• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, May 1, 2026
22 °c
Guwahati
23 ° Sun
23 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বাজিব চাইৰেন , ১ আগষ্টত অনুষ্ঠিত হ’ব ‘মক ড্ৰিল’, ৰাইজৰ ওচৰত এই আহ্বান চৰকাৰৰ

Nation NE by Nation NE
July 28, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
বাজিব চাইৰেন , ১ আগষ্টত অনুষ্ঠিত হ’ব ‘মক ড্ৰিল’, ৰাইজৰ ওচৰত এই আহ্বান চৰকাৰৰ
Share on FacebookShare on TwitterWhatsApp

ভূমিকম্প আৰু ৰাসায়নিক দুৰ্যোগৰ দৰে বৃহৎ দুৰ্যোগৰ ক্ষেত্ৰত জৰুৰীকালীন সঁহাৰিৰ ক্ষমতা শক্তিশালী কৰাৰ লক্ষ্যৰে ১ আগষ্টত দেশৰ ৰাজধানী দিল্লীত আয়োজন কৰা হ’ব ‘মক ড্ৰিল’ৰ। ২৭ জুলাইত এই তথ্য প্ৰদান কৰে বিষয়াসকলে।

এই অনুশীলনৰ সময়ত বাসিন্দাসকলে এম্বুলেন্স, অগ্নিনিৰ্বাপক বাহিনীৰ ইঞ্জিন, আৰক্ষীৰ ভ্যান আৰু সেনাৰ ট্ৰাককে ধৰি জৰুৰীকালীন বাহনৰ চলাচল বৃদ্ধি হোৱা দেখা পাব পাৰে। এই ক্ষেত্ৰত ৰাইজক সহযোগিতা কৰিবলৈ আহ্বান জনোৱা হৈছে আৰু আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই কৈছে প্ৰশানসনক।

বিষয়াসকলে জনোৱা মতে, তেওঁলোকে কয় যে ২৯ জুলাইৰ পৰা দুৰ্যোগৰ আশংকা আৰু কৌশলগত প্ৰস্তুতিৰ ওপৰত আলোচনা চক্ৰৰ জৰিয়তে এই অনুশীলন আৰম্ভ হ’ব। ৩০ জুলাইত টেবুলটপ এক্সাৰচাইজ (টিটিইএক্স)ৰ আয়োজন কৰা হ’ব যাতে দুৰ্যোগ পৰিচালকে নিয়ন্ত্ৰিত পৰিৱেশত নিজৰ সঁহাৰিৰ পৰিকল্পনা পৰীক্ষা কৰিব পাৰে।

বিষয়াসকলে জনোৱা মতে, ১ আগষ্টত অনুষ্ঠিত হ’বলগীয়া পূৰ্ণাংগ ‘মক ড্ৰিল’ চূড়ান্ত পৰ্যায় হ’ব, য’ত এই পৰিকল্পনা ভূমি পৰ্যায়ত কাৰ্যকৰী কৰা হ’ব। বিষয়াসকলে কয় যে এই ক্ষেত্ৰ পৰ্যায়ৰ অনুশীলনে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত জৰুৰীকালীন সঁহাৰিৰ সমন্বয় বৃদ্ধিৰ বাবে ৰচনা কৰা বহু সংস্থাৰ ‘অভ্যাস সুৰক্ষা চক্ৰ’ৰ শিখৰত উপনীত হ’ব। ইয়াৰ জৰিয়তে দিল্লী, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ ১৮খন জিলা সামৰি লোৱা হ’ব।

Tags: #DelhiCentral Govermentmockdrill

Related Posts

যিমানেই শক্তি নাথাকক, ভয় নাখায় ইৰাণে; আলোচনা সফল নোহোৱাৰ পিছতেই কিয় এনেদৰে ক’লে ইৰাণৰ কৰ্তৃপক্ষই?
Top News

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

May 1, 2026
মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…
Top News

মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…

May 1, 2026
বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন
Top News

বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন

May 1, 2026
খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত
Top News

খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত

May 1, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026
অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?
Top News

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

April 30, 2026

শীৰ্ষ সংবাদ

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…

বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন

খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025