• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, April 28, 2026
23 °c
Guwahati
22 ° Wed
23 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

২৭ বছৰত ৮৮টাকৈ চুৰি কৰি আৰক্ষীৰ জালত এগৰাকী অভিযন্তা

Nation NE by Nation NE
May 15, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
২৭ বছৰত ৮৮টাকৈ চুৰি কৰি আৰক্ষীৰ জালত এগৰাকী অভিযন্তা
Share on FacebookShare on TwitterWhatsApp

শেহতীয়াকৈ বেংগালুৰু আৰক্ষীয়ে ২৭ বছৰ ধৰি ৮৮টা চুৰি গোচৰত অভিযুক্ত এজন চোৰক গ্ৰেপ্তাৰ কৰে। শেহতীয়াকৈ এই চোৰজনে কোডিগেহল্লীৰ এটা ঘৰত লুটপাত কৰি ৯.২০ লাখ টকাৰ মূল্যৱান সামগ্ৰী লৈ পলায়ন কৰিছিল।

এই ঘটনা সংঘটিত হৈছে  বেংগালৰুৰ এখন ভিতৰুৱা গাঁৱত। অন্ধ্ৰপ্ৰদেশৰ বাসিন্দা শ্ৰীনিবাসে ১৯৯৮ চনৰ পৰা সমগ্ৰ অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটকৰ বহুতো ঘৰৰ লুটপাত চলাই আহিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। মেকানিকেল ইঞ্জিনিয়াৰিঙৰ স্নাতক শ্ৰীনিৱাসে পূৰ্বতে তেলেগু চলচ্চিত্ৰ উদ্যোগত কাৰিকৰী ক্ৰু মেম্বাৰ হিচাপে কাম কৰিছিল বুলি আৰক্ষীয়ে জনায়।

কিন্তু জুৱাৰ প্ৰতি আসক্তি আৰু আড়ম্বৰপূৰ্ণ জীৱনশৈলীৰ বাবে চুৰি কৰিবলৈ বাধ্য হৈছিল বুলি তেওঁলোকে কয়। এগৰাকী আৰক্ষী বিষয়াৰ মতে, তেওঁৰ ভাই-ভনীসকল আমেৰিকা আৰু অষ্ট্ৰেলিয়াত কৰ্মৰত।

উল্লেখ্য যে, ১৬ এপ্ৰিলত কোডিগেহল্লীৰ বালাজী লেআউটৰ এটা ঘৰত কোনো নথকাৰ সুযোগ লৈ ৰড ব্যৱহাৰ কৰি ঘৰৰ দুৱাৰ খুলি সকলো মূল্যৱান সামগ্ৰী চুৰি কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। পিছে শ্ৰীনিবাসৰ আঙুলিৰ ছাপ সেই স্থানতে এৰি থৈ গৈছিল, আৰু আৰক্ষীৰ আঙুলিৰ ছাপ বিশেষজ্ঞসকলে ২০২২ চনত পূৰ্বৰ গ্ৰেপ্তাৰৰ ৰেকৰ্ডৰ সৈতে মিলাই এই ঘটনাৰ সৈতে শ্ৰীনিবাস জড়িত থকা বুলি নিশ্চিত কৰে।

২ মে’ত আৰক্ষীয়ে শ্ৰীনিবাসক আটক কৰে।

আৰক্ষীয়ে জনোৱা অনুসৰি, শ্ৰীনিবাসৰ বিৰুদ্ধে হায়দৰাবাদৰ মাধাপুৰ আৰু সৰোজিনী নগৰ, কৰ্ণাটকৰ বিদাৰ, অন্ধ্ৰপ্ৰদেশৰ এলুৰু চহৰত গোচৰ ৰুজু হৈছে। পিছে ৮৮ টা গোচৰ থকাৰ পিছতো তেওঁ কেতিয়াও দোষী সাব্যস্ত হোৱা নাই বুলি আৰক্ষীয়ে জনায়।

Tags: Andhra PradeshBengaluruthief

Related Posts

পাকিস্তানৰ বৰ্বৰতাঃ আফগানিস্তানত নিক্ষেপ মিছাইল, ৭ জনৰ প্ৰাণহানি
Top News

April 28, 2026
৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই
Top News

৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই

April 28, 2026
অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…
Top News

অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

April 28, 2026
উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?
Top News

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

April 28, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

পাকিস্তানৰ বৰ্বৰতাঃ আফগানিস্তানত নিক্ষেপ মিছাইল, ৭ জনৰ প্ৰাণহানি

৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই

অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025