• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, April 30, 2026
23 °c
Guwahati
23 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

আজি চন্দ্ৰবাবু নাইডু আৰু ৰেৱন্ত ৰেড্ডীৰ মাজত গুৰুত্বপূৰ্ণ বৈঠক

Nation NE by Nation NE
July 6, 2024
in ৰাষ্ট্ৰীয়, BIG BREAKING, Top News, ৰাজনীতি
0 0
আজি চন্দ্ৰবাবু নাইডু আৰু ৰেৱন্ত ৰেড্ডীৰ মাজত গুৰুত্বপূৰ্ণ বৈঠক
Share on FacebookShare on TwitterWhatsApp

১০ বছৰীয়া বিবাদ নিষ্পত্তিৰ বাবে আজি প্ৰথমবাৰৰ বাবে তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডী আৰু অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ মাজত বৈঠক অনুষ্ঠিত হ’ব। তথ্য অনুসৰি দুয়োগৰাকী নেতাই বিভাজনকে ধৰি আন বহু বিষয়ত আলোচনা কৰাৰ সম্ভাৱনা আছে।

এই বৈঠকখন গুৰুত্বপূর্ণ বুলি বিবেচিত হৈছে কাৰণ দুয়োজন নেতাই মুখ্যমন্ত্রী পদত অধিষ্ঠিত হোৱাৰ পাছত প্রথমবাৰৰ বাবে বৈঠকত মিলিত হ’ব।

নাইডু অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী আৰু কে চি আৰ তেলেংগানাৰ মুখ্যমন্ত্ৰী হৈ থকাৰ পিছৰে পৰা এই সমস্যাসমূহ অমীমাংসিত হৈ আছে।

উল্লেখ্য যে ৰাজনৈতিক বিবাদ, বিশেষকৈ ২০১৫ চনৰ ধনৰ বিনিময়ত ভোটৰ কেলেংকাৰীয়ে আন্তঃৰাজ্যিক সম্পৰ্কত প্ৰভাৱ পেলাইছিল। অৱশ্যে ৱাই এছ আৰ চি পিৰ মুৰব্বী ৱাই এছ জগন মোহন ৰেড্ডীয়ে ২০১৯ চনৰ নিৰ্বাচনৰ পিছত বিষয়টো নিষ্পত্তি কৰাৰ উদ্দেশ্যে কে চি আৰৰ সৈতে বৈঠকত মিলিত হৈছিল। কিন্তু এই বৈঠকেও দুয়োখন ৰাজ্যৰ মাজত চলা বিবাদ ওৰ পেলাবলৈ সক্ষম নহ’ল।

শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা অন্ধ্ৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত ঐতিহাসিক জয়েৰে পুনৰবাৰ ক্ষমতালৈ আহিল নাইডু। ইয়াৰ পিছতেই নাইডুৱে এখন পত্ৰৰ জৰিয়তে তেলেংগানাৰ সমকক্ষক শান্তিৰ প্ৰস্তাৱ আগবঢ়ায়।

ৰেৱন্ত ৰেড্ডীয়েও একেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰু তাৰ পিছত ৬ জুলাইত তেলেংগানাৰ ৰাজধানীস্থিত প্ৰজা ভৱনত এখন বৈঠকৰ দিন ধাৰ্য কৰা হয়।

২০১৪ চনৰ অন্ধ্ৰ প্ৰদেশ পুনৰ্গঠন আইনৰ নৱম আৰু দশম অনুসূচীত উল্লেখ থকা ৰাজ্য দুখনৰ মাজত সম্পত্তিৰ বিভাজন, কৃষ্ণা আৰু গোদাবৰী নৈৰ পানী ভাগ বতৰা আদিকে ধৰি আন বিভিন্ন বিষয়ত আলোচনা হ’ব বুলি আশা কৰা হৈছে।

Tags: Andhra PradeshChandrababu NaiduRevanth ReddyTelangana

Related Posts

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?
Top News

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

April 30, 2026
দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে
Top News

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

April 30, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 30, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 30, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026
এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…
Top News

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

April 29, 2026

শীৰ্ষ সংবাদ

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025