• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, April 29, 2026
22 °c
Guwahati
23 ° Thu
24 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পত্নীক ভূমি প্ৰদান কৰি বিপদত মুখ্যমন্ত্ৰী! মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে তদন্তৰ অনুমতি উচ্চ ন্যায়ালয়ৰ

Nation NE by Nation NE
September 24, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
পত্নীক ভূমি প্ৰদান কৰি বিপদত মুখ্যমন্ত্ৰী! মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে তদন্তৰ অনুমতি উচ্চ ন্যায়ালয়ৰ
Share on FacebookShare on TwitterWhatsApp

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ছিদ্দাৰামায়াই হেৰুৱাব নেকি মুখ্যমন্ত্ৰীৰ গাদী। মুখ্যমন্ত্ৰী ছিদ্দাৰামায়াই নিজৰ পত্নীক বৃহত পৰিমাণৰ চৰকাৰী ভূমি আৱণ্টন দি বিপদত পৰা পৰিলক্ষিত হৈছে। ৰাজ্যখনৰ ৰাজ্যপালে মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে তদন্ত চলাবলৈ দিয়া সন্মতিক প্ৰত্যাহ্বান জনাই ছিদ্দাৰামায়াই জনোৱা আবেদন আজি কৰ্ণাটক উচ্চ ন্যায়ালয়ে খাৰিজ কৰে।

অৰ্থাত আজি উচ্চ ন্যায়ালয়ে ছিদ্দাৰামায়াৰ আবেদন খাৰিজ কৰি তেওঁৰ বিৰুদ্ধে তদন্ত চলোৱাৰ অনুমতি প্ৰদান কৰিছে। উচ্চ ন্যায়ালয়ে দিয়া এই ৰায়ৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীৰ পদটোলৈ সংকট নামি আহিব বুলি আশংকা কৰা হৈছে।

উল্লেখ্য যে, মাইছ’ৰ আৰ্বান ডেভেলপমেণ্ট অথৰিটী চমুকৈ মুদা (MUDA)ই ছিদ্দাৰামায়াৰ পত্নীক চহৰৰ মাজ-মজিয়াতে ১৪টাকৈ স্থানত চৰকাৰী মাটি আৱণ্টন দিছিল।

এই তথ্য পোহৰলৈ অহাৰ পিছতে বেংগালুৰুৰ সমাজকৰ্মী প্ৰদীপ কুমাৰ, টি জে আব্ৰাহাম আৰু মহীশূৰৰ সমাজকৰ্মী স্নেহময়ী কৃষ্ণাই মুখ্যমন্ত্ৰীৰ ছত্ৰছায়াত মুদাই ছিদ্দাৰামায়াৰ পত্নীক অবৈধভাৱে ভূমি আৱণ্টন দিয়া বুলি গোচৰ ৰুজু কৰিছিল।

স্মৰ্তব্য যে যদিহে কোনো লোকে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে তেন্তে সেই গোচৰত ৰাজ্যপালে সন্মতি দিলেহে তদন্ত কৰিব পাৰে। সেই অনুসৰিয়েই ছিদ্দাৰামায়াৰ বিৰুদ্ধে তৰা আবেদনৰ তদন্তৰ বাবে কৰ্ণাটকৰ ৰাজ্যপাল থাৱৰ চন্দ গেহলটে ১৭ আগষ্টত সন্মতি প্ৰদান কৰে।

ইয়াৰ পিছতেই মুখ্যমন্ত্ৰী ছিদ্দাৰামায়াই কৰ্ণাটক উচ্চ ন্যায়ালয়ত ৰাজ্যপালে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দিয়া তদন্তৰ সন্মতি জনোৱা কাৰ্যক প্ৰত্যাহ্বান জনায়। সেই অনুসৰি, কৰ্ণাটক উচ্চ ন্যায়ালয়ে ১৯ আগষ্টত এটা অন্তৱৰ্তীকালীন নিৰ্দেশযোগে, পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে কোনো ব্যৱস্থা নল’বলৈ নিৰ্দেশ প্ৰদান কৰিছিল।

আনহাতে মুখ্যমন্ত্ৰীৰ পত্নীয়ে কোনো আবেদন নকৰাকৈয়ে মুদাই প্ৰায় ৫৫.৮ কোটি টকাৰ মাটি আৱণ্টন দিয়া বুলি ৩১ আগষ্টত কৰ্ণাটকৰ ৰাজ্যপালৰ কাৰ্যালয়ে উচ্চ ন্যায়ালয়ক জনায়। যাৰ বাবে পত্নীক মাটি আৱণ্টনৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ প্ৰভাৱ থকাটো স্পষ্ট হৈ পৰে।

কৰ্ণাটক উচ্চ ন্যায়ালয়ে ছিদ্দাৰামায়াক সাময়িক সকাহ দিছিল যদিও মঙলবাৰে আদালতখনে ছিদ্দাৰামায়াৰ আৱেদনৰ নায্যতা খাৰিজ কৰি ৰাজ্যপালৰ অনুমতিত সন্মতি জনায়। অৰ্থাৎ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এতিয়া তদন্ত চলিব। গোচৰটোত দোষী সাব্যস্ত হ’লে ছিদ্দাৰামায়াই মুখ্যমন্ত্ৰীৰ গাদী হেৰুৱাব।

ইতিমধ্যেই, বিৰোধী শক্তি বিজেপিৰ কেইবাজনো নেতাই মুদা কেলেংকাৰীত নাম সাঙোৰ খাই পৰা মুখ্যমন্ত্ৰী ছিদ্দাৰামায়াক পদত্যাগ কৰাৰ দাবী জনাইছে।

Tags: BJPKarnatakaMUDA ScamSiddaramaiah

Related Posts

পাকিস্তানৰ বৰ্বৰতাঃ আফগানিস্তানত নিক্ষেপ মিছাইল, ৭ জনৰ প্ৰাণহানি
Top News

April 28, 2026
৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই
Top News

৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই

April 28, 2026
অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…
Top News

অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

April 28, 2026
উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?
Top News

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

April 28, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

পাকিস্তানৰ বৰ্বৰতাঃ আফগানিস্তানত নিক্ষেপ মিছাইল, ৭ জনৰ প্ৰাণহানি

৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই

অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025