• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

BJP চৰকাৰ আহিলে মুছলমান বিধায়কক বাহিৰ কৰি দিম… শুভেন্দু অধিকাৰীৰ বিতৰ্কিত মন্তব্য

Nation NE by Nation NE
March 12, 2025
in Top News, ৰাজনীতি, ৰাষ্ট্ৰীয়
0 0
BJP চৰকাৰ আহিলে মুছলমান বিধায়কক বাহিৰ কৰি দিম… শুভেন্দু অধিকাৰীৰ বিতৰ্কিত মন্তব্য
Share on FacebookShare on TwitterWhatsApp

বিতৰ্কিত মন্তব্যক লৈ সংবাদ মাধ্যমৰ শিৰোণাম দখল কৰি থকা পশ্চিম বংগৰ বিৰোধী নেতা শুভেন্দু অধিকাৰীয়ে পুনৰ এবাৰ কৰিছে আপত্তিজনক মন্তব্য। শেহতীয়াকৈ বিজেপি নেতাগৰাকীয়ে পুনৰ এবাৰ মুছলমান সন্দৰ্ভত কৰিছে অপমানসূচক মন্তব্য।

অধিকাৰীৰ মন্তব্যৰ পিছতে উত্তাল হৈ পৰিছে পশ্চিম বংগৰ ৰাজনীতি। তেওঁ কয় যে বিজেপিয়ে পৰৱৰ্তী চৰকাৰ গঠন কৰাৰ পিছত বিধানসভাৰ পৰা মুছলমান বিধায়কক ‘শাৰীৰিকভাৱে বাহিৰ কৰি দিব’। শুভেন্দু অধিকাৰীৰ এই বক্তব্যক লৈ তৃণমূল কংগ্ৰেছে তীব্ৰ আপত্তি দৰ্শাইছে।

উল্লেখ্য যে, বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি শুভেন্দুক ১৭ ফেব্ৰুৱাৰীত বিধানসভাৰ পৰা নিলম্বন কৰা হৈছিল। কেৱল এয়াই নহয় তেওঁ সমগ্ৰ বাজেট অধিৱেশনৰ বাবে নিলম্বিত হৈ থাকিব।

মমতা চৰকাৰক আক্ৰমণ কৰি তেওঁ কয় যে এই চৰকাৰখনে সাম্প্ৰদায়িক প্ৰশাসন চলাই আছে আৰু ইয়াক মুছলিম লীগৰ আন এটা ৰূপ বুলিও অভিহিত কৰে। তেওঁ কয় যে এইবাৰ বংগৰ ৰাইজে এই চৰকাৰক উৎখাত কৰিব।

মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ দল তৃণমূল কংগ্ৰেছে তেওঁৰ বক্তব্যক তীব্ৰ আপত্তি জনাই ইয়াক ‘ঘৃণামূলক ভাষণ’ বুলি অভিহিত কৰে। ইয়াৰ উপৰি তেওঁলোকে অধিকাৰীৰ মানসিক অৱস্থাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে।

Tags: BJPMuslim MLASuvendu AdhikariWest Bengal

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025