• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, May 1, 2026
23 °c
Guwahati
22 ° Sat
24 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

SBIৰ পৰা প্ৰায় ২ কোটি টকাৰ সোণ আৰু ৮ লাখ টকাৰ নগদ ধন চুৰি, আৰক্ষীৰ অভিযান অব্যাহত

Nation NE by Nation NE
September 3, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
SBIৰ পৰা প্ৰায় ২ কোটি টকাৰ সোণ আৰু ৮ লাখ টকাৰ নগদ ধন চুৰি, আৰক্ষীৰ অভিযান অব্যাহত
Share on FacebookShare on TwitterWhatsApp

২ ছেপ্তেম্বৰৰ মাজ নিশা উজ্জয়িনীস্থিত ভাৰতীয় ষ্টেট বেংকৰ মহানন্দ নগৰ শাখাৰ পৰা কোটি কোটি টকা চুৰি হয়। অৱশ্যে এই চুৰিৰ আটাইতকৈ আচৰিত কথাটো হ’ল বেংকৰ তলা ভাঙি এই চুৰি কাৰ্য সম্পন্ন হোৱা নাছিল, আচলতে তলাবোৰ ভিতৰৰ পৰা খুলিহে দিয়া হৈছিল।

ইয়াৰ দ্বাৰা আৰক্ষীয়ে এই অপৰাধৰ লগত বেংকৰ কোনো ভিতৰৰ মানুহ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে। তথ্য অনুসৰি ২জন লোকে গভীৰ নিশা বেংকত উপস্থিত হৈ মূল গেট আৰু লকাৰৰ তলা খুলি ১-২ কোটি টকাৰ সোণ আৰু প্ৰায় আঠ লাখ টকাৰ নগদ ধন লৈ যায়। বেংকৰ মেনেজাৰ আৰু চাফাই কৰ্মীজনে ৰাতিপুৱাই এই চুৰিৰ কথা গম পায়।

ঘটনাৰ খবৰ পাই আৰক্ষীয়ে সেই স্থান পৰিদৰ্শন কৰে। এফ এছ এল, ফিংগাৰপ্ৰিণ্ট, চাইবাৰ আৰু ক্ৰাইম টিমে থিতাতে বেংকটো পৰিদৰ্শন কৰি ক্লু সংগ্ৰহ কৰে। বেংকত স্থাপন কৰা চিচিটিভি কেমেৰা তদন্তত গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ’ব পাৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। একে সময়তে বেংকৰ সন্মুখত থকা দোকানখনৰ কেমেৰাত বন্দী হৈছে চোৰৰ কিছু ছবি।

আৰক্ষী অধীক্ষক উজ্জয়ন প্ৰদীপ শৰ্মাই কয় যে সকলো তলা ক্ৰমাগতভাৱে খোলা হৈছিল, যিটো চাবি অবিহনে সম্ভৱ নহয়। গতিকে ইয়াৰ লগত কোনো ভিতৰৰ মানুহ জড়িত হোৱাৰ সম্ভাৱনা আছে। তেওঁ কয় যে আৰক্ষীয়ে ফুটেজ আৰু অন্যান্য প্ৰমাণ বিশ্লেষণ কৰি আছে।

চুৰি হোৱা সোণখিনি বেংকৰ সোণৰ ঋণৰ সৈতে জড়িত। আৰক্ষীয়ে চুৰি হোৱা সোণ আৰু নগদ ধনৰ প্ৰকৃত পৰিচয় আৰু ব্যৱহাৰৰ তদন্তও অব্যাহত ৰাখিছে। ঘটনাৰ লগত জড়িত লোকসকলক চিনাক্ত কৰি ধৰিবলৈ তৎপৰ হৈ পৰিছে আৰক্ষী। আৰক্ষী বিষয়াগৰাকীয়ে আশ্বাস দিয়ে যে অতি সোনকালে সমগ্ৰ ঘটনাটো পোহৰলৈ আহিব আৰু দোষীসকলক আইনৰ অধীনত শাস্তি প্ৰদান কৰা হ’ব।

Tags: SBIthiefUjjain

Related Posts

যিমানেই শক্তি নাথাকক, ভয় নাখায় ইৰাণে; আলোচনা সফল নোহোৱাৰ পিছতেই কিয় এনেদৰে ক’লে ইৰাণৰ কৰ্তৃপক্ষই?
Top News

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

May 1, 2026
মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…
Top News

মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…

May 1, 2026
বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন
Top News

বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন

May 1, 2026
খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত
Top News

খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত

May 1, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026
অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?
Top News

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

April 30, 2026

শীৰ্ষ সংবাদ

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…

বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন

খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025