• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, April 28, 2026
22 °c
Guwahati
22 ° Wed
23 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আৰ জি কৰৰ পিছত এইবাৰ আইন মহাবিদ্যালয়ত ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড

Nation NE by Nation NE
June 27, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
আৰ জি কৰৰ পিছত এইবাৰ আইন মহাবিদ্যালয়ত ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড
Share on FacebookShare on TwitterWhatsApp

দক্ষিণ কলকাতাৰ কছৱা অঞ্চলত থকা দক্ষিণ কলকাতা আইন মহাবিদ্যালয়ৰ ভিতৰত এগৰাকী ছাত্ৰী গণ ধৰ্ষণৰ বলি হোৱাৰ ভয়ংকৰ খবৰ পোহৰলৈ আহিছে। মহাবিদ্যালয়খনৰ পৰিসৰত ২৫ জুনৰ সন্ধিয়া ৭.৩০ বজাৰ পৰা নিশা ১০.৫০ মিনিটৰ ভিতৰত এই কাণ্ড সংঘটিত হোৱা বুলি জানিবলৈ দিছে আৰক্ষীয়ে।

ইতিমধ্যে ভুক্তভোগী ছাত্ৰীগৰাকীৰ অভিযোগৰ ভিত্তিত কছৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে আৰু এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্তও আৰম্ভ কৰিছে।

এই ঘৃণণীয় কাৰ্যৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে ইতিমধ্যে তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে, ইয়াৰে এজন প্ৰাক্তন ছাত্ৰ আৰু দুজন বৰ্তমানৰ ছাত্ৰ।

গ্ৰেপ্তাৰ হোৱা অভিযুক্ত তিনিজনক ক্ৰমে প্ৰাক্তন ছাত্ৰ মোনোজিত মিশ্ৰা (৩১), জেইব আহমেদ (১৯) আৰু প্ৰমিত মুখাৰ্জী (২০) বুলি চিনাক্ত কৰা হৈছে। গ্ৰেপ্তাৰ হোৱা আটাইকেইজনৰে মোবাইল ফোনকেইটা জব্দ কৰিছে আৰক্ষীয়ে। ইতিমধ্যে আদালতে এই তিনিওজন অভিযুক্তকে পাঁচ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে।

Tags: Kolkata CaseLaw CollegeTMCWest Bengal

Related Posts

অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…
Top News

April 28, 2026
উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?
Top News

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

April 28, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 28, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 28, 2026
‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন

April 27, 2026

শীৰ্ষ সংবাদ

অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025