• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, April 29, 2026
24 °c
Guwahati
23 ° Thu
24 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মুৰ্ছিদাবাদ হিংসাঃ অঞ্চলভেদে বিধ্বংসী দৃশ্য, শ শ লোকৰ প্ৰব্ৰজন, জানক গুৰুত্বপূৰ্ণ কিছু কথা

Nation NE by Nation NE
April 14, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
‘উগ্ৰ প্ৰদৰ্শনৰ সৈতে জড়িত হ’ব নালাগে মুছলমান, ইয়াৰ দ্বাৰা কেৱল ক্ষতিহে হয়’ মৌলানাৰ আহ্বান
Share on FacebookShare on TwitterWhatsApp

১৩ এপ্ৰিলত পশ্চিমবংগৰ মুৰ্ছিদাবাদ জিলাৰ ৰাজপথত ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়ত হিংসা আৰু ধ্বংসলীলাৰ দৃশ্য দেখা যায়। বাহনবোৰ জ্বলাই দিয়াৰ লগতে, শ্বপিং মলৰ লুণ্ঠন আৰু ফাৰ্মাচী আদি ভাঙি পেলোৱা হয়।

মুৰ্ছিদাবাদ ঘটনাৰ কেইটিমান গুৰুত্বপূৰ্ণ কথা-

  • মুৰ্ছিদাবাদৰ ৰাজপথ দেওবাৰে জনশূন্য হৈ পৰাৰ লগতে, দোকান-পোহাৰ সকলো বন্ধ হৈ পৰে। বিগত ২দিন ধৰি হিংসাত্মক পৰিস্থিতি অব্যাহত থকা ধুলিয়ান, শ্বামশ্বেৰগঞ্জ অঞ্চলৰ স্পৰ্শকাতৰ অঞ্চলত আৰক্ষী আৰু কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীয়ে টহল দি থাকে।
  • সংবাদ মাধ্যমৰ দল যেতিয়া ধুলিয়ানলৈ যায়, তেতিয়া স্থানীয় একাংশ লোকে তেওঁলোকক এটা ক্ষতিগ্ৰস্ত অট্টালিকাৰ ভিতৰত বোমাৰ টুকুৰা আৰু আচবাবৰ ছাই দেখুৱায়, যিবোৰ দাঙ্গাকাৰীয়ে সংঘটিত কৰিছিল।
  • ছুটি, শ্বামশ্বেৰগঞ্জ আৰু ধুলিয়ানতো একেধৰণৰ ধ্বংসলীলাৰ দৃশ্য দেখা যায় আৰু আৰক্ষী আৰু ৰেপিড একচন ফৰ্চ (আৰ এ এফ)ৰ জোৱানৰ সৈতে তীব্ৰ সশস্ত্ৰ কেন্দ্ৰীয় বাহিনীয়ে ৰাষ্ট্ৰীয় ঘাইপথ আৰু ইয়াৰ আশে-পাশে থকা ৰাজপথত সমদল উলিয়ায়। নিৰাপত্তাৰক্ষীয়ে স্থানীয় লোকক ঘৰ আৰু সম্পত্তিৰ সন্মুখত জমা হৈ থকা শিল, পকী টুকুৰা আৰু ইটা আঁতৰাবলৈ কোৱা দেখা যায়।
  • পশ্চিম বংগৰ ৰাজ্যপাল চি ভি আনন্দ বসুৱে কয় যে কেন্দ্ৰই পৰিস্থিতি নিৰীক্ষণ কৰি থকাৰ সময়তে হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত মুৰ্ছিদাবাদ জিলা সন্দৰ্ভত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সৈতে নিয়মীয়াকৈ আলোচনাত মিলিত হয়।
  • বিজেপি নেতা সুবেন্দু অধিকাৰীয়ে কলকাতাত সংবাদ মাধ্যমৰ সৈতে কথা পাতি থাকোঁতে কয় যে ঝাৰখণ্ডৰ পৰা কোবৰা বেটেলিয়নৰ ৭টা কোম্পানী মুৰ্ছিদাবাদত নিয়োগ কৰা হৈছে।
  • চি পি আই (এম) নেতা হান্নান মোল্লাই কয় যে ৰাজ্যত ঘটি থকা হিংসাত্মক পৰিস্থিতি বন্ধ কৰাটো মমতা বেনাৰ্জী চৰকাৰৰ দায়িত্ব। তেওঁ কয় যে, মমতা চৰকাৰত আইন-শৃংখলাৰ নামত একো বাকী নাই। ৰক্তপাতৰ লগতে নাৰীকো শোষণ হৈ আছে। কেৱল এয়াই নহয়, আৰক্ষীয়ে ৰাইজক লাঠী চাৰ্জো কৰে।
Tags: mursidabadWAQFWest Bengal

Related Posts

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস
Top News

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

April 29, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 29, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 29, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 29, 2026
পাকিস্তানৰ বৰ্বৰতাঃ আফগানিস্তানত নিক্ষেপ মিছাইল, ৭ জনৰ প্ৰাণহানি
Top News

পাকিস্তানৰ বৰ্বৰতাঃ আফগানিস্তানত নিক্ষেপ মিছাইল, ৭ জনৰ প্ৰাণহানি

April 28, 2026
৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই
Top News

৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই

April 28, 2026

শীৰ্ষ সংবাদ

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

পাকিস্তানৰ বৰ্বৰতাঃ আফগানিস্তানত নিক্ষেপ মিছাইল, ৭ জনৰ প্ৰাণহানি

৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025