• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, December 14, 2025
18 °c
Guwahati
19 ° Mon
19 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কন্যাৰ তোলনীয়া বিয়াৰ নিমন্ত্ৰণ দিবলৈ গৈ প্ৰাণ হেৰুৱালে মাতৃয়ে, গুৰুতৰভাৱে আহত পিতৃ

Nation NE by Nation NE
March 21, 2025
in Top News
0 0
কন্যাৰ তোলনীয়া বিয়াৰ নিমন্ত্ৰণ দিবলৈ গৈ প্ৰাণ হেৰুৱালে মাতৃয়ে, গুৰুতৰভাৱে আহত পিতৃ
Share on FacebookShare on TwitterWhatsApp

দক্ষিণ কামৰূপৰ মিৰ্জাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন দ্ৰুতবেগী ট্ৰাকৰ খুণ্ডাত থিতাতে নিহত হৈছে এগৰাকী মহিলা। ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মিৰ্জাত সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা অনুসৰি, গুৱাহাটী দিশৰ পৰা ৰামপুৰ অভিমুখে বাইকত আহি আছিল স্বামী-স্ত্ৰী। একে দিশৰ পৰা আহি‌ আছিল যমদূত ৰূপী এখন ট্ৰাক। মিৰ্জাৰ চ’ক পোৱাৰ পূৰ্বে দুই বাইক আৰোহীক মহতিয়াই থৈ যায় দ্ৰুতবেগী ট্ৰাকখনে‌।

ট্ৰাকৰ খুণ্ডাত থিতাতে নিহত হয় আৰতী হাজৰিকা নামৰ মহিলা গৰাকী। আনহাতে আহত হয় আৰতী হাজৰিকাৰ স্বামী বিপুল হাজৰিকা। গুৰুতৰভাৱে আহত বিপুল হাজৰিকা বৰ্তমান মিৰ্জা চিকিৎসালয়ত চিকিৎসাধীন। ইফালে বৰ্তমান পলাশবাৰী আৰক্ষী থানাৰ মৰ্গত ৰখা হৈছে মহিলা গৰাকীৰ মৃতদেহ।

উল্লেখ্য যে উক্ত দুৰ্ঘটনাটো‌ সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ হৈছে AS 13 A 9021। বাইক খনৰ নম্বৰ হৈছে AS 25 X 7985।

প্ৰাপ্ত খবৰ অনুসৰি জীয়ৰীৰ তোলনীয়া বিয়াৰ নিমন্ত্ৰণ দিবলৈ গুৱাহাটীলৈ গৈছিল আৰতী হাজৰিকা আৰু‌ স্বামী বিপুল হাজৰিকা। কিন্তু আজি এই অবাঞ্চিত ঘটনাত আৰতী হাজৰিকাৰ মৃত্যু হোৱাত পৰিয়ালৰ লোকৰ লগতে অঞ্চলবাসীৰ মাজত শোকাকূল পৰিৱেশে বিৰাজ কৰিছে।

Tags: Kamrup (M)mirzaRoad Accident

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 14, 2025
সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

December 13, 2025
ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025