• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, April 30, 2026
23 °c
Guwahati
21 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

সুদীৰ্ঘ ২৭ বছৰৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দিল্লীত প্ৰথমখন বাজেট দাখিল কৰিব বিজেপি চৰকাৰে

Nation NE by Nation NE
March 25, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
ৰেখা গুপ্তাৰ সৈতে শপত গ্ৰহণত উপস্থিত ছয় মন্ত্ৰী কোন?
Share on FacebookShare on TwitterWhatsApp

আজি অৰ্থাৎ ২৫ মাৰ্চত দিল্লী বিধানসভাত ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন চৰকাৰে প্ৰথমখন বাজেট দাখিল কৰিব। ইয়াৰ ভিতৰত যমুনা নদী পৰিষ্কাৰ কৰা, আন্তঃগাঁথনি উন্নয়ন আৰু মৌলিক সা-সুবিধাসমূহ শক্তিশালী কৰাৰ দৰে নিৰ্বাচনী প্ৰতিশ্ৰুতিসমূহ কাৰ্যকৰী কৰাৰ বাবে পুঁজিৰ ব্যৱস্থা কৰা হ’ব।

দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই সোমবাৰে বাজেট অধিবেশন আৰম্ভ হোৱাৰ পূৰ্বে ‘উন্নত দিল্লী’ৰ ‘মধুৰতা’ৰ প্ৰতীক হিচাপে ‘খীৰ’ উৎসৱৰ আয়োজন কৰে। চৰকাৰী সূত্ৰই জনোৱা মতে, বিধানসভাত দাখিল হ’বলগীয়া ২০২৫-২৬ চনৰ বাজেটখনে ৮০ হাজাৰ কোটি টকাৰ পৰিসংখ্যা অতিক্ৰম কৰিব পাৰে।

উল্লেখ্য যে, ২৭ বছৰৰ পাছত দিল্লীত বিজেপি চৰকাৰ গঠন হোৱাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই আজি প্ৰথমখন বাজেট দাখিল কৰিব। তেওঁ বিত্ত মন্ত্ৰালয়ৰ দায়িত্বত আছে। বিধানসভা চৌহদত আয়োজন কৰা ‘খীৰ’ অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই কয় যে, দিল্লী বিধানসভাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে বাজেট দাখিলৰ পূৰ্বে এনে এক অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

ইফালে বাজেট দাখিল কৰাৰ এদিন পূৰ্বে অৰ্থনৈতিক সমীক্ষা দাখিল নকৰাৰ বাবে বিৰোধী নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী আতিশীয়ে ৰেখা গুপ্তা চৰকাৰক সমালোচনা কৰে। বাজেট অধিৱেশনৰ আৰম্ভণিতে বিজেপিয়ে আয়োজন কৰা খীৰ অনুষ্ঠানত নিন্দা কৰি তেওঁ কয় যে, দিল্লীৰ বাজেট খীৰ বনাই প্ৰস্তুত কৰিব নোৱাৰি, অৰ্থনৈতিক তথ্যৰ ভিত্তিতহে প্ৰস্তুত কৰিব পাৰি।

Tags: #DelhiBudgetModi

Related Posts

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?
Top News

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

April 30, 2026
দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে
Top News

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

April 30, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 30, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 30, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026
এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…
Top News

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

April 29, 2026

শীৰ্ষ সংবাদ

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025