, 2025
in Top News, ক্ৰীড়া
0 0
বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত ইতিহাস ৰচিলে বুমৰাহে; ভাৰতৰ ভূমিত এই অভিলেখ গঢ়া প্ৰথমগৰাকী বেগী বলাৰ
Share on FacebookShare on TwitterWhatsApp

ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত আজিৰ পৰা আৰম্ভ হৈছে টেষ্ট শৃংখলাৰ প্ৰথমখন মেচ। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনত শোচনীয় প্ৰদৰ্শন কৰে ৱেষ্ট ইণ্ডিজৰ বেটছমেনসকলে। দলটোৱে মাত্ৰ ১৬২ ৰানতে অলআউট হয়।

ভাৰতৰ হৈ মহম্মদ ছিৰাজ, যশপ্ৰীত বুমৰাহ আৰু কুলদীপ যাদৱে যথেষ্ট উন্নতমানৰ প্ৰদৰ্শন আগবঢ়ায়। ছিৰাজে চাৰিটা, বুমৰাহে তিনিটা, কুলদীপ যাদৱে দুটা আৰু ৱাশ্বিংটন সুন্দৰে এটা উইকেট লাভ কৰে।

মেচখনৰ প্ৰথম ইনিংছত তিনিটা উইকেট লাভ কৰাৰ লগে লগে যশপ্ৰীত বুমৰাহৰ নামত সংযোজন হয় এক বিশেষ অভিলেখ। বুমৰাহে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত ভাৰতৰ ভূমিত ৫০টা উইকেট সম্পূৰ্ণ কৰিছে। তেওঁ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত ঘৰৰ মাটিত ৫০টা উইকেট দখল কৰা প্ৰথমজন ভাৰতীয় বেগী বলাৰ হিচাপে পৰিগণিত হয়।

বুমৰাহৰ পূৰ্বে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত ৰবিচন্দ্ৰন অশ্বিন (১৪৯ উইকেট) আৰু ৰবীন্দ্ৰ জাদেজাই (৯৪ উইকেট) ঘৰুৱা ভূমিত ৫০ টাতকৈ অধিক উইকেট দখল কৰিছে। অৱশ্যে দুয়োজনেই স্পিনাৰ।

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত ঘৰুৱা ভূমিত মুঠ ১৩ খন মেচ খেলি এই সময়ছোৱাত বুমৰাহে ৫০ টা উইকেট দখল কৰে। এই সময়ছোৱাত তেওঁৰ সৰ্বোত্তম প্ৰদৰ্শন আছিল এটা ইনিংছত ৪৫ ৰানত ৬টা উইকেট।

Tags: India vs West IndiesJasprit BumrahWorld Test Champioship

Related Posts

আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?
Top News

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

May 2, 2026
পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ
Top News

পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ

May 2, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 2, 2026
যিমানেই শক্তি নাথাকক, ভয় নাখায় ইৰাণে; আলোচনা সফল নোহোৱাৰ পিছতেই কিয় এনেদৰে ক’লে ইৰাণৰ কৰ্তৃপক্ষই?
Top News

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

May 1, 2026
মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…
Top News

মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…

May 1, 2026
বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন
Top News

বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন

May 1, 2026

শীৰ্ষ সংবাদ

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…

বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025