• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, May 21, 2026
29 °c
Guwahati
26 ° Fri
25 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    নিৰ্বাচনৰ পিছতে গ্ৰাহকৰ মাজত লাগিল হাহাকাৰ, জানক কোনবিধ সামগ্ৰীত কিমান টকাকৈ বাঢ়িল বস্তুৰ দাম…

    নিৰ্বাচনৰ পিছতে গ্ৰাহকৰ মাজত লাগিল হাহাকাৰ, জানক কোনবিধ সামগ্ৰীত কিমান টকাকৈ বাঢ়িল বস্তুৰ দাম…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

‘মাদ্ৰাছাত বন্দে মাতৰম গোৱাটো বাধ্যতামূলক’, বংগ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত

Nation NE by Nation NE
May 21, 2026
in Top News, ৰাষ্ট্ৰীয়
0 0
বাংলাদেশক ক্ষুব্ধ কৰি তুলিছে পশ্চিম বংগৰ শুভেন্দু চৰকাৰৰ এই সিদ্ধান্তই, কি এই ডাঙৰ সিদ্ধান্ত?
Share on FacebookShare on TwitterWhatsApp

বিদ্যালয়ৰ পিছতে পশ্চিম বংগ চৰকাৰে এতিয়া ৰাজ্যখনৰ সকলো মাদ্ৰাছাতে প্ৰাৰ্থনাৰ সময়ত “বন্দে মাতৰম” গোৱাটো বাধ্যতামূলক কৰিছে। চৰকাৰে এই নিৰ্দেশ বলবৎ কৰি এক অধিসূচনা জাৰি কৰে। এই নিয়ম সকলো চৰকাৰী সাহায্যপ্ৰাপ্ত আৰু বেচৰকাৰী মাদ্ৰাছাৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব। আদেশ অনুসৰি প্ৰাৰ্থনাৰ মাদ্ৰাছাৰ সময়ত সকলোৱে “বন্দে মাতৰম” গাব লাগিব। সকলো মাদ্ৰাছাতে এই নিয়ম হ’ব বাধ্যতামূলক।

এই সন্দৰ্ভত পশ্চিম বংগ মাদ্ৰাছা শিক্ষা সঞ্চালকালয়ে এক নিৰ্দেশ জাৰি কৰিছে। চৰকাৰী আদেশত স্পষ্টকৈ কোৱা হৈছে যে পূৰ্বৰ সকলো নিয়ম আৰু প্ৰথাক অতিক্ৰম কৰি এই নতুন নিয়ম তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰা হৈছে। ইয়াৰ পৰিসৰত সকলো চৰকাৰী আৰ্হি মাদ্ৰাছা (ইংৰাজী মাধ্যম), স্বীকৃতিপ্ৰাপ্ত সাহায্যপ্ৰাপ্ত মাদ্ৰাছা, অনুমোদিত মাদ্ৰাছা শিক্ষা কেন্দ্ৰ, শিশু শিক্ষা কেন্দ্ৰ, সংখ্যালঘু পৰিক্ৰমা আৰু মাদ্ৰাছা শিক্ষা বিভাগৰ অধীনত স্বীকৃতিপ্ৰাপ্ত অসহায়ক মাদ্ৰাছা আদি অন্তৰ্ভুক্ত হ’ব।

ইয়াৰ পূৰ্বে ১৩ মে’ৰ সন্ধিয়া পশ্চিম বংগ শিক্ষা বিভাগেও ৰাজ্যৰ সকলো চৰকাৰী বিদ্যালয়তে ‘বন্দে মাতৰম’ গোৱাটো বাধ্যতামূলক কৰি এক অধিসূচনা জাৰি কৰে। ৰাজ্যখনৰ নতুন আৰু নৱম মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে ১৪ মে’ত নিজৰ চৰকাৰী ছ’চিয়েল মিডিয়া একাউণ্টত শিক্ষা বিভাগৰ জাননী শ্বেয়াৰ কৰিছিল।

অতিৰিক্ত মুখ্য সচিবে জাৰি কৰা অধিসূচনাখনত উল্লেখ কৰা হৈছে যে, পশ্চিম বংগ চৰকাৰে বিদ্যালয় শিক্ষা বিভাগৰ অধীনৰ সকলো বিদ্যালয়তে পাঠ্যক্ৰম আৰম্ভ হোৱাৰ পূৰ্বে প্ৰাৰ্থনা সভাৰ সময়ত ‘বন্দে মাতৰম’ জাতীয় সংগীত গোৱাটো বাধ্যতামূলক কৰিছে।

Tags: BJPgovtWest Bengal

Related Posts

দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

যুদ্ধৰ পিছত প্ৰথমবাৰৰ বাবে হৰমুজলৈ ভাৰতে প্ৰেৰণ কৰিব জাহাজ! নৌসেনাই প্ৰদান কৰিব নিৰাপত্তা…

May 21, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 21, 2026
CJP- ‘Voice of the Lazy & Unemployed’:  ৪ দিনত ১০ মিলিয়নৰো অধিক সদস্যৰ যোগদান, কি হয় এই নতুন দল?
Top News

CJP- ‘Voice of the Lazy & Unemployed’: ৪ দিনত ১০ মিলিয়নৰো অধিক সদস্যৰ যোগদান, কি হয় এই নতুন দল?

May 21, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 21, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 21, 2026
ধাৰ ভোজশালাত হিন্দু সম্প্ৰদায়ৰ মহা আৰতি,  মুছলমান পক্ষই ক’লে- ‘আদালতৰ নিৰ্দেশত নামাজ নিষিদ্ধ নহয়’
Top News

ধাৰ ভোজশালাত হিন্দু সম্প্ৰদায়ৰ মহা আৰতি, মুছলমান পক্ষই ক’লে- ‘আদালতৰ নিৰ্দেশত নামাজ নিষিদ্ধ নহয়’

May 20, 2026

শীৰ্ষ সংবাদ

যুদ্ধৰ পিছত প্ৰথমবাৰৰ বাবে হৰমুজলৈ ভাৰতে প্ৰেৰণ কৰিব জাহাজ! নৌসেনাই প্ৰদান কৰিব নিৰাপত্তা…

‘মাদ্ৰাছাত বন্দে মাতৰম গোৱাটো বাধ্যতামূলক’, বংগ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

CJP- ‘Voice of the Lazy & Unemployed’: ৪ দিনত ১০ মিলিয়নৰো অধিক সদস্যৰ যোগদান, কি হয় এই নতুন দল?

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025