• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

লালু, তেজস্বী আৰু তেজ প্ৰতাপলৈ চমন প্ৰেৰণ; হাজিৰ হ’বলৈ নিৰ্দেশ আদালতৰ

Nation NE by Nation NE
September 18, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
লালু, তেজস্বী আৰু তেজ প্ৰতাপলৈ চমন প্ৰেৰণ; হাজিৰ হ’বলৈ নিৰ্দেশ আদালতৰ
Share on FacebookShare on TwitterWhatsApp

চাকৰিৰ বিনিময়ত ভূমিৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত ৰাষ্ট্ৰীয় জনতা দলৰ অধ্যক্ষ তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ আৰু তেওঁৰ পৰিয়ালৰ বিপদ বৃদ্ধি পাইছে। দিল্লীৰ ৰাউজ এভিনিউ আদালতে এই গোচৰত লালু প্ৰসাদ যাদৱ, তেজস্বী যাদৱকে ধৰি বহু অভিযুক্তলৈ চমন জাৰি কৰিছে।

আদালতে তেওঁলোকক অহা ৭ অক্টোবৰত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে।

উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে তেজ প্ৰতাপ যাদৱলৈ ‘চাকৰিৰ বিনিময়ত ভূমি’ৰ গোচৰত চমন প্ৰেৰণ কৰা হৈছে। ৰাউজ এভিনিউ আদালতে পৰৱৰ্তী ৭ অক্টোবৰত লালু প্ৰসাদ যাদৱ, তেজস্বী যাদৱ, তেজ প্ৰতাপ যাদৱ, অখিলেশ্বৰ সিং, হাজাৰী প্ৰসাদ ৰায়, সঞ্জয় ৰায়, ধৰ্মেন্দ্ৰ সিং, কিৰণ দেৱীক চমন কৰিছে।

ইফালে মঙলবাৰে দিল্লী উচ্চ ন্যায়ালয়ে ৰে’লৱেত সংঘটিত ভূমি-চাকৰিৰ কেলেংকাৰিৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত আৰজেডিৰ মুৰব্বী লালু প্ৰসাদৰ ঘনিষ্ঠ সহযোগী অমিত কাত্যলক জামিন মঞ্জুৰ কৰে।

ইডিয়ে এই গোচৰত নিৰ্বাচিতভাৱে কাম কৰাৰ পদক্ষেপকো গৰিহণা দিছে আদালতে। ২২ মে’ত নিম্ন আদালতে কাত্যলক সকাহ দিবলৈ পৰ্যাপ্ত ভিত্তি নাই বুলি উল্লেখ কৰি জামিন আবেদন নাকচ কৰিছিল।

Tags: BiharJob ScamLalu Prasad YadavLand For JobScam

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025