• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

IPLৰ মাজতেই BCCIৰ কঠোৰ পদক্ষেপ; প্ৰশিক্ষকসহ তিনিজনক অপসাৰণ

Nation NE by Nation NE
April 17, 2025
in Top News, ক্ৰীড়া
0 0
IPLৰ মাজতেই BCCIৰ কঠোৰ পদক্ষেপ; প্ৰশিক্ষকসহ তিনিজনক অপসাৰণ
Share on FacebookShare on TwitterWhatsApp

ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত শোচনীয় পৰাজয়ৰ লগতে শৃংখলাটোৰ সময়ত ড্ৰেছিং ৰুমৰ কথা-বতৰা ফাদিল হোৱা বিষয়টো গুৰুত্বসহকৰে গ্ৰহণ কৰি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড অৰ্থাত বিচিচিআইয়ে ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে।

বিভিন্ন ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি বিচিচিআইয়ে ভাৰতীয় দলৰ সহকাৰী প্ৰশিক্ষক অভিষেক নায়াৰক অপসাৰণ কৰিছে। নায়াৰক ব’ৰ্ডে ৮ মাহ পূৰ্বে ভাৰতীয় দলৰ সহকাৰী প্ৰশিক্ষক হিচাপে নিযুক্তি দিছিল।

ব’ৰ্ডাৰ-গাভাস্কাৰ শৃংখলাত পৰাস্ত হোৱাৰ পিছত বিচিচিআইয়ে এখন পৰ্যালোচনা সভা অনুষ্ঠিত কৰিছিল, য’ত দল পৰিচালনাৰ এজন সদস্যই অভিযোগ কৰিছিল যে ড্ৰেছিং ৰুমৰ খবৰ বাহিৰলৈ আহিছে।

দেশৰ এখন আগশাৰীৰ বাতৰি কাকতত প্ৰকাশিত খবৰ অনুসৰি সহকাৰী প্ৰশিক্ষক অভিষেক নায়াৰৰ উপৰি ভাৰতীয় দলৰ ফিল্ডিং প্ৰশিক্ষক টি দিলীপ আৰু প্ৰশিক্ষক সোহাম দেশাইকো কৰ্তব্যৰ পৰা বৰ্খাস্ত কৰা হৈছে।

সূত্রৰ উদ্ধৃতিৰে প্রতিবেদনত প্রকাশ কৰা হৈছে যে নায়াৰৰ ঠাইত আন কোনো লোকক নিযুক্তি দিয়া নহয়, কিয়নো পূৰ্বৰে পৰা দলত বেটিং প্ৰশিক্ষক হিচাপে আছে সীতাংশু কোটক।

ইফালে প্ৰশিক্ষক সোহাম দেশাইৰ ঠাইত নিযুক্তি দিয়া হ’ব বৰ্তমান আই পি এলত পঞ্জাৱ কিংছৰ সৈতে জড়িত এড্ৰিয়ান লি ৰুক। তেওঁ ২০০৮ চনৰ পৰা ২০১৯ চনলৈ কলকাতা নাইট ৰাইডাৰ্ছ আৰু ২০০২ চনৰ পৰা ২০০৩ চনলৈকে ভাৰতীয় দলৰ সৈতেও জড়িত আছিল। ইতিমধ্যে বিচিচিআইৰ সৈতে চুক্তি সম্পন্ন হৈছে এড্ৰিয়ানৰ।

উল্লেখ্য যে, চলিত বছৰৰ আৰম্ভণিতে সম্পন্ন হোৱা ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত ১-৩ ব্যৱধানত পৰাস্ত হৈছিল ভাৰতীয় দল। এই শৃংখলাটোৰ মাজতেই অৱসৰ গ্ৰহণ কৰিছিল আৰ অশ্বিনে। আনহাতে শৃংখলাৰ অন্তিমখন মেচ অৰ্থাত ছিডনী টেষ্টত খেলা নাছিল অধিনায়ক ৰোহিত শৰ্মাই।

এইধৰণৰ ঘটনাৰ পিছতে চৰ্চা আৰম্ভ হৈছিল যে ভাৰতীয় শিৱিৰত কিছু মতানৈক্যৰ সৃষ্টি হৈছে। ড্ৰেছিং ৰুমৰ ভিতৰত হোৱা আলোচনা ফাদিল হোৱাক কেন্দ্ৰ কৰি ঘটনাই আৰু অধিক বেয়াৰ ফালে ঢাল খাইছিল। এই সমগ্ৰ ঘটনাৰ বিষয়ে দলৰ এজন সদস্যই ব’ৰ্ডক অভিযোগ দাখিল কৰিছিল আৰু সেই অভিযোগৰ ভিত্তিতে ব’ৰ্ডে এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে বাতৰি প্ৰকাশ কৰিছে।

Tags: #BCCI#cricketAbhishek Nayarindian teamSoham DesaiT. Dilip

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025