• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কলকাতা কাণ্ড: মমতা চৰকাৰৰ বিৰুদ্ধে সৰৱ বংগৰ ৰাজ্যপাল

Nation NE by Nation NE
September 13, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
দেশ কপোঁৱা চিকিৎসকৰ গণ ধৰ্ষণ-হত্যা; ছয়গাঁৱত প্ৰতিবাদমুখৰ পৰিৱেশ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

কলকাতাৰ আৰ জি কাৰ মেডিকেল কলেজৰ মহিলা চিকিৎসকৰ সৈতে কৰা জঘণ্য কাণ্ড তথা হত্যাক কেন্দ্ৰ কৰি দেশজুৰি অব্যাহত আছে প্ৰতিবাদ। বিশেষকৈ এই জঘন্য ঘটনাৰ ন্যায় বিচাৰি কলকাতাত ধৰ্মঘট আৰু প্ৰতিবাদ অব্যাহত ৰাখিছে কনিষ্ঠ চিকিৎসকসকলে।

এই নিৰ্লজ্জ ঘটনাৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে কোনোধৰণৰ কঠোৰতম ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ লৈ মমতা চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সাধাৰণ জনতা। এইসকল লোকক সমৰ্থন কৰি বৰ্তমান পশ্চিম বংগৰ ৰাজ্যপালে মমতা বেনাৰ্জী চৰকাৰৰ বিৰুদ্ধে এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে।

তথ্য অনুসৰি, পশ্চিম বংগৰ ৰাজ্যপাল চি ভি আনন্দ বসুৱে বৃহস্পতিবাৰে কয় যে, জনসাধাৰণৰ আৱেগৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ তথা আন কোনো কৰ্মচাৰীয়ে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সৈতে কোনো ৰাজহুৱা মঞ্চ ভাগ বতৰা নকৰে।সাংবিধানিক ব্যৱস্থা উলংঘা কৰাৰ বাবে তেওঁ মমতাৰ বিৰুদ্ধে সক্ৰিয় পদক্ষেপ ল’ব।ৰাজ্যপাল হিচাপে তেওঁৰ ভূমিকা সাংবিধানিক কৰ্তব্যতেই সীমাবদ্ধ হৈ থাকিব।

এই বাৰ্তা বসুৱে এটা ভিডিঅ’ৰ জৰিয়তে দিয়ে।লগতে তেওঁ ইয়াকো কয় যে, বংগৰ জনসাধাৰণৰ প্ৰতি তেওঁ প্ৰতিশ্ৰুতিবদ্ধ।

আৰজি ভুক্তভোগী চিকিৎসকগৰাকীৰ পিতৃ-মাতৃ আৰু ন্যায়ৰ বাবে প্ৰতিবাদ কৰা সকলো লোকৰ আবেগৰ প্ৰতি সন্মান জনাই আনন্দে কয় যে, যেতিয়ালৈকে বংগৰ জনসাধাৰণে ন্যায় নাপায় আৰু অপৰাধীসকলক উচিত শাস্তি দিয়া নহয়,  তেতিয়ালৈকে তেওঁ সামাজিকভাৱে মুখ্যমন্ত্ৰীক বৰ্জন কৰিব। মুখ্যমন্ত্ৰীৰ সৈতে তেওঁ কোনো ৰাজহুৱা মঞ্চ ভাগ-বতৰা নকৰো আৰু লগতে মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব লগীয়া এনে কোনো কাৰ্যসূচীতেই তেওঁ অংশগ্ৰহণ নকৰে।

Tags: Doctor ProtestKolkata CaseWest Bengal

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025